নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গছপুলি ৰুই ফটো উঠাৰ প্রৱণতা ত্যাগ কৰা উচিতঃ যাদৱ পায়েং

নিয়মীয়া বার্তা, ২৭ নৱেম্বৰঃ ‘পৃথিৱীখনক সেউজ কৰি ৰখাৰ বাবে সমাজৰ সকলো শ্রেণীৰ মানুহে একেলগে কাম কৰিব লাগিব ৷ এইক্ষেত্রত শিক্ষক তথা ছাত্র সমাজে সর্বাধিক ভূমিকা গ্রহণ কৰিব পাৰে ৷ জ্ঞান যাত্রাৰ দৰে কার্যসূচী আমি বনৰ মাজত ৰূপায়িত কৰিব পাৰোঁ ৷…

১৯৭১ ৰ পিছত অহা বাংলাদেশীক ভূমি দিব মমতাই

নিয়মীয়া বাৰ্তা, ২৭ নৱেম্বৰঃ পশ্চিমবংগত তিনিটাকৈ বিধানসভা সমষ্টিৰ উপ–নির্বাচন চলি থকা সময়তে মুখ্যমন্ত্রী মমতা বেনার্জীৰ কেবিনেটে ১৯৭১ ৰ যুদ্ধৰ পিছত অহা বাংলাদেশী লোকসকলক ভূমিৰ অধিকাৰ প্রদান কৰাৰ সিদ্ধান্ত গ্রহণ কৰে ৷ লক্ষণীয়ভাৱে ’৭১ৰ যুদ্ধৰ…

বহিঃৰাজ্যলৈ মানৱ সৰবৰাহঃ বাংগালুৰুত উদ্ধাৰ অসমৰ ৩ কিশোৰী

নিয়মীয়া বার্তা, ২৭ নৱেম্বৰঃ ৰাজ্যখনত অতিসম্প্রতি বৃদ্ধি পাইছে মানৱ সৰবৰাহকাৰী ৷ নিবনুৱা সমস্যাৰ গইনা লৈ দুষ্টচক্রই প্রতিদিনে অসমৰ ভিতৰুৱা অঞ্চলৰ পৰা সৰবৰাহ কৰি আহিছে মানৱ সম্পদ ৷ এনে এক ঘটনা সংঘটিত হৈছে বাগ্সা জিলাৰ নাগ্রীজুলিত ৷ প্রাপ্ত…

উচ্চ ন্যায়ালয়লৈ যোৱাৰ হুংকাৰ অনাশিক্ষকৰ

নিয়মীয়া বাৰ্তা, ২৭ নৱেম্বৰঃ ৰাজ্যৰ ৩০৬ খন অপ্রাদেশীকৃত মাধ্যমিক শিক্ষানুষ্ঠানৰ ১০২৮ গৰাকী অনাশিক্ষক–কর্মচাৰী পদ প্রাদেশিকীকৰণৰ দাবী উত্থাপন কৰিছে সদৌ অসম প্রাদেশিকীকৰণ যোগ্য অনা শিক্ষক–কর্মচাৰী সন্থাই ৷ মঙলবাৰে গুৱাহাটী প্রেছ ক্লাবত এখন…

আই চি চি টেষ্ট ৰেংকিঙত ক্ৰিকেটত ভাৰতীয় খেলুৱৈৰ দপদপনি

নিয়মীয়া বাৰ্তা ২৬ নৱেম্বৰঃ বাংলাদেশৰ বিৰুদ্ধে টেষ্ট ক্ৰিকেট ত শতক অৰ্জন কৰি বিৰাট কোহলীয়ে আই চি চিৰ ৰেংকিঙত অষ্ট্ৰেলিয়াৰ ষ্টিভ স্মিথৰ অতিক্ৰম কৰিবলৈ মাত্ৰ ৩ পইণ্টৰ ব্যৱধানত পিছ পৰি আছে। আই চি চি ৰ ৰেংকিঙত ষ্টিভ স্মিথে ৯৩১ পইণ্টেৰে প্ৰথম…

তেজপুৰৰ হলেশ্বৰত শোকাৱহ দুৰ্ঘটনা

তেজপুৰ, ২৬ নবেম্ৱৰঃ তেজপুৰৰ হলেশ্বৰত শোকাৱহ দুৰ্ঘটনা সংঘটিত হয়। বাইক আৰু ইনভা বাহনৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় এজন লোক। থিতাতে নিহত লোকজনৰ নাম মনজুৰ আলী। পুত্ৰ আৰু ভতিজাকক বিদ্যালয়ৰ পৰা অনাৰ পথত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাত আহত দুই…

নিৰ্ভয়া গণধৰ্ষণৰ গোচৰৰ নতুন আদালতলৈ স্থানান্তৰৰ সিদ্ধান্ত

নিয়মীয়া বাৰ্তা ২৬ নৱেম্বৰঃ দিল্লীৰ পাটিয়ালা হাউছ আদালতে সোমবাৰে শিহৰণকাৰী নিৰ্ভয়া গণধৰ্ষণ গোচৰ অন্য আদালতলৈ স্থানান্তৰ কৰাৰ অনুমতি প্ৰদান কৰিছে। ২০১২ চনৰ ১৬ ডিচেম্বৰত দেশৰ ৰাজধানী নতুন দিল্লীত এখন বাছৰ ভিতৰতে ৬ দুৰ্বৃত্তই নিৰ্ভয়াৰ ওপৰত…

কাশ্মীৰ বিশ্ববিদ্যালয় প্ৰৱেশদ্বাৰত সন্ত্ৰাসবাদীৰ গ্ৰেণেড আক্ৰমণ

নিয়মীয়া বাৰ্তা ২৬ নৱেম্বৰঃ কাশ্মীৰ বিশ্ববিদ্যালয়ৰ প্ৰৱেশদ্বাৰৰ সন্মুখত সন্দেহযুক্ত সন্ত্ৰাসবাদীয়ে আজি গ্ৰেণেড আক্ৰমণ কৰে। এই আক্ৰমণত দুজন স্থানীয় লোক আহত হয়। নিৰাপত্তাৰক্ষীয়ে সমগ্ৰ অঞ্চলটোত সন্ত্ৰাসবাদীক বিচাৰ কৰি জোৰদাৰ আন্দোলন কৰিছে।…

অযোধ্যা গোচৰত পুনৰ বিচাৰ আৱেদন নকৰে ছুন্নী ৱাকৰ্ফ ব’ৰ্ডে

নিয়মীয়া বাৰ্তা ২৬ নৱেম্বৰঃ অযোধ্যা বিবাদৰ ওপৰত মঙলবাৰে চুন্নী ৱাকৰ্ফ ব'ৰ্ডে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ব'ৰ্ডে উচ্চতম ন্যায়ালয়ে অযোধ্যা ৰায়ৰ গোচৰৰ ওপৰত কোনো ধৰণৰ পুনৰ বিচাৰৰ বাবে আবেদন নজনায়। উত্তৰ প্ৰদেশ চুন্নী ৱাৰ্কফ ব'ৰ্ডৰ…

দেৱেন্দ্ৰ ফাড়নাৱিছৰ পদত্যাগ

আস্থাভোটৰ পূৰ্বে মহাৰাষ্ট্ৰত পট পৰিৱৰ্তন উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ পদত্যাগৰ পাচতেই পদত্যাগ মুখ্যমন্ত্ৰীৰ শনিবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত লোৱা দেৱেন্দ্ৰ ফাড়নাৱিছৰ পদত্যাগ গঠন হ'ব লগা নতুন চৰকাৰলৈ শুভকামনা ফাড়নাৱিছৰ