নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এবছৰত ৯৮০০ বাৰ উৰণত বিলম্ব

নিয়মীয়া বাৰ্তা ২৭ নৱেম্বৰঃ দেশৰ ৰাজহুৱা খণ্ডৰ বিমান প্ৰতিষ্ঠান এয়াৰ ইণ্ডিয়াৰ যোৱাটো বিত্তীয় বৰ্ষত ৯,৮০০ বাৰ উৰণত বিলম্ব হৈছে। এয়াৰ ইণ্ডিয়াত যাত্ৰা কৰা যাত্ৰীসকলৰ জ্ঞাত যে ২০১৮-১৯ ত এয়াৰ ইণ্ডিয়াৰ বিমান ১ ঘণ্টা বা তাতকৈ বেছি বিলম্ব হৈছে। এয়াৰ…

১১ ডিচেম্বৰলৈকে তিহাৰ জেলৰ আলহী পি. চিদাম্বৰম

নিয়মীয়া বাৰ্তা ২৭ নৱেম্বৰঃ সংকতে যেন লগ এৰা নাই প্ৰাক্তন বিত্ত মন্ত্ৰী পি. চিদাম্বৰমৰ । দিল্লীৰ এখন বিশেষ আদালতে ন্যায়িক জিম্মা পুনৰ বৃদ্ধি কৰে চিদাম্বৰমৰ। আই এন এক্স মিডিয়া গোচৰত চিদাম্বৰমক ১১ ডিচেম্বৰলৈকে তিহাৰ জেলতে থাকিব লাগিব।…

অযোধ্যা বিবাদঃ ডিচেম্বৰৰ প্ৰথম সপ্তাহত পুনৰীক্ষণ আবেদন

নিয়মীয়া বাৰ্তা ২৭ নৱেম্বৰঃ অযোধ্যা বিবাদৰ উচ্চতম ন্যায়ালয়ে দিয়া ৰায়দানৰ বিপক্ষে পুনৰ বিচাৰ আবেদন মুছলিম পাৰছনেল ল' ব'ৰ্ডে ডিচেম্বৰ মাহৰ প্ৰথম মাহত দাখিল কৰিব। পাৰছনেল ল' ব'ৰ্ডে টুইটৰ যোগেদি জানিবলৈ দিছে। ব'ৰ্ডৰ সচিবৰ লগতে বিশিষ্ট অধিবক্তা…

বিশ্বৰ প্ৰথমটো ভ্ৰাম্যমাণ হাতী খেদা যন্ত্ৰৰ পৰীক্ষামূলক প্ৰয়োগ

নিয়মীয়া বাৰ্তা, ২৭ নৱেম্বৰঃ অসমত বৃদ্ধি পাই অহা হাতীৰ উপদ্ৰৱৰ সময়তে আহিছে এটা ভাল খবৰ । হাতী-মানুহৰ সংঘাত ৰোধৰ লক্ষ্যৰে বুধবাৰে এই যন্ত্ৰৰ পৰীক্ষামূলক প্ৰয়োগ সম্পন্ন হয় গোলাঘাটৰ ভিন্ন প্ৰান্তত । বিশেষকৈ গোলাঘাট জিলাৰ বৃহত্তৰ মৰঙি অঞ্চলত…

ওমৰৰ নিৰ্দেশতে ৰাসত বিস্ফোৰণৰ পৰিকল্পনা

নিয়মীয়া বাৰ্তা ২৭ নৱেম্বৰঃ জেহাদীবিৰোধী অভিযান অব্যাহত থকাৰ সময়তে যোৱা সোমবাৰে গোৱালপাৰা জিলাত কুখ্যাত সন্ত্ৰাসবাদী সংগঠন আই এছৰ সৈতে জড়িত তিনিজন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনাই সমগ্ৰ ৰাজ্য়ত চাঞ্চল্য সৃষ্টি কৰিছে। বিশ্বৰ অন্যতম ভয়ংকৰ…

আজি সৰুসজাইত নৰ্থ ইষ্টৰ সন্মুখত মুম্বাই চিটী

নিউজডেস্ক, ২৭ নৱেম্বৰঃ বিগত ছীজনত ছেমিফাইনেল খেলা নৰ্থ-ইষ্টে এইবাৰ এতিয়ালৈকে চাৰিখন মেচ খেলি অপৰাজয়ৰ যাত্ৰা অব্যাহত ৰাখিছে । এই পৰ্যন্ত ৮ পইণ্ট অৰ্জন কৰি শীৰ্ষ চাৰিত নিজৰ স্থিতি অক্ষুণ্ণ ৰাখিছে দলটোৱে । আজি মুম্বাই চিটী এফ চিৰ বিৰুদ্ধে…

ইছৰ’ৰ সফলতা, উৎক্ষেপন ১৪টা কৃত্ৰিম উপগ্ৰহ

মহানগৰ, ২৭ নৱেম্বৰঃ অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ উৎক্ষেপন কেন্দ্ৰৰ পৰা আজি ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰই ১৪টাকৈ কৃত্ৰিম উপগ্ৰহ উৎক্ষেপন কৰে। কাৰ্টোছেট-৩ নামৰ কৃত্ৰিম উপগ্ৰহটোৰ লগতে আন ১৩টা ক্ষুদ্ৰ উপগ্ৰহ উৎক্ষেপন কৰে ইছৰ'ই। কাৰ্টোছেট-৩ নামৰ…

পথভ্ৰষ্ট হৈছে নেকি শিৱসেনা ! নৈতিকতাৰ প্ৰশ্ন তুলি দলত্যাগ ৰমেশৰ

নিয়মীয়া বাৰ্তা, ২৭ নৱেম্বৰঃ মহাৰাষ্ট্ৰত শিৱসেনা-এনচিপি-কংগ্ৰেছে চৰকাৰ গঠন কৰিবলৈ আগবঢ়াৰ পূৰ্বে এতিয়া শিৱসেনাৰ প্ৰতি যেন নাৰাজ হৈছে বহু নেতা । দুই বিপৰীত মেৰুত থকা কংগ্ৰেছ আৰু শিৱসেনাৰ মিত্ৰতাক লৈ মহাৰাষ্ট্ৰৰ ৰাজনৈতিক মহলত চৰ্চা চলি থকাৰ…

চলচ্চিত্ৰ মহোৎসৱৰ প্ৰাসংগিকতা

ভাৰতৰ আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ (ইফি়) স্বৰ্ণজয়ন্তী এতিয়া উদযাপিত হৈ আছে। বৰ্তমান বিশ্বৰ দহটি শীৰ্ষস্থানীয় চলচ্চিত্ৰ মহোৎসৱৰ মাজত স্থান লাভ কৰা এই ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱটিয়ে  চলচ্চিত্ৰৰসিকৰ আগ্ৰহ বৃদ্ধি কৰিব পাৰিছে।  যোৱা বছৰত এই…

বিশ্বনাথৰ হনুমান মন্দিৰত চোৰৰ লুটপাত

নিয়মীয়া বাৰ্তা, ২৭ নৱেম্বৰঃ মঙলবাৰে নিশা চতিয়াৰ কৰৈয়নীৰ হনুমান মন্দিৰত চোৰৰ তাণ্ডৱ । মন্দিৰৰ তলা ভাঙি চোৰে প্ৰৱেশ কৰা চোৰে পূজাৰ মূল্যৱান সা-সামগ্ৰী, টিলিঙাৰ লগতে চুৰি কৰি নিয়ে দানপাত্ৰৰ ধন । ইয়াৰ পাচতেই এতিয়া অঞ্চলটোত বিৰাজ কৰিছে তীব্ৰ…