এখন থলুৱা বজাৰ - নিয়মীয়া বাৰ্তা

ঘৰতে উৎপাদিত শাক-পাচলিৰে এখন থলুৱা বজাৰ, ক’ত আছে এই বজাৰখন?
নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা ধাৰাবাহিক প্ৰতিবাদৰ সমান্তৰালকৈ আৰম্ভ হৈছে এখন অৰ্থনৈতিক সংগ্ৰামৰো পৃষ্ঠভূমি। ডুমডুমাৰ সমীপৰ বৰহাপজানে দেখুৱাইছে এই সংগ্ৰামৰ পথ। নাগৰিকত্ৱ সংশোধনী। আইন সংসদত গৃহীত হোৱাৰ পাছৰে পৰা অসমত বিশেষকৈ উজনি অসমত ধাৰাবাহিকভাৱে এই আইন বাতিলৰ দাবীত চলি আহিছে গণ আন্দোলন৷ উজনিৰ সর্বস্তৰৰ জনসাধাৰণে অংশ লৈছে এই আন্দোলনত৷ অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ পণেৰে আৰম্ভ হোৱা এই আন্দোলন একমাত্র ৰাজপথৰ সংগ্রামতে আবদ্ধ নাৰাখি কর্মসংস্কৃতিৰ জৰিয়তেও অস্তিত্ব ৰক্ষাৰ নীৰৱ সংগ্রাম আৰম্ভ হৈছে বৰহাপজানৰ পৰা৷ বৰহাপজানত আজিৰে পৰা আৰম্ভ কৰা হৈছে ‘থলুৱাৰ দৈনিক বজাৰ’৷ বৰহাপজানৰ হনুমান মন্দিৰৰ সমীপত আৰম্ভ হোৱা এই বজাৰত দাঁতি–কাষৰীয়া গ্রামাঞ্চলৰ ৰাইজে ঘৰুৱাভাৱে উৎপাদিত শাক–পাচলি, মাছ–মাংস, হাঁহ–কুকুৰা বিক্রীৰ বাবে লৈ আহিছে৷ একমাত্র থলুৱা লোকৰ সামগ্রীহে বিক্রী হ’ব এই বজাৰত৷ নিজ পথাৰত উৎপাদিত ধান, মাহ, শাক–পাচলি থলুৱা দৈনিক বজাৰলৈ বিক্রীৰ বাবে আনিছে ডুমডুমাৰ বিভিন্ন অঞ্চলৰ কৃষক ৰাইজে৷ এই বজাৰখনে এতিয়া থলুৱা কৃষক ৰাইজৰ দ্বাৰা উৎপাদিত সামগ্রীৰ বিক্রীৰ বাবে সকলো ধৰণৰ সুবিধা আগবঢ়াইছে৷ আজি প্রথম দিনাই এই বজাৰখনৰ প্রতি স্থানীয় ৰাইজৰ ব্যাপক উৎসাহ পৰিলক্ষিত হয়৷ তাৎপর্যপূর্ণভাৱে বজাৰখনৰ প্রতিখন বিপণীতেই আনি থোৱা হৈছে অসমীয়া জাতিৰ স্বাভিমানৰ প্রতীক গামোচাখন৷ এনেদৰে গামোচা আঁৰি থৈ থলুৱা দৈনিক বজাৰখনত বিৰোধিতা কৰা হৈছে নাগৰিকত্ব সংশোধনী আইনৰ৷ নীৰৱে ব্যৱসায়ীসকলে প্রতীকী অর্থত এই আইন বাতিলৰ দাবী জনাইছে গামোচাখনৰ জৰিয়তে৷ এনে ইতিবাচক বার্তাই এতিয়া বৰহাপজানত আৰম্ভ হোৱা অর্থনৈতিক সংগ্রামখনক এক নতুন মাত্রা প্রদান কৰিবলৈ সক্ষম হৈছে৷ এই বজাৰখনক লৈ উৎসুকতা বৃদ্ধি পাইছে সমগ্র তিনিচুকীয়া জিলাত ৷

The post ঘৰতে উৎপাদিত শাক-পাচলিৰে এখন থলুৱা বজাৰ, ক’ত আছে এই বজাৰখন? first appeared on নিয়মীয়া বাৰ্তা.