নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফিল্মফেয়াৰ এৱাৰ্ডৰ টিকটৰ ৫০ শতাংশ ধন যাব অসমৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ

নিয়মীয়া বাৰ্তা, ২৫ নৱেম্বৰঃ অসমত পোনপ্ৰথমবাৰৰ বাবে ফিল্মফেয়াৰ এৱাৰ্ড অনুষ্ঠান হোৱাৰ প্ৰাকক্ষণত সোমবাৰে গুৱাহাটীৰ তাজ ভিভাণ্টাত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত অসম চৰকাৰ আৰু টাইমছ অৱ ইণ্ডিয়াৰ মাজত এক চুক্তি স্বাক্ষৰিত হয় । মুখ্যমন্ত্ৰী সৰ্বানন্দ…

সাৰদা কাণ্ডঃ ৰাজীৱ কুমাৰৰ জামিন বাতিলৰ শুনানি স্থগিত

নিয়মীয়া বাৰ্তা,২৫ নৱেম্বৰঃ সাৰদা কাণ্ডৰ সৈতে নাম সাঙুৰ খাই পৰা কলকাতাৰ প্ৰাক্তন আৰক্ষী আয়ুক্ত ৰাজীৱ কুমাৰৰ জামিন বাতিলৰ আবেদন স্থগিত কৰিছে উচ্চতম ন্যায়ালয়ে । উচ্চতম ন্যায়ালয়ৰ পৰা জনোৱা অনুসৰি ২৯ নৱেম্বৰ পৰ্যন্ত বাতিল কৰা হৈছে এই শুনানি ।…

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ

নিয়মীয়া বাৰ্তা ২৫ নৱেম্বৰঃ বাংলাদেশক দ্বিতীয় টেষ্টত ইনিংছৰ ব্যৱধানত বিধ্বস্ত কৰি ভাৰতে আই চি চি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাত শীৰ্ষ স্থান অক্ষুণ্ণ ৰাখিছে। বাংলাদেশৰ বিৰুদ্ধে ২-০ ব্যৱধানত শৃংখলা হস্তগত কৰা টীম ইণ্ডিয়াৰ পইণ্টৰ…

মহাৰাষ্ট্ৰ বিধানসভাঃ মঙলবাৰে ৰায়দান দিব উচ্চতম ন্যায়ালয়ে

নিয়মীয়া বাৰ্তা, ২৫ নৱেম্বৰঃ মহাৰাষ্ট্ৰত বিজেপিয়ে চৰকাৰ গঠনৰ পাচতে এতিয়া দেশজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া । চাৰ্জিকেল ষ্ট্ৰাইকৰ ভংগীত বিজেপিয়ে চৰকাৰ গঠন কৰিছে বুলি উল্লেখ কৰি উচ্চতম ন্যায়ালয়ত আবেদন কৰে শিৱসেনা-কংগ্ৰেছ আৰু এনচিপি মিত্ৰজোঁটে ।…

গ্ৰুপত ফটো উঠাৰ মাজতে বিৰাট কোহলিয়ে ট্ৰফী হাতত তুলি দিলে কে এছ ভৰতক । পিচে কোন এই কে এছ ভৰত ?

নিউজডেস্ক, ২৫ নৱেম্বৰঃ শেহতীয়াকৈ বিৰাট কোহলি নেতৃত্বাধীন ভাৰতীয় দলে দুখনীয়া টেষ্ট মেচত ২-০ ব্যৱধানত হোৱাইট ৱাশ্ব কৰিলে বাংলাদেশক । এই বিজয়ৰ পাছতে ভাৰতীয় দলৰ সকলো সদস্যই ট্ৰফীৰ সৈতে ফটো উঠে । কিন্তু ইয়াৰ মাজতে দেখা গ'ল অধিনায়ক কোহলিয়ে বিজয়…

হাত-ভৰিত ৩২ আঙুলি , মানুহে কয় ডাইনী …

নিয়মীয়া বাৰ্তা,২৫ নৱেম্বৰঃ এগৰাকী ৬৫ বছৰীয়া মহিলা । নাম নায়ক কুমাৰী । সচৰাচৰ মানুহৰ হাত আৰু ভৰিত থকা মুঠ আঙুলিৰ ২০ টাৰ পৰিৱৰ্তে ৩২ টা আঙুলি থকাৰ বাবে এতিয়া চৰ্চালৈ আহিছে এইগৰাকী বয়োজ্যেষ্ঠ মহিলা । জন্মৰ পৰাই দুই ভৰিৰ আঙুলি ২০ আৰু দুয়োটা…

মহিলা ভোটাৰেই নিৰ্ণয় কৰিব ৰঘুবৰৰ ভাগ্য

নিয়মীয়া বাৰ্তা ২৫ নৱেম্বৰঃ ঝৰখণ্ডত এইবাৰ কেইবাটাও বিধানসভা সমষ্টিত মহিলা ভোটাৰেই নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব। লক্ষণীয়ভাৱে ৰাজ্যখনত পূৰ্বতকৈ মহিলা ভোটাৰাৰৰ ভোটদানৰ হাৰ বেছি। পূৰ্বৰ নিৰ্বাচনবোৰত মহিলা ভোটাৰৰেই ৰাজ্যখনত ব্যাপক হাৰত ভোটদানৰ হাৰ…

অচিৰেই মিচন চাৰিআলিত নিৰ্মাণ হ’ব উৰণীয়া সেঁতু !

নিয়মীয়া বাৰ্তা, ২৫ নৱেম্বৰঃ তেজপুৰবাসীৰ লগতে মিচন চাৰিআলিৰে দৈনিক যাতায়ত কৰা লোকসকলৰ বাবে সুখবৰ । কাৰণ অচিৰেই মিচন চাৰিআলিত নিৰ্মাণ হ'ব এখন উৰণীয়া সেঁতু । এইকথা প্ৰকাশ কৰিছে ৰাজ্যৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্টানী বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত…

বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত মহানগৰবাসী

নিয়মীয়া বাৰ্তা, ২৫ নৱেম্বৰঃ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাহীনতাত ভোগাৰ সমান্তৰালকৈ কৃত্ৰিম বান আৰু তীব্ৰ যান-জঁটৰ লগতে অন্যান্য সমস্যাৰ সৈতে সহাৱস্থান কৰা মহানগৰবাসীয়ে এটুপি খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে । যি সময়ত গুৱাহাটী মহানগৰীক…

ঝাৰখণ্ড নিৰ্বাচনঃ ৫৫ জন কোটিপতি প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা

নিয়মীয়া বাৰ্তা, ২৫ নৱেম্বৰঃ আগন্তুক ৩০ নৱেম্বৰৰ পৰা ঝাৰখণ্ডত পাঁচটা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ১৮৯ গৰাকী প্ৰাৰ্থীৰ ৫৫ গৰাকীয়েই হৈছে কোটিপতি । এছ'চিয়েন ফ'ৰ ডেম'ক্ৰেটিক ৰিফ'ৰ্মছ…