নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেৰগাঁৱত কপিকুলৰ সন্ত্রাস

নিয়মীয়া বার্তা, ২৯ নৱেম্বৰঃ দেৰগাঁৱত চলিছে এতিয়া কপিকুলৰ ভয়ানক সন্ত্রাস ৷ এই প্রাণীবিধৰ অত্যাচাৰত জীয়াতু ভুগিছে বৃহত্তৰ দেৰগাঁও, মিছামৰা, ঢ়েকিয়াল, গুৰযোগনীয়া, কাকডোঙা, ৰঙামাটি আদি অঞ্চলৰ কৃষক আৰু সর্বসাধাৰণ ৰাইজে ৷ বহু অঞ্চলৰ কৃষি পথাৰ,…

ভাৰতীয় নৌ সেনাৰ সফলভাৱে ব্ৰহ্মছ ছুপাৰসৈনিক ক্ৰুজ মিছাইল ৰ সফল পৰীক্ষণ

নিয়মীয়া বাৰ্তা ২৮ নৱেম্বৰঃ ভাৰতীয় নৌ সেনাই বৃহস্পতিবাৰে ২৯০ কিঃমিঃ দূৰত্ব ভেদিব পৰা ব্ৰহ্মছ ছুপাৰসৈনিক ক্ৰুজ মিছাইলৰ সফল পৰীক্ষণ কৰে। সূত্ৰসমূহৰ মতে ছুপাৰসৈনিক ক্ৰুজ মিছাইল আৰৱ সাগৰত সফল পৰীক্ষণ কৰে। ব্ৰহ্মছ ছুপাৰসৈনিক ক্ৰুজ মিছাইলক জাহাজ,…

অধিক পদক অৰ্জননত গুৰুত্ব আৰোপ মুখ্যমন্ত্ৰীৰ

নিয়মীয়া বাৰ্তা ২৮ নৱেম্বৰঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিষয়ববীয়া তথা বিভিন্ন ক্ৰীয়া সংগঠক টীম অসমৰ ধাৰণাৰে কাম কৰাৰ বাবে আহ্বান জনায়, যাতে ১০-১২ জানুৱাৰীত গুৱাহাটীত হবলগীয়া খেলো ইণ্ডিয়া যুৱ ক্ৰীয়া প্ৰতিযোগিতাত ৰাজ্যখনে অধিক পদক অৰ্জন…

জানুৱাৰীলৈ অপেক্ষা কৰিবলৈ আহ্বান ধোনীৰ

নিয়মীয়া বাৰ্তা ২৮ নৱেম্বৰঃ ধোনীয়ে কেতিয়ালৈ খেলপথাৰত পুনৰ অৱৰ্তীৰ্ণ হব, ইয়াক লৈ অনুৰাগীৰ মাজত চলি থকা চিন্তা-চৰ্চাৰ মাজত বুধবাৰে টীম ইণ্ডিয়াৰ তাৰকা ক্ৰিকেটাৰগৰাকীয়ে অহা বৰ্ষৰ জানুৱাৰী মাহলৈ অপেক্ষা কৰিবলৈ আহ্বান জনাইছে অনুৰাগীসকলক। বুধবাৰে…

ৰাজ্যত ৪ বছৰত ডিটেনচন কেম্পত মৃত্যু ২৮জনৰ

নিয়মীয়া বাৰ্তা, ২৮ নবেম্বৰঃ ৰাজ্যত বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ পাছত ডিটেনচন কেম্পত বন্দী হৈ থকা অবস্থাত মৃত্য়ু হৈছে ২৮জন লোকৰ।  সংসদৰ মজিয়াত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে এই কথা স্পষ্ট কৰি দিয়ে। উল্লেখ্য যে ৰাজ্যসভাৰ শূন্যকালত…

লেহেমীয়া হৈছে অভি-নীল হত্যাৰ বিচাৰ প্ৰক্ৰিয়া

নিয়মীয়া বাৰ্তা ২৮ নৱেম্বৰঃ সমগ্ৰ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা অভি-নীল হত্যাকাণ্ডৰ গোচৰ প্ৰক্ৰিয়া ক্ৰমান্বয়ে মন্থৰ হৈ পৰিছে। বিপক্ষৰ অধিবক্তাই চেষ্টা চলাইছে গোচৰটো লেহেমীয়া কৰিবলৈ। যাক লৈ এতিয়া তীব্ৰ অসন্তুষ্টি, দুখ আৰু ক্ষোভ ব্যক্ত কৰিছে…

মোবাইল ব্যৱহাৰকাৰী সকলৰ বাবে মোক্ষম আঘাত !

নিয়মীয়া বাৰ্তা ২৮ নৱেম্বৰঃ মোবাইল ইণ্টাৰনেট ব্যৱহাৰকাৰী সকললৈ দুখবৰ। অহা ১ ডিচেম্বৰৰ পৰা বৃদ্ধি পাব ডাটা তথা ভয়চ কলৰ নতুন নিৰিখ। 'ট্ৰাই'য়ে মোবাইলৰ নূন্য়তম নিৰিখৰ ক্ষেত্ৰত হস্তক্ষেপৰ পৰা বিৰত থাকিব বুলি ইতিমধ্যেই জনাই দিছে। টেলিকম বিভাগৰ এজন…

কাজৰঙাত গঁড় চিকাৰৰ পূৰ্বে পূজা চোৰাং চিকাৰীৰ

নিয়মীয়া বাৰ্তা, ২৮ নৱেম্বৰঃ গঁড় চিকাৰৰ পূৰ্বে জংঘলৰ মাজত পূজাত বহে চোৰাং চিকাৰীৰ দল । কাকমাই দেৱীক পূজা কৰি গঁড় চিকাৰলৈ যায় চোৰাং চিকাৰী । মঙলবাৰে নিশা বিশ্বনাথত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা ৪ চোৰাং চিকাৰীৰ বিস্ফোৰক স্বীকাৰোক্তিৰ পাছতে…

মৰ্মান্তিক মধুচন্দ্ৰিকা ! পেৰাগ্লাইডিং হৈ পৰিল অমানিশা

নিয়মীয়া বাৰ্তা,২৮ নৱেম্বৰঃ মধুচন্দ্ৰিকাৰ এক মৰ্মান্তিক দুৰ্ঘটনা । মধুচন্দ্ৰিকাৰ বাবে যোৱা ২৭ বছৰীয়া অৰবিন্দ আৰু তেওঁৰ পত্নীৰ বাবে যে ইমান অনায়াসে নামি আহিব অন্ধকাৰ , সেয়া সপোনৰো আগোচৰ আছিল । বিবাহৰ পাচত হিমাচল ভ্ৰমণৰ বাবে যোৱা অৰবিন্দ আৰু…

প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

নিয়মীয়া বাৰ্তা, ২৮ নবেম্বৰঃ NRCৰ পূৰ্বৰ মুখ্য সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে CBIক গোচৰ দাখিল কৰিলে অসম প্লাবিক ৱৰ্কছে।APWৰ হৈ গোচৰ ৰুজু কৰে ৰাজীৱ ডেকাই। প্ৰতীক হাজেলাই NRCক লৈ দুৰ্নীতি কৰাৰ অভিযোগ APWৰ। NRCৰ বাবে কেন্দ্ৰীয় চৰকাৰে মুকলি কৰা…