নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশিষ্ট সাহিত্যিক নাহেন্দ্ৰ পাদুনলৈ সাহিত্যাচাৰ্য বঁটা

নিয়মীয়া বাৰ্তা, ২৭ নৱেম্বৰঃ মিচিং ভাষা-সাহিত্যৰ পুৰোধা ব্যক্তি, বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক নাহেন্দ্ৰ পাদুনলৈ সাহিত্যাচাৰ্য সন্মান বঁটা আগবঢ়াইছে অসম সাহিত্য সভাই । অসমীয়া ভাষা সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ…

নগাঁও আৰক্ষীৰ জালত অস্ত্ৰসহ ৭ ডকাইত

নিয়মীয়া বাৰ্তা, ২৭ নৱেম্বৰঃ নগাঁও আৰক্ষীৰ বিশেষ সফলতা । যোৱা ১৭ নৱেম্বৰৰ পুৱতিনিশা নগাঁৱৰ পুৰণিগুদামৰ কাষৰি গাঁওস্থিত ৰিলায়েঞ্চ পেট্ৰ'ল পাম্পত সংঘটিত ডকাইতিত জড়িত ৭ তাকৈ ডকাইতক গ্ৰেপ্তাৰ কৰিলে নগাঁও আৰক্ষীয়ে । ধৃত ডকাইত কেইটা ক্ৰমে জাকিৰ…

বাংলাদেশলৈ সৰবৰাহৰ পৰিকল্পনাঃ কঁহুৱাৰ মাজত উদ্ধাৰ ৬৭ টা গৰু

নিয়মীয়া বাৰ্তা, ২৭ নৱেম্বৰঃ ধুবুৰীৰ এম কো ৰোড আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ গৰু জব্দ কৰা হয় । বাইলাৰ চৰৰ পৰা ৰাইজৰ সহযোগত আৰক্ষীয়ে জব্দ কৰে ৬৭ টা গৰু । গৰুকেইটা বাংলাদেশলৈ চোৰাংভাৱে সৰবৰাহ কৰাৰ বাবে ৰখা হৈছিল । সোমবাৰে নিশা গো সৰবৰাহকাৰীসকলে…

গছতলৰ পৰা শ্ৰেণীকোঠালৈ বিহুঃ পাঠ্যপুথিৰ বিষয় হ’ব বাপতিসাহোন

নিয়মীয়া বাৰ্তা,২৭ নৱেম্বৰঃ প্ৰথমবাৰলৈ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ'ব অসমৰ চেনেহৰ 'বিহু'। আগন্তুক ২০২০ বৰ্ষৰ পৰা উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ শিক্ষাৰ্থীসকলে প্ৰথমবাৰৰ বাবে ঐচ্ছিক বিষয় হিচাপে অধ্যয়ন কৰিব পাৰিব বিহু ।…

স্বাস্থ্যৰ উন্নতি ঘটিছে অসুস্থ বদৰুদ্দিন আজমলৰ 

নিয়মীয়া বাৰ্তা, ২৭ নৱেম্বৰঃ হঠাতে অসুস্থ হৈ পৰা এ আই ইউ ডি এফৰ মুৰব্বী তথা সাংসদ বদৰুদ্দিন আজমল বৰ্তমান হোজাইৰ হাম চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । চিকিৎসালয়ৰ ২০২ নং কোঠাত থকা আজমলৰ চিকিৎসাৰ তদাৰক কৰি আছে প্ৰাক্তন বিধায়ক তথা চিকিৎসক ডাঃ…

জেহাদী গ্ৰেপ্তাৰৰ পিছতে সষ্টম অসম আৰক্ষী

গুৱাহাটী, ২৭ নৱেম্বৰঃ গোৱালপাৰাৰ কৃষ্ণাইত কুখ্যাত সন্ত্ৰাসবাদী সংগঠন আই এছৰ তিনি সন্ত্ৰাসবাদীক দিল্লী আৰক্ষীয়ে স্থানীয় আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰাৰ পিছতে অসম আৰক্ষীয়ে অধিক সতৰ্কমূলক ব্যৱস্থা গ্ৰহণ কৰিছে । গুৱাহাটী আৰক্ষীৰ যুটীয়া আয়ুক্ত…

আছু আৰু নেছ’ক ‘কেব’ বিৰোধিতাৰ প্ৰতিশ্ৰুতি তৃণমূল কংগ্ৰেছৰ

নিয়মীয়া বাৰ্তা, ২৭ নৱেম্বৰঃ উত্তৰ-পূৰ্বাঞ্চল ছাত্ৰ সংগঠন (নেছ') আৰু সদৌ অসম ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দলক তৃণমূল কংগ্ৰেছ দলে মঙলবাৰে পুনৰ অতি স্পষ্টভাৱে কয় যে দলে কেবৰ দৃঢ়তাৰে বিৰোধিতা কৰিছিল আৰু দৃঢ়তাৰে বিৰোধিতা কৰি যাব । মঙলবাৰে নতুন…

কোন হ’ব ৰাজ্যৰ পৰৱৰ্তী ডিজিপি ?

নিয়মীয়া বাৰ্তা, ২৭ নৱেম্বৰঃ ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধান কুলধৰ শইকীয়াৰ অৱসৰৰ মাজত মাত্ৰ ৩ টা দিন বাকী । অহা ৩০ নৱেম্বৰত আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে অৱসৰ গ্ৰহণ কৰাৰ পাছত তেওঁৰ উত্তৰাধিকাৰী কোন হ'ব তাক লৈ এতিয়া ব্যাপক চৰ্চা আৰম্ভ হৈছে । ইপিনে…

ডিব্রুগড়ত ভূলুণ্ঠিত মানৱতাঃ জাবৰৰ দ’মত তিনি নৱজাতকৰ মৃতদেহ

নিয়মীয়া বার্তা,২৭ নৱেম্বৰঃ বিজ্ঞান–প্রযুক্তিৰ উন্নয়নৰ সমান্তৰালভাৱে মানৱ জাতিৰ চিন্তাধাৰা, প্রমূল্যবোধ আৰু সভ্যতাৰো বিকাশ হোৱা বুলি দাবী কৰা হৈ আহিছে যদিও কার্যক্ষেত্রত ইয়াৰ সত্যতা কিমান, তাক লৈ সময়ে সময়ে প্রশ্ন উত্থাপন হৈ আহিছে ৷ মঙলবাৰে…

মর্গত এন্দুৰে ভক্ষণ কৰিলে মৃতদেহঃ শিৱসাগৰত উত্তেজনা 

নিয়মীয়া বার্তা, ২৭ নৱেম্বৰঃ শিৱসাগৰ চহৰৰ মাজমজিয়াত ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ কাংকান নগৰৰ সমীপত সোমবাৰে সন্ধিয়া সংঘটিত ভয়াৱহ পথ দুর্ঘটনাটোত আহত দুর্লভ হাজৰিকা ওৰফে বাবলু হাজৰিকাৰ (২৬) নিশা ডিব্রুগড অসম চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয় ৷ সোমবাৰে…