নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পিঁয়াজৰ মালা পিন্ধি সদনত প্ৰতিবাদ বিৰোধীৰ

নিয়মীয়া বাৰ্তা, ২৯ নৱেম্বৰঃ অসম বিধানসভাৰ শীতকালিন অধিৱেশনৰ প্ৰথম দিনাই সদন উত্তাল হৈ পৰাৰ পিছত দ্বিতীয় দিনাও অব্যাহত থাকিল বিৰোধীৰ প্ৰতিবাদ । দ্বিতীয় দিনা পিঁয়াজৰ অত্যাধিক মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলে কংগ্ৰেছে । ইতিমধ্যে ৰাজ্যৰ…

শিশুজনিত অপৰাধৰ শীৰ্ষত গুৱাহাটী

গুৱাহাটী, ২৯ নবেম্ৱৰঃ গুৱাহাটী মহানগৰীত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে শিশুজনিত অপৰাধৰ ঘটনা। শেহতীয়াকৈ লাভ কৰা এক তথ্য অনুসৰি ৰাজ্য়ৰ ভিতৰতে সৰ্বাধিক শিশুজনিত অপৰাধ সংঘটিত হয় গুৱাহাটীত। মহানগৰীৰ প্ৰায়সংখ্যক থানাতেই ৰুজু হৈছে সৰ্বাধিক শিশুজনিত…

কাগজ কল বিক্ৰীৰ কথা গমেই নাপায় উদ্যোগমন্ত্ৰী পাটোৱাৰীয়ে

নিয়মীয়া বাৰ্তা ২৯ নৱেম্বৰঃ পুনৰুজ্জীৱিতৰ সকলো পথ ৰুদ্ধ কৰি ৰাজ্যৰ দুই প্ৰচুৰ সম্ভাৱনাপূৰ্ণ ৰাজহুৱা খণ্ডৰ উদ্যোগ নগাঁও আৰু কাছাৰ কাগজ কল এন চি এল টিৰ নিৰ্দেশমৰ্মে স্ক্ৰেপৰ ৰূপত বিক্ৰীৰ সিদ্ধান্ত গ্ৰহণ কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি…

এএছটিচিৰ বাছ চলিলে প্ৰতি কিলোমিটাৰত লোকচান ৩০.৯২ টকা

নিয়মীয়া বাৰ্তা, ২৯ নৱেম্বৰঃ অসম ৰাজ্যিক পৰিবহণ নিগমৰ পৰিবহণ লোকচান প্ৰতি কিলোমিটাৰত ৩০.৯২ টকা । অৰ্থাৎ নিগমৰ এখন বাছ চলিলে প্ৰতি কিলোমিটাৰত লোকচান হয় প্ৰায় ৩১ টকা ।- এই বিস্ফোৰক তথ্য উন্মোচিত হৈছে 'কেগ'ৰ প্ৰতিবেদনত । অসম বিধানসভাৰ মজিয়াত…

আৰু ৫ বছৰলৈ নিষিদ্ধ আলফা

নিয়মীয়া বাৰ্তা, ২৯ নৱেম্বৰঃ অসমৰ উগ্ৰপন্থী সংগঠন সংযুক্ত মুক্তি বাহিনী অসম, চমুকৈ আলফাক নিষিদ্ধকৰণৰ ম্যাদ বৃদ্ধি কৰিছে কেন্দ্ৰই । গৃহ মন্ত্ৰালয়ে জাৰি কৰা এক জাননী মতে উগ্ৰপন্থী সংগঠনটোক আৰু ৫ বছৰৰ বাবে নিষিদ্ধ ঘোষণা কৰা হৈছে । হত্যা, অপহৰণ…

অভিনয় জগতৰ পৰা অৱসৰ ল’ব বিগ বিয়ে

নিউজডেস্ক, ২৯ নৱেম্বৰঃ পাঁচ দশকজোৰা বৰ্ণাঢ্য অভিনয় জীৱনৰ পৰা অৱসৰ লোৱাৰ চিন্তা কৰিছে বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চনে । জীৱন্ত কিংবদন্তি এই মহান অভিনেতাজনে কেৱল সপ্ৰতিভভাৱে অভিনয় কৰি অহাই নহয়, ছ'চিয়েল মিডিয়াতো সদায় সক্ৰিয় হৈ থাকে । লগতে তেওঁ…

মহনগৰীত প্ৰভুভক্তৰ বাবে আশ্ৰয়গৃহ

নিয়মীয়া বাৰ্তা, ২৯ নৱেম্বৰঃ কুকুৰে মানুহৰ দৈনন্দিন কামকাজত সহায় কৰাৰ ওপৰিও সুৰক্ষা প্ৰদান, আৰক্ষীক সহায়ৰ লগতে অকলশৰীয়া জীৱনৰ এক সংগী ৰূপে লগ দিয়ে । যাৰ বাবে সমাজত কুকুৰক "প্ৰভুভক্ত" বুলি জনা যায়। কিন্তু এই প্ৰভুভক্ত প্ৰাণীবিধক পোহনীয়া কৰি…

ডিইচিৰ স্বীকৃতি অবিহনে চলিছে আইডলৰ ২১ টা পাঠ্যক্রম

নিয়মীয়া বাৰ্তা, ২৮ নৱেম্বৰঃ দূৰৱর্তী শিক্ষা পৰিষদ (ডি ই চি)ৰ প্রয়োজনীয় স্বীকৃতি অবিহনেই গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰৱর্তী আৰু মুক্ত শিক্ষা গ্রহণ প্রতিষ্ঠানে (আই ডি অ’ এল) ছাত্র-ছাত্রীসকলৰ বাবে আগবঢ়াইছিল ২১ টাকৈ পাঠ্যক্রম ৷ এনে পাঠ্যক্রমৰ…

আইআইএফএছৰ বঁটা লাভ তেজপুৰৰ বর্ণালী শর্মা বৰুৱাৰ

নিয়মীয়া বাৰ্তা, ২৯ নৱেম্বৰঃ দিল্লীৰ লোধীস্থিত ইণ্ডিয়ান ইণ্টাৰনেচনেল মাল্টিপাৰপাছ হলত তেজপুৰ নিৱাসী মানৱ অধিকাৰ কৰ্মী বর্ণালী শর্মা বৰুৱাক ২৭ নৱেম্বৰত ইণ্ডিয়ান ইণ্টাৰনেচনেল ফেণ্ডশ্বিপ ছ’চাইটীয়ে আনুষ্ঠানিকভাৱে ৰাষ্ট্রীয় গৌৰৱ বঁটাৰে সন্মানিত…

মাজুলীত স্বামীৰ সন্মুখতে পত্নীক উপর্যুপৰি ধর্ষণ, গ্রেপ্তাৰ ২

নিয়মীয়া বার্তা, ২৯ নৱেম্বৰঃ সত্রপীঠ মাজুলীত সংঘটিত লোমহর্ষক ধর্ষণ কাণ্ডই সমগ্র মিচিং সমাজকেই লজ্জানত কৰিছে ৷ ঘটনা অনুসৰি যোৱা ৫ নৱেম্বৰত যোৰহাটৰ পৰা মাজুলীৰ কংকুৰ চাপৰিৰ আত্মীয়ৰ ঘৰত ফুৰিবলৈ আহিছিল এহাল মিচিং দম্পতী ৷ দম্পতীহাল গন্তব্যস্থান…