অসমৰ চুপাৰ মডেলৰ স্বামীক গ্ৰেপ্তাৰ - নিয়মীয়া বাৰ্তা

অসমৰ চুপাৰ মডেলৰ স্বামীক গ্ৰেপ্তাৰ
মহানগৰ, ২৬ নবেম্ৱৰঃ অসমৰ নাম কংলকিত হোৱাৰ এক ঘটনা। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এক ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ সৈতে সাঙুৰ খাইছে অসমৰ নাম। ১.৮কোটি টকাৰ ড্ৰাগছসহ আৰক্ষীৰ জালত পৰিছে ৰাজ্যৰ এগৰাকী পৰিচিত চুপাৰ মডেলৰ অষ্ট্ৰেলিয়ান স্বামী। মুম্ৱাইৰ আৰক্ষীৰ  এণ্টি নাৰ্ক’টিক চেলে গ্ৰেপ্তাৰ কৰে অষ্ট্ৰেলিয়াৰ নাগৰিক ড০ ৰেজা বৰহানিক নামৰ লোকজনক। ৰাজ্যৰ চুপাৰ মডেল তৰা খাচগিৰৰ স্ৱামী ধৃত ড০ বৰহানি। মুম্বাইত বান্দ্ৰাস্থিত  হাবাইন শ্বেক নামৰ এখন বাৰৰ সমীপৰ পৰাই গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। পশ্চিম ইউৰোপৰ পৰা ভাৰতলৈ সৰবৰাহ কৰা এল এছ ডি ড্ৰাগছৰ অবৈধ ব্যবসায়ত কিমান দিনৰ পৰা জড়িত হৈ আছে তাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। এটা সূত্ৰৰ মতে ড০ বৰহানি হৈছে এল  এছ ডি ড্ৰাগছ সৰবৰাহকাৰীৰ ভিতৰত অন্যতম আৰু মুম্বাইত তেওঁ ক্ষুদ্ৰ ড্ৰাগছ ব্যৱসায়ীসকলক ড্ৰাগছ যোগান ধৰে আৰু এই ড্ৰাগছবিধ বিক্ৰী কৰে বুলি প্ৰকাশ কৰে।

The post অসমৰ চুপাৰ মডেলৰ স্বামীক  গ্ৰেপ্তাৰ first appeared on নিয়মীয়া বাৰ্তা.