নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দৰ্শকৰ আশিস বিচাৰি আহি আছে ‘প্ৰতিঘাত’

গুৱাহাটী, ২৮ নবেম্বৰঃ অসমীয়া চলচ্চিত্ৰ উদ্যোগলৈ আশাৰ বাৰ্তা কঢ়িয়াই অনা 'কাঞ্চনজংঘা', 'ৰত্নাকৰ'ৰ পিছত মুক্তিৰ বাবে সাজু হৈছে আন এখন অসমীয়া ছবি 'প্ৰতিঘাত'। মুক্তিৰ পূৰ্বেই ইতিমধ্যে চলচ্চিত্ৰ প্ৰেমীৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছে ছবিখনে। ইয়াৰ…

শ্বহীদৰ মূৰ্তি ভাঙি দুৰ্বৃত্তই নিলে খুকুৰী

নিয়মীয়া বাৰ্তা, ২৮ নবেম্বৰঃ পশ্চিম কাৰ্বিআংলঙৰ বিথং ৰেংথামা পৰিষদীয় সমষ্টিৰ মুগাচং ভানু চ'কত অৱস্থিত শ্বহীদ দুৰ্গা মল্লৰ প্ৰতিমূৰ্তি কোনো দুৰ্বৃত্তই ভাঙি পেলায়। এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। আজাদ হিন্দ ফৌজৰ প্ৰথম গৰাকী…

কেন্দ্ৰীয় চৰকাৰৰ অনীহাৰ কৰুণ পৰিণতিঃ বিক্ৰী হ’ব নগাঁও-কাছাৰ কাগজ কল

নিয়মীয়া বাৰ্তা, ২৮ নৱেম্বৰঃ অসমৰ দৰে ৰাজ্য এখনৰ কাৰণে প্ৰচুৰ সম্ভাৱনাপূৰ্ণ দুই ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান নগাঁও আৰু কাছাৰ কাগজ কল ইতিহাস হোৱাটো নিশ্চিত হৈ পৰিল । 'নেচনেল কোম্পানী ল ট্ৰিবিউনেল (এন চি এল টি)'- এ কাগজ কল দুটা বৰ্জ (স্ক্ৰেপ)…

বলিভিয়াৰ অস্থিৰতা

লেটিন আমেৰিকাৰ কেইবাখনো দেশত ৰাজনৈতিক অস্থিৰতা তুংগত উঠিছে। চিলি ভেনিজুৱেলা-কলম্বিয়াকে ধৰি কেইবাখনো দেশত চৰকাৰ বিৰোধী বিক্ষোভ তীব্ৰতৰ হোৱাৰ সময়তে বলিভিয়াত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ছ'চিয়েলিষ্ট নেতা ইভো ম'ৰালেছে প্ৰৱঞ্চনাৰ আশ্ৰয় লোৱা বুলি…

কয়লা খননক লৈ সংসদত সৰৱ প্ৰদ্যুৎ বৰদলৈ

নিয়মীয়া বাৰ্তা, ২৮ নৱেম্বৰঃ তিনিচুকীয়াৰ বৰ্ষাৰণ্যত চলি থকা অবৈধ কয়লা খননক লৈ বুধবাৰে লোকসভাৰ মজিয়াত পুনৰ সৰৱ হ'ল সাংসদ প্ৰদ্যুৎ বৰদলৈ । সদনৰ শূন্যকালত বৰ্ষাৰণ্যৰ ধ্বংসকাৰ্যৰ সবিশেষ তথ্য় দাঙি ধৰি কংগ্ৰেছৰ সাংসদ বৰদলৈয়ে শীঘ্ৰে সমস্ত ঘটনাৰ…

বিধানসভাত CAB, NRC : শুই শুই প্ৰতিবাদ কংগ্ৰেছৰ

নিয়মীয়া বাৰ্তা, ২৮ নৱেম্বৰঃ আজিৰ পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ শীতকালীন অধিৱেশনত সদনৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে । কংগ্ৰেছৰ এই প্ৰতিবাদী কাৰ্যসূচীত সহযোগিতা আগবঢ়াই এ আই ইউ ডি এফ দলে । সদনৰ ভিতৰত প্ৰথমে হাতত প্লেকাৰ্ড লৈ নাগৰিকত্ব…

জাগুন-মাৰ্ঘেৰিটা-লিডুত ব্যাপক হাৰত চলিছে কয়লাৰ অবৈধ খনন-পৰিবহন

নিয়মীয়া বাৰ্তা, ২৮ নৱেম্বৰঃ ৰাজ্যত অব্যাহত থকা কয়লা ছিণ্ডিকেটক লৈ পুনৰ সৰৱ হৈ পৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈ । বুধবাৰে গুৱাহাটীত এখন সংবাদমেলত গগৈয়ে কয় যে জাগুন-মাৰ্ঘেৰিটা-লিডুত সাংঘাতিক ৰূপত পুনৰ কয়লা ছিণ্ডিকেট আৰম্ভ…

‘কেব’ৰ বিৰোধিতাত অটল কনৰাড চাংমা

নিয়মীয়া বাৰ্তা,২৮ নৱেম্বৰঃ উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া লোকসকলৰ বাবে ভাবুকি কঢ়িয়াই অনা কেন্দ্ৰৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এইবাৰো সবল ভূমিকা ল'ব শাসকীয় বিজেপিৰ সহযোগী দল নেচনেল পিপলছ পাৰ্টী চমুকৈ এন পি পিয়ে । দলৰ সভাপতি তথা মেঘালয়ৰ…

অন্তিম দুটা দিনত উত্থাপন হ’ব ‘কেব’

নিয়মীয়া বাৰ্তা, ২৮ নৱেম্বৰঃ এতিয়াই সংসদৰ মজিয়াত উত্থাপন নহয় নাগৰিকত্ব সংশোধনী বিধেয়ক । বিতৰ্কিত বিধেয়কখন সংসদত উত্থাপন কৰাৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উত্তৰ-পূবৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হ'ব । কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ…

ভূটান-নেপালৰ উমাল বস্ত্ৰৰে ভৰিছে মহানগৰীৰ বজাৰ

নিয়মীয়া বাৰ্তা, ২৮ নৱেম্বৰঃ আকৌ আহিল শীত । কুঁৱলীৰ আচ্ছাদনৰ লগতে উমাল কাপোৰৰ উভৈনদীয়ে আগলি বতৰা কঢ়িয়াইছে শীতৰ আগমনৰ । শীতৰ আগলি বতৰা লৈ মহানগৰীত উপস্থিত হৈছে ভূটান, নেপাল, তিৰ্ব্বত আদি দেশৰ ব্যৱসায়ীসকল । যাৰ বাবে বহিঃৰাষ্ট্ৰৰ বিভিন্ন উমাল…