নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৰ্কট ৰোগে মাৰাত্মক ৰূপ লোৱা এখন গাঁও

নিয়মীয়া বাৰ্তা, ৩০ নবেম্বৰঃ এইখন অসমৰে এখন গাঁও। গাঁওখনত ভয়াৱহ ৰূপ ধাৰণ কৰিছে কৰ্কট ৰোগে। গাঁওখনত কৰ্কটৰোগত মৃত্যু হৈছে প্ৰায় ১৫০জন লোক। বৰ্তমানো বৃদ্ধি পাইছে কৰ্কট ৰোগত আক্ৰান্তৰ সংখ্যা। দৰং জিলাৰ পাতিদৰং নামৰ গাঁওখনত ভয়াৱহ ৰূপ ধাৰণ কৰিছে…

আপোনাৰ দিনটো

মেষ : আর্থিক ক্ষেত্রত উন্নত পৰিৱেশ ৷ আপুনি দিনৰ ১২ বজাৰ পিছতহে যাত্রা কৰিব ৷ যাত্রাৰ সময়ত হালধীয়া ৰঙৰ কাপোৰ পিন্ধিব ৷ দাম্পত্যত শুভ৷ শুভ সংখ্যা ৫ ৷ বৃষ : কর্মক্ষেত্রত জটিলতা আছে ৷ সন্ধিয়া তুলসীৰ তলত চাকি জ্বলালে শুভ হ’ব ৷ নীলা ৰং আপোনাৰ বা…

৯ উইকেটত জয়লাভ ৱেষ্ট ইণ্ডিজৰ

 নিয়মীয়া বাৰ্তা ৩০ নৱেম্বৰঃ আফগানিস্তানৰ বিৰুদ্ধে একমাত্র টেষ্টত প্রত্যাশিত বিজয় সাব্যস্ত কৰিছে ৱেষ্ট ইণ্ডিজে ৷ লক্ষ্ণৌৰ ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী একনা ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত মেচখনৰ  তৃতীয় দিনা ৱেষ্ট ইণ্ডিজে আফগানিস্তানক ৯ উইকেটত…

বনভোজলৈ ওলাইছে নেকি… তেন্তে ৰ’ব!

নিয়মীয়া বাৰ্তা, ৩০ নৱেম্বৰঃ বনভোজৰ বতৰত পৰিবেশ যাতে বিনষ্ট নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে বিশেষ গাইড লাইন প্ৰস্তুত কৰিছে। বহু বনভোজকাৰী দলেসমূহে পৰিৱেশৰ প্ৰদূষিত কৰা পৰিক্ষিত হয়। সেয়ে চৰকাৰে পৰিবেশ সুৰক্ষিত ৰাখিবলৈ আৰু স্বচ্ছতাৰ…

৬ বলত ৫ উইকেট দখলেৰে টি–২০ত বিশ্ব অভিলেখ অভিমন্যু মিথুনৰ

নিয়মীয়া বাৰ্তা ৩০ নৱেম্বৰঃ চাঞ্চল্যকৰ বলিঙেৰে টি–২০ ক্রিকেটত নতুন বিশ্ব অভিলেখৰ গৰাকী হৈছে কর্ণাটকৰ অভিজ্ঞ বেগী বলাৰ অভিমন্যু মিথুন৷ দেশৰ আগশাৰীৰ ঘৰুৱা টি–২০ ক্রিকেট প্রতিযোগিতা চৈয়দ মুস্তাক আলী ট্রফীৰ প্রথমখন ছেমিফাইনেলত শুকুৰবাৰে…

ভাৰতীয় বেগী বলাৰে অনুপ্রাণিত কৰিছে দেশৰ যুৱপ্রজন্মকঃদ্রাবিড়

নিয়মীয়া বাৰ্তা  ৩০ নৱেম্বৰঃ মহম্মদ ছামি, ঈশান্ত শর্মা, ভুবনেশ্বৰ কুমাৰ আৰু যশপ্রীত বুমৰাহৰ দৰে বেগী বলাৰে দেশৰ নতুন প্রজন্মক ক্রিকেটৰ প্রতি আকর্ষিত কৰিছে আৰু তেওঁলোকক অনুপ্রাণিত কৰিছে৷ ভাৰতীয় বেগী বলিং আক্রমণৰ প্রশংসাত পঞ্চমুখ হৈ এই মন্তব্য…

ৰাম মন্দিৰে দেশলৈ আনিব শান্তি-ভাতৃত্ববোধঃ ৰবি শংকৰ

নিয়মীয়া বাৰ্তা,৩০ নৱেম্বৰঃ আধ্যাত্মিক গুৰু তথা অযোধ্যা বিবাদ মীমাংসা কৰিবৰ বাবে উচ্চতম ন্যায়ালয়ে গঠন কৰি দিয়া মধ্যস্থতাকাৰী পেনেলৰ অন্যতম সদস্য শ্রীশ্রী ৰবি শংকৰে বিশ্বাসেৰে মন্তব্য কৰিছে যে প্রস্তাৱিত ৰাম মন্দিৰে দেশলৈ শান্তি আৰু…

আজি ঝাৰখণ্ডত প্রথম পর্যায়ৰ ১৩টা সমষ্টিৰ নির্বাচন

নিয়মীয়া বাৰ্তা,৩০ নৱেম্বৰঃ পাঁচটা পর্যায়ত অনুষ্ঠিত হ’ব লগা ঝাৰখণ্ড বিধানসভা নির্বাচনৰ আজি প্রথম পর্যায়ৰ নির্বাচন ৷ এই পর্যায়ত ১৩টা সমষ্টিৰ ১৮৯জন প্রার্থীৰ ভাগ্য নির্ণয় হ’ব ৷ প্রথম পর্যায়ৰ নির্বাচনত ১৩খন আসনৰ ১২খন আসনতে প্রতিদ্বন্দ্বিতা…

পিয়াঁজৰ মূল্যই অতিক্রম কৰিলে ১০০ টকা : দেশৰ ভিন্ন প্ৰান্তত পিয়াঁজ চুৰি

নিয়মীয়া বাৰ্তা,৩০ নৱেম্বৰঃ দেশৰ বজাৰত ক্রমাগতভাৱে বৃদ্ধি পাই অহা পিয়াঁজৰ মূল্যই ১০০ টকা অতিক্রম কৰিলে ৷ এই মূল্যবৃদ্ধিৰ বাবে বর্তমান সমগ্র ভাৰততে সাধাৰণ গ্রাহক বৃহৎ সমস্যাৰ সন্মুখীন হৈছে ৷ চলিত লোকসভাৰ শীতকালীন অধিৱেশনত স্বয়ং কেন্দ্রীয়…

শ্রীলংকালৈ ভাৰতে আগবঢ়াব ৪৫০ নিযুত ডলাৰ

নিয়মীয়া বাৰ্তা,৩০ নৱেম্বৰঃ প্রতিৱেশী দ্বীপৰাষ্ট্র শ্রীলংকালৈ উন্নয়ন আঁচনি তথা সন্ত্রাসবিৰোধী সাহায্য হিচাপে ভাৰতে আগবঢ়াব ৪৫০ নিযুত ডলাৰ ৷ শুকুৰবাৰে দেশখনৰ নৱনির্বাচিত ৰাষ্ট্রপতি গোটাবায়া ৰাজাপাকছেৰ সৈতে নতুন দিল্লীত আলোচনাৰ সৈতে মিলিত হোৱাৰ…