নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি মহাৰাষ্ট্ৰৰ মচনদত বহিব উদ্ধৱ

নিয়মীয়া বাৰ্তা, ২৮ নৱেম্বৰঃ মায়ানগৰী মুম্বাইস্থিত ঐতিহাসিক শিৱাজী পাৰ্কত আজি সামৰণি পৰিব মহাৰাষ্ট্ৰৰ মাহজোৰা মহাড্ৰামা । শিৱসেনা, এন চি পি আৰু কংগ্ৰেছৰ মিত্ৰজোঁট মহাৰাষ্ট্ৰ বিকাশ আঘাড়ীৰ নেতা তথা শিৱসেনাৰ মূৰব্বী উদ্ধৱ থাকৰেই সন্ধিয়া…

নাৰেংগীৰ সেনা ছাউনীত গজৰাজৰ তাণ্ডৱ

নিয়মীয়া বাৰ্তা, ২৮ নৱেম্বৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী-মানুহৰ সংঘাত অব্যাহত থকাৰ মাজতে বুধবাৰে মহানগৰীৰ নাৰেংগী সেনা ছাউনীত এটা বনৰীয়া হাতীয়ে উপদ্ৰৱ চলায় । খাদ্যৰ সন্ধানত সন্ধিয়া আমচাং অভয়াৰণৰ পৰা ওলাই অহা প্ৰকাণ্ড বনৰীয়া হাতীটো নাৰেংগী…

ওদালগুৰিৰ ভূটান সীমান্তত অসম গৌৰৱ এশিঙীয়া গঁড়

নিয়মীয়া বার্তা, ২৮ নৱেম্বৰঃ এইবাৰ চুবুৰীয়া ৰাষ্ট্র ভূটানৰ জনসাধাৰণৰ সন্মুখত অসমৰ ঐতিহ্যৰ লগত পৰিচয় কৰাব অসম গৌৰৱ এশিঙীয়া গঁড়ে ৷ কেৱল গঁড়েই নহয়, অসমীয়া গামোচা, জাপিৰ লগতে বড়ো জনগোষ্ঠীৰ আৰণাইৰ লগতে বিভিন্ন প্রতীক প্রতিফলিত কৰা হৈছে…

ডুবাইত উজলিল গুৱাহাটীৰ মনশ্রী শর্মা

নিয়মীয়া বার্তা, ২৭ নৱেম্বৰঃ অসমবাসীৰ বাবে এটা সুখবৰ ৷ আন্তঃৰাষ্ট্রীয় পর্যায়ত আকৌ এবাৰ উজলি উঠিছে অসমৰ এগৰাকী মহিলা ৷ যোৱা ২৪ নৱেম্বৰত ডুবাইত অনুষ্ঠিত শ্রেষ্ঠ মাতৃ প্রতিযোগিতাত প্রথম স্থান দখল কৰি দেশৰ লগতে ৰাজ্যলৈ সুনাম কঢ়িয়াই আনিছে মনশ্রী…

ভকতিদুৱাৰ বিদ্যালয়ৰ সপ্তম শ্রেণীৰ শিক্ষার্থীৰ আলোচনী ‘ঊষা কিৰণ’ উন্মোচন

নিয়মীয়া বার্তা, ২৮ নৱেম্বৰঃ মাজুলীৰ অন্যতম শিক্ষাৰ বুনিয়াদ স্বৰূপ ভকতিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়খনে জন্মলগ্ণৰে পৰা ছাত্র–ছাত্রীসকলৰ সাহিত্য, সংস্কৃতি, শিক্ষা, খেলা– ধূলাত ছাত্র–ছাত্রীৰ মান বিকাশৰ বাবে বিভিন্ন ধৰণৰ কার্যসূচী ৰূপায়ণ কৰি…

বৰা ছার্ভিচত মহিলাৰ চেইন থপিয়াই আৰক্ষীৰ জালত যুৱক

নিয়মীয়া বার্তা, ২৮ নৱেম্বৰঃ পল্টন বজাৰ থানাৰ অন্তর্গত বৰা ছার্ভিচৰ হৰবালা পথত বুধবাৰে এগৰাকী মহিলাৰ পৰা সোণৰ চেইন থপিয়াই পলাবলৈ চেষ্টা চলোৱা এজন যুৱকক ৰাইজে উত্তম–মধ্যম শোধাই আৰক্ষীক গতাই দিয়ে ৷ প্রত্যক্ষদর্শীয়ে জানিবলৈ দিয়া মতে, এএছ–০১…

চাইকেলেৰে ভাৰত ভ্রমি শিৱসাগৰত উপস্থিত ধর্মেশ্বৰ দাস

নিয়মীয়া বার্তা, ২৮ নৱেম্বৰঃ যি সময়ত অন্য একাংশ যুৱকে নিচাযুক্ত দ্রব্য সেৱন কৰি জীৱন ধ্বংস কৰিছে, তেনে সময়তে আন একাংশ উচ্চশিক্ষিত যুৱকে শ্রীমদ্ভাগৱত–গীতাৰ বাণী প্রচাৰৰ লগতে প্রদূষণ নিয়ন্ত্রণৰ উদ্দেশ্যে বিভিন্ন পন্থা অৱলম্বন কৰা পৰিলক্ষিত…

পিবিএললৈ অসম কন্যা অস্মিতা চলিহা

নিয়মীয়া বাৰ্তা ২৭ নৱেম্বৰঃ অহা বৰ্ষৰ প্ৰিমিয়াৰ বেডমিণ্টন লীগত দেখিবলৈ পোৱা যাব অসমৰ প্ৰচুৰ প্ৰতিভাসম্পন্ন শ্বাটলাৰ অস্মিতা চলিহাক। নতুন দিল্লীত মঙলবাৰে অনুষ্ঠিত ঐশ্বৰ্যশালী বেডমিণ্টন লীগখনৰ নিলাম অনুষ্ঠানত অসমৰ উদীয়মান বাঁওহতীয়া…

কেণ্টিনত সোমাল হাতী

মহানগৰীৰ নাৰেংগীত বন্যহস্তীৰ উপদ্ৰৱ নাৰেংগীৰ আৰ্মী কেণ্টিনত সোমাল হাতী কেণ্টিনৰ আচবাব ভাঙি লণ্ডভণ্ড কৰে হাতীটোয়ে জুই লৈ হাতী খেদাৰ চেষ্টা কেণ্টিন কৰ্মীৰ

আঘাতৰ বাবে টি-২০ শৃংখলাৰ পৰা শিখৰ বাহিৰ

নিয়মীয়া বাৰ্তা ২৭ নৱেম্বৰঃ অহা সপ্তাহৰ পৰা অনুষ্ঠিত হ'ব লগীয়া ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত টি-২০ ক্ৰিকেট শৃংখলাত আঘাতৰ বাবে ভাৰতৰ অপেনাৰ বেটছমেন শিখৰ ধাৱন দলৰ পৰা বাদ পৰিছে। ধৱনে মুস্তাক আলী টুৰ্ণামেণ্ট মহাৰাষ্ট্ৰৰ বিৰুদ্ধে খেলা মেচত আঘাত…