নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এতিয়াৰে পৰা প্ৰাক্তন প্ৰধান মন্ত্ৰীৰ পৰিয়ালে নাপাব এছ পি জিৰ সুৰক্ষা

নিয়মীয়া বাৰ্তা ২৫ নৱেম্বৰঃ এতিয়াৰে পৰা প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু তেওঁলোকৰ পৰিয়ালক কোনো ধৰণৰ এছ পি জি সুৰক্ষা প্ৰদান কৰা নহয়। কেন্দ্ৰীয় চৰকাৰে লোকসভাত আজি এছ পি জি সুৰক্ষা সম্পৰ্কীয় বিলখন উত্থাপন কৰা হয়। এই নতুন বিলখনৰ মতে বৰ্তমানৰ…

নৰেন্দ্ৰ মোডী সম্পৰ্কে মিছা বাতৰিঃ বাংলাদেশৰ ২ কাকতলৈ জাননী

নিয়মীয়া বাৰ্তা,২৫ নৱেম্বৰঃ নৰেন্দ্ৰ মোডী সম্পৰ্কে ভিত্তিহীন বাতৰি প্ৰচাৰৰ পাচতেই এতিয়া বাংলাদেশৰ দুখন দৈনিক কাকতলৈ বাখ্যা বিচাৰি জাননী প্ৰেৰণ কৰিছে বাংলাদেশ তথ্য মন্ত্ৰালয়ে । বাবৰি মছজিদ আৰু ৰাম মন্দিৰ বিতৰ্কৰ কথা বাংলাদেশৰ দৈনিক কাকতসমূহেও…

তেজপুৰত যুৱ–ছাত্র পৰিষদৰ কেন্দ্রীয় লাচিত দিৱসত ড০ চন্দন কুমাৰ শর্মা

নিয়মীয়া বাৰ্তা, তেজপুৰ, ২৫ নৱেম্বৰঃ সাম্প্রতিক অৱস্থাত অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ মাজত সংহতিৰ অভাৱ ঘটিছে৷ যাৰ বাবে জাতীয় জীৱনৰ ধূসৰ ছবিখন পৰিস্ফুট হৈ পৰিছে৷ লাচিত বৰফুকন আছিল সংহতিৰ প্রতীক৷ তাহানি অসমৰ সকলো শ্রেণীৰ জনসাধাৰণক ঐক্যবদ্ধ কৰি…

বহিঃৰাজ্যৰ কাপোৰক প্রতিযোগিতাৰে উৎখাত কৰিলে তিষ্ঠি থাকিব শুৱালকুছিৰ শিল্প

বিশেষ বার্তা, শুৱালকুছি, ২৪ নৱেম্বৰঃ ‘পৃথিৱীৰ উন্নয়নশীল দেশসমূহে যিমানে যন্ত্র উদ্ভাৱন কৰিছে, সিমানে পৃথিৱীৰ পৰা কুটীৰ শিল্প ক্রমাগতভাৱে নাইকিয়া হ’বলৈ ধৰিছে৷ মেচিনৰ সৃষ্টিয়ে কর্মত মানুহৰ সংখ্যা হ্রাস কৰাৰ ফলত প্রতিখন দেশত নিৱনুৱাৰ সংখ্যা…

নতুনকৈ এনআৰচি হ’লে ক’টলৈ যাব কংগ্রেছ

নিয়মীয়া বার্তা, দক্ষিণ শালমাৰা, ২৫ নৱেম্বৰঃ বিজেপি চৰকাৰে এক দেশ, এক নীতি, এক ভাষা আৰু এক ধর্মৰ পৰিকল্পনা কৰি কেব আৰু নতুনকৈ এন আৰ চি উন্নীতকৰণৰ প্রচেষ্টা হাতত লৈছে বুলি দক্ষিণ শালমাৰাৰ কংগ্রেছী বিধায়ক তথা প্রাক্তন মন্ত্রী হাজী ৱাজেদ আলী…

গায়ন–বায়নৰ ধ্বনিৰে মুখৰ ঐতিহাসিক মালৌপথাৰ

মালৌপথাৰৰ পৰা প্রদীপ বৰা, ৰঞ্জিত ভূঞা, ২৪ নৱেম্বৰঃ যোৰহাটৰ ঐতিহাসিক মালৌপথাৰতেই মায়ামৰা সমাজৰ ঐক্য, সাহস আৰু সংহতিৰ প্রতীক বৰভেটি৷ আৱহমান কালৰে পৰা আঘোণ মাহৰ প্রথম দেওবাৰে আয়োজিত হৈ আহিছে ন লগোৱা উৎসৱ৷ শদিয়াৰ পৰা ধুবুৰীলৈ সিঁচৰতি হৈ থকা…

ইউটিচি গঠন হ’লে বহি নাথাকোঁঃ শৰণীয়া

নিয়মীয়া বার্তা, গোৰেশ্বৰ, ২৫ নৱেম্বৰঃ বিএচি, বিটিচি জোৰ–জুলুমকৈ জাপি দিয়া হৈছিল৷ বিপিএফৰ স্বজন, তোষণ, দুর্নীতি, বিভাজনৰ ৰাজনীতি বন্ধ কৰিব লাগিব৷ ইউটিচি গঠন হ’লে আমি বহি নাথাকোঁ৷ –এই মন্তব্য কোকৰাঝাৰ সমষ্টিৰ সাংসদ নৱ শৰণীয়াৰ৷ আগন্তুক বিটিচি…

ক্ৰমাগত ৭ খন টেষ্টত জয়েৰে ধোনীক অতিক্ৰম কোহলীৰ

নিয়মীয়া বাৰ্তা ২৫ নৱেম্বৰঃ ক্ৰমাগত ৭ খন টেষ্ট মেচত জয সাব্যস্ত কৰা ভাৰতৰ প্ৰথমগৰাকী অধিনায়ক হিচাপে অভিলেখ ৰচিছে বিৰাট কোহলীয়ে। কলকাতাৰ ইডেন গাৰ্ডেনত দেওবাৰে সামৰণি পৰা ঐতিহাসিক দিবা-নৈশ টেষ্টত বাংলাদেশক এক ইনিংছ আৰু ৪৬ ৰানৰ ব্যৱধানত পৰাস্ত…

ভয়ংকৰ বিস্ফোৰণৰ পৰা ৰক্ষা পৰিল গোৱালপাৰাঃ গ্ৰেপ্তাৰ ৩ ISIS সদস্য

নিয়মীয়া বাৰ্তা ২৫ নৱেম্বৰঃ ভয়ংকৰ আক্ৰমণৰ পৰা ৰক্ষা পৰিল অসম । ৰাসৰ সময়ত বোমা বিস্ফোৰণৰ পৰিকল্পনা কৰিছিল ISIS এ । গোৱালাপাৰত তিনি ISIS সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ । এই ISIS সদস্যকেইজনে ৰাস মহোৎসৱত IED বিস্ফোৰণৰ পৰিকল্পনা কৰিছিল, তাৰ পিছতেই…

পশ্চিমবংগত বিজেপি প্ৰাৰ্থীক আক্ৰমণঃ অভিযোগৰ আঙুলি তৃণমূললৈ

নিয়মীয়া বাৰ্তা , ২৫ নৱেম্বৰঃ পশ্চিমবংগত তিনিটা বিধানসভা সমষ্টিত উপনিৰ্বাচন চলি থকাৰ মাজতে সংঘটিত হ'ল এক অপ্ৰীতিকৰ পৰিস্থিতি । কৰিমপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী জয়প্ৰকাশ মজুমদাৰক ৰাস্তাৰ কাষত এদল উদণ্ড মানুহে চৰ-কিল, গোৰ-ঘোচা আদিৰে আক্ৰমণ কৰাৰ…