নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কিয় ৰেখাৰ প্ৰেম অস্বীকাৰ কৰিছিল অমিতাভে ? মুখ খুলিলে ৰেখাইঃ

নিয়মীয়া বাৰ্তা, ২৪ নৱেম্বৰঃ বিগ বি অমিতাভ বচ্চন আৰু ৰেখাৰ প্ৰথম সাক্ষাৎ হৈছিল ১৯৭৬ চনৰ 'দো আনজানে'ৰ শ্বুটিং ছেটত । তাৰ পৰৱৰ্তী সময়ত 'চিলচিলা'কে ধৰি একাধিক ছবিত দুয়ো স্ক্ৰীন 'শ্বেয়াৰ' কৰিছিল । ইপিনে দুয়ো বলীউড দৰ্শকৰ মাজত জনপ্ৰিয় হৈছিল…

অসম এৰি স্বদেশলৈ জাকে জাকে বাংলাদেশী

নিয়মীয়া বাৰ্তা, ২৪ নৱেম্বৰঃ সীমান্তৰ সিপাৰৰ পৰা অনুপ্ৰৱেশৰে অসমৰ জনগাঁথনি বিঘ্নিত কৰা তথা দেশৰ সাৰ্বভৌমত্ব-অখণ্ডতাৰ প্ৰতি তীব্ৰ ভাবুকিৰ কাৰক হৈ পৰা অবৈধ বাংলাদেশীৰ মাজত এইবাৰ সৃষ্টি হৈছে আতংক । অসমৰ লগতে দেশৰ অন্য স্থানত খোপনি পুতি বহা…

মহানগৰীত অব্যাহত ডকাইতৰ সন্ত্ৰাসঃ ১০ লক্ষাধিক লুট এসপ্তাহত

নিয়মীয়া বাৰ্তা, ২৪ নৱেম্বৰঃ ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত উদ্বেগজনক ভাৱে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা । বিভিন্ন প্ৰান্তত নিতৌ সংঘটিত হোৱা এটাৰ পিছত আনটো চুৰি-ডকাইতি, হত্যা-হিংসা আৰু অন্যান্য অপৰাধজনিত ঘটনাই মহানগৰবাসীৰ নিদ্ৰাহৰণ কৰিছে…

১৭ ডিচেম্বৰত গুৱাহাটীত বিগ বি-শচীন-লাৰা-কপিল

নিয়মীয়া বাৰ্তা, ২৪ নৱেম্বৰঃ অহা ১৭ ডিচেম্বৰত গুৱাহাটীত সমাহাৰ ঘটিব দেশ তথা বিভ্বৰ ক্ৰীড়া আৰু সাংস্কৃতিক ক্ষেত্ৰৰ মহাতাৰকাৰ । পোনপ্ৰথমবাৰৰ বাবে গুৱাহাটী মহানগৰীত একেলগে ক্ৰীড়া আৰু সাংস্কৃতিক ক্ষেত্ৰৰ উজ্জল নক্ষত্ৰ, প্ৰখ্যাত ব্যক্তিসকল…

‘২১ ত কেবৰ প্ৰভাৱ নপৰে, ৰাইজে ভোট দিবইঃ ড০ শৰ্মা

নিয়মীয়া বাৰ্তা, ২৪ নৱেম্বৰঃ '২০২১ চনৰ বাবে ৰঙাপৰা সমষ্টিৰ ৰাইজক আগতীয়াকৈ বুকিং কৰিলোঁ, সকলোৱে পুনৰ হিয়া উজাৰি ভোট দিব । সমগ্ৰ দেশৰ বাবে নাগৰিকত্বৰ ভিত্তিবৰ্ষ একেই হ'ব লাগে । সাংবাদিকসকলে ভোট দিলে কেবৰ প্ৰভাৱ পৰিব, ৰাইজে ভোট দিলে প্ৰভাৱ নপৰে…

বাংলাদেশত আলফাৰ ১৩ টা ৰকেট লঞ্চাৰসহ বিস্ফোৰক উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ২৪ নৱেম্বৰঃ বাংলাদেশক জব্দ হৈছে বৃহৎ পৰিমানৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ । দেশখনৰ সেনাবাহিনীৰ অভিযানত উদ্ধাৰ হোৱা বিস্ফোৰক সামগ্ৰীখিনি অসমৰ বিদ্ৰোহী সংগঠন আলফাৰ বুলি সন্দেহ কৰা হৈছে । উল্লেখ্য যে আৰ্মী আৰু ৰেপিড একচন বেটেলিয়নে…

পিংক টেষ্টত শতক অৰ্জন কোহলীৰ

নিয়মীয়া বাৰ্তা ২৩ নৱেম্বৰঃ ভাৰতৰ ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে বাংলাদেশৰ বিৰুদ্ধে ইডেন গাৰ্ডেনত অনুষ্ঠিত হৈ থকা দ্বিতীয় খন টেষ্টত শতক অৰ্জন কৰিছে। ২৭ নম্বৰ টেষ্ট শতক অৰ্জন কৰাৰ লগে লগে কোহলীয়ে নিজৰ নামত কেইবাটাও অভিলেখ নিজৰ নাম কৰে।…

পিংক টেষ্টৰ ইটো সিটো

নিয়মীয়া বাৰ্তা ২৩ নৱেম্বৰঃ ভাৰতৰ মাটিত অনুষ্ঠিত প্ৰথমখন দিবা-নৈশ টেষ্টৰ পূৰ্বে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে শুকুৰবাৰে ইডেন গাৰ্ডেনৰ বেল বজাই আনুষ্ঠানিক ভাৱে মেচৰ শুভাৰম্ভ…

নাজিৰাত মাইক্র’ফাইনেন্সৰ ভয়ত ঘৰ এৰি পলায়ন চকীমুখ পহুচিঙৰ পৰিয়ালৰ

নিয়মীয়া বার্তা, নাজিৰা ২২ নৱেম্বৰঃ নাজিৰা আদর্শ থানাৰ সমীপৰে মলা গাঁৱত সংঘটিত মাইক্র’ফাইনেন্স কোম্পানী তথা বন্ধন বেংকৰ গোটৰ মহিলাৰ দ্বাৰা সতীর্থ এগৰাকী মহিলাৰ ঘৰৰ টিনপাত খোলাৰ উপৰি ঘৰৰ বয়–বস্তুকে ধৰি অন্যান্য সা–সামগ্রী হস্তগত কৰি মানৱতা…

নামদাঙৰ শিলৰ সাঁকোৰ জৰীপ আৰম্ভ

নিয়মীয়া বার্তা, শিৱসাগৰ, গৌৰীসাগৰ, ২২ নৱেম্বৰঃ নামদাঙৰ শিলৰ সাঁকো সংৰক্ষণক লৈ শিৱসাগৰ জিলা প্রশাসনত আৰম্ভ হৈছে যুদ্ধকালীন তৎপৰতা৷ শিৱসাগৰ ভ্রমণৰত জলসম্পদ মন্ত্রী কেশৱ মহন্তই শিৱসাগৰত নামদাঙৰ শিলৰ সাঁকো সংৰক্ষণৰ বাবে কাম আৰম্ভ কৰা হ’ব বুলি…