নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত পুনৰ এজন চিকিৎসক ক’ৰোনাত আক্ৰান্ত

নিয়মীয়া বাৰ্তা, ৩জুনঃ ৰাজ্যত পুনৰ ক’ৰোনাত আক্ৰান্ত হৈছে ৫ম জন চিকিৎসক। লখিমপুৰৰ OPD হাস্পতালৰ চিকিৎসক হাজিদ জামান।বহিঃৰাজ্যৰ পৰা অহা লোকসকলৰ সংস্পৰ্শলৈ আহিছিল হাছিদ জামান। OPD হাস্পতালৰ কোৱাৰেণ্টাইন চেণ্টাৰত কৰ্মৰত আছিল চিকিৎসক জামান। গা বেয়া হোৱাত লখিমপুৰৰ নিজ কোৱাৰ্টাৰতে আছুতীয়াকৈ আছিল জামান। COVID পজিটিভ হোবাৰ পিছত চিকিৎসাৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে।

You might also like