নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰজ্ঞাৰ পিছত গডছেক দেশভক্ত কলে শিলাদিত্যই

নিয়মীয়া বাৰ্তা ২৯ নৱেম্বৰঃ ভূপালৰ সাংসদ প্ৰজ্ঞা ঠাকুৰে নাথুৰাম গডছেক দেশভক্ত বুলি কৰা বক্তব্যক সমৰ্থন কৰিছে অসমৰ বিজেপিৰ বিধায়ক শিলাদিত্য দেৱে। শিলাদিত্য দেৱে কয় যে মই প্ৰজ্ঞা ঠাকুৰক ছেল্যুট কৰিছো, কাৰণ তেওঁ সঁচা কথা কৈছে। লগতে তেওঁ উল্লেখ…

চাফাইকৰ্মী চাকৰিৰ বাবে ৭ হাজাৰ অভিযন্তা আৰু স্নাতক ডিগ্ৰীধাৰীৰ আবেদন

নিয়মীয়া বাৰ্তা, ২৯ নৱেম্বৰঃ এক তথ্যই পোহৰলৈ আনিছে দেশত নিৱনুৱা সংখ্যা কিমান বৃদ্ধি পাইছে । শেহতীয়াকৈ ৫৪৯ টা চৰকাৰী চাফাইকৰ্মী চাকৰিৰ বাবে তামিলনাডুত আবেদন কৰিছে ৭ হাজাৰ অভিযন্তা আৰু স্নাতক ডিগ্ৰীধাৰী যুৱক-যুৱতীয়ে । ইয়াৰ ভিতৰত বেছি সংখ্যকেই…

ৰাজ্যৰ নতুন ভাৰপ্ৰাপ্ত DGP ভাস্কৰজ্যোতি মহন্ত

ৰাজ্যৰ নতুন ভাৰপ্ৰাপ্ত DGP ভাস্কৰজ্যোতি মহন্ত কাইলৈ কাৰ্যকাল অন্ত পৰিব কুলধৰ শইকীয়াৰ UPSCৰ বৈঠক নোহোৱাৰ বাবে এই সিদ্ধান্ত

বিশ্বাস পাটিললৈ মামণি ৰয়ছম গোস্বামী ৰাষ্ট্ৰীয় সাহিত্য বঁটা

নিয়মীয়া বাৰ্তা, ২৯ নৱেম্বৰঃ অসম সাহিত্য সভাই ২০২০ বৰ্ষৰ ডঃ ইন্দিৰা গোস্বামী মামণি ৰয়ছম গোস্বামী ৰাষ্ট্ৰীয় বঁটা ঘোষণা কৰিছে । নুমলীগড় শোধনাগাৰৰ সহযোগত এই বঁটা প্ৰদান কৰা হ'ব বিশিষ্ট মাৰাঠী লেখক বিশ্বাস পাটিলক । বৃহস্পতিবাৰে এক সংবাদমেল যোগে…

শ্ৰেয়াছে আঁতৰাব চাৰি নম্বৰ স্থানৰ সমস্যাঃপ্ৰসাদ

নিয়মীয়া বাৰ্তা ২৯ নৱেম্বৰঃ মুম্বাইৰ উদীয়মান মিডল অৰ্ডাৰ বেটছমেন শ্ৰেয়াছ আয়াৰে টি-২০ আৰু এদিনায়াত ভাৰতৰ ৪ নম্বৰ স্থানৰ সমস্যা দূৰ কৰিব। এই আশা প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় নিৰ্বাচক মণ্ডলীৰ মুপব্বী এম এছ কে প্ৰসাদে। অহা সপ্তাহত তিনি বছৰীয়া…

হোজাইত দুই সন্তানক ফাঁচ লগাই আত্মহত্যা মাতৃৰ

নিয়মীয়া বাৰ্তা, ২৯ নৱেম্বৰঃ হোজাইত মাইক্ৰ'ফাইনেন্স প্ৰতিষ্ঠানৰ ঋণৰ কিস্তি দিব নোৱাৰি এগৰাকী মহিলাই নিজৰ ডেৰবছৰীয়া কন্যাক ফাঁচ লগাই নিজেও চিপ লোৱা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে । ইপিনে মহিলাগৰাকীয়ে আত্মহত্যা কৰাৰ পূৰ্বে আন এটা সন্তানকো ডিঙিত…

গোৱালপাৰাত মছজিদে মছজিদে গোহাৰি পত্ৰ বিতৰণেৰে অপপ্ৰচাৰ

নিয়মীয়া বাৰ্তা ২৯ নৱেম্বৰঃ ৰাম জনভূমি-বাবৰি মছজিদ গোচৰৰ উচ্চতম ন্যায়ালয়ে দিয়া ৰায়দানৰ বিৰুদ্ধে জনমত গঠনৰ চেষ্টা কৰা তিনিজন ব্যক্তিক গোৱালপাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱা তিনিওজন সদস্য হল পপুলাৰ ফ্ৰণ্টৰ গোৱালপাৰা জিলা সমিতিৰ…

“কেন্দ্ৰৰ সবল স্থিতিৰ বাবেই কূটাঘাতমূলক কাৰ্যত ব্যৰ্থ আইছিছ”- ৰাজ্যপাল মুখী

নিয়মীয়া বাৰ্তা, ২৯ নৱেম্বৰঃ বিশ্বত্ৰাস সন্ত্ৰাসবাদী সংগঠন আই এছ আই এছৰ কেডাৰ গোৱালপাৰাত গ্ৰেপ্তাৰ হোৱাৰ পিছতে প্ৰথমবাৰৰ কাৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যপাল জগদীশ মুখীয়ে । দুদিনীয়া ভ্ৰমণসূচীৰে বৃহস্পতিবাৰে তেজপুৰত উপস্থিত হোৱা…

CABক লৈ দিল্লীত গুৰুত্বপূৰ্ণ বৈঠক

নিয়মীয়া বাৰ্তা, ২৯ নবেম্বৰঃ CABক লৈ ৰাজ্য প্ৰতিবাদমুখৰ হৈ থকাৰ সময়তে আজিৰে পৰা নতুন দিল্লীত অমিত শ্বাহৰ নেতৃত্বত গুৰুত্বপূৰ্ণ বৈঠক। বৈঠকলৈ আমন্ত্ৰিত উত্তৰ-পূৱৰ ৮খন ৰাজ্যৰ মুখ্যমন্ত্ৰী, ৰাজনৈতিক দল-সংগঠন আৰু নাগৰিক সমাজৰ প্ৰতিনিধি।CABক লৈ…

১০ হাজাৰ টকা ঘোচ লৈ আটক ডবকাৰ অ’চি

নিয়মীয়া বাৰ্তা, ২৯ নৱেম্বৰঃ পুনৰ খাকী পোচাকত দাগ লগালে এগৰাকী আৰক্ষী বিষয়াই । ডবকা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৰিল এইবাৰ আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত । বৃহস্পতিবাৰে সন্ধিয়া ডবকা থানাত অভিযান চলাই দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে ডবকা থানাৰ…