উত্তৰ-পূব গ্ৰন্থমেলা - নিয়মীয়া বাৰ্তা

মহানগৰীত আটক মহিলা প্ৰৱঞ্চক
মহানগৰীঃ মহানগৰীৰ লতাশিল আৰক্ষীৰ জালত এগৰাকী মহিলা প্ৰবঞ্চক। ধৃত মহিলাগৰাকীৰ নাম ৰাণী বেগম। মহিলাগৰাকীৰ পৰা ছৌদি আৰবৰ কেইবাটাও ভুৱা প্ৰতিষ্ঠানৰ ছীল আৰু অন্যান্য সামগ্ৰী জৱ্দ কৰে। আৰবৰ সাহায্য প্ৰদানৰ ভুবা প্ৰতিশ্ৰুতিৰে মহানগৰীৰ বিভিন্ন স্থানৰ দৰিদ্ৰ লোকসকলৰ পৰা মহিলাগৰাকীয়ে সংগ্ৰহ কৰে প্ৰায় ১০ লাখ টকা। কিন্ত ধন দিয়াৰ পাছত কোনো ধৰণৰ সাহায্য নোপোৱাত লতাশিল আৰক্ষীক খৱৰ দিয়ে একাংশ লোকে আৰু আৰক্ষীয়ে হেদাত্পুৰৰ পৰা আটক কৰে মহিলাগৰাকীক সম্প্ৰতি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে প্ৰৱঞ্চক মহিলাগৰাকীক

The post মহানগৰীত আটক মহিলা প্ৰৱঞ্চক first appeared on নিয়মীয়া বাৰ্তা.

৪ কোটি টকাৰ ব্যৱসায়েৰে গ্ৰন্থমেলাত সৰ্বকালৰ অভিলেখ ভংগ
নিয়মীয়া বাৰ্তা,১৩ নৱেম্বৰঃ গ্ৰন্থ ব্যৱসায়ত নতুন অভিলেখ গঢ়ি মঙলবাৰে সামৰণি পৰিল ২১ সংখ্যক উত্তৰ-পূব গ্ৰন্থমেলাৰ । গ্ৰন্থপ্ৰেমীৰ বিপুল সমাগম আৰু গ্ৰন্থ বিপণীৰ অভাৱনীয় হাৰৰ ধাৰাবাহিকতা অব্যাহত থাকে অন্তিম দিনটো । সামৰণিৰ দিনলৈকে গ্ৰন্থমেলাত প্ৰায় ৪ কোটি টকাৰ গ্ৰন্থ বিক্ৰী বুলি সদৰী কৰিছে গ্ৰন্থমেলাৰ আয়োজক সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সাধাৰণ সম্পাদক ধীৰাজ গোস্বামীয়ে । গোস্বামীয়ে জানিবলৈ দিয়া মতে, ২০ বছৰৰ উত্তৰ-পূব গ্ৰন্থমেলাৰ ইতিহাসত ইমান বৃহৎসংখ্যক গ্ৰন্থ কেতিয়াও বিক্ৰী হোৱা নাই । এই বছৰৰ গ্ৰন্থমেলাই যোৱা আটাইকেইটা বছৰৰ অভিলেখ ভংগ কৰিছে । গ্ৰন্থপ্ৰেমীৰ সমাগমেও নতুন অভিলেখ সৃষ্টি কৰিছে এইবাৰৰ গ্ৰন্থমেলাত । যোৱা ১২ টা দিনত আঢ়ৈ লাখতকৈও অধিক গ্ৰন্থপ্ৰেমীয়ে চানমাৰিৰ গ্ৰন্থমেলা প্ৰাংগনত প্ৰৱেশ কৰিছে । অসমীয়া গ্ৰন্থৰ বিক্ৰীও আছিল অতি উৎসাহজনক । অসমীয়া ভাষা আৰু অসমীয়া গ্ৰন্থ ব্যৱসায়ৰ বাবে এয়া অতি আশাৰ বতৰা বুলি পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সাধাৰণ সম্পাদকগৰাকীয়ে জানিবলৈ দিয়ে । এই গ্ৰন্থমেলাক সফল কৰি তোলাৰ বাবে সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই ধন্যবাদ জ্ঞাপন কৰে সমূহ গ্ৰন্থপ্ৰেমীক ।

The post ৪ কোটি টকাৰ ব্যৱসায়েৰে গ্ৰন্থমেলাত সৰ্বকালৰ অভিলেখ ভংগ first appeared on নিয়মীয়া বাৰ্তা.