গাখীৰৰ বিশুদ্ধতা নিৰূপন - নিয়মীয়া বাৰ্তা

IITগুৱাহাটী গৱেষকৰ নতুন উদ্ভাৱন
মহানগৰীঃ গাখীৰৰ শুদ্ধতাক লৈ আপুনি হয়তু বহু সয়মত বিপাঙত পৰিছে। মহানগৰীত ভেজালযুক্ত গাখীৰৰ বিৰুদ্ধে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অভিযানে কিছু সকাহ দিছিল কিন্তু এতিয়া আৰু চিন্তাৰ কাৰণ নাই কাৰণ দেশৰ আগশাৰীৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান IITগুৱাহাটীৰ গৱেষকৰ দলে উদ্ভাৱন কৰিছে এক নতুন প্ৰযুক্তি। এই প্ৰযুক্তিৰ দ্ৱাৰা সকলোৱে সহজেই নিৰূপণ কৰিব পাৰিব গাখীৰৰ মান তথা গুণাগুণ। বায়’চায়েন্স আৰু বায়’ ইঞ্জিনীয়াৰিঙৰ অধ্যাপক আৰু গৱেষক ছাত্ৰই উদ্ভাৱন কৰিছে এক নতুন ডিভাইছ। এই অত্যাধুনিক ডিভাইছে নিৰূপণ কৰিব গাখীৰৰ বিশুদ্ধতা। গাখীৰৰ শুদ্ধতাই বহু সময়ত জনসাধাৰণক সমস্যাত পেলায়। বিভাগটোৰ সহকাৰী অধ্যাপক প্ৰাঞ্জল চন্দ্ৰা আৰু গৱেষক ছাত্ৰ কুলদ্ৱীপ মাহাতোৱে উদ্ভাৱন কৰা প্ৰযুক্তিবিধৰ বজাৰমূল্য অতি কম মূল্যৰ হ’ব বুলি জানিবলৈ দিয়ে গৱেষকদ্বয়ে। এক বিশেষ ধৰণৰ কাগজৰে নিৰ্মিত ডিভাইছটোত সামান্য গাখীৰ পেলাই দিলে ডিভাইছটোৰ ৰং সলনিৰে গাখীৰৰ শুদ্ধতাৰ তথ্য দাঙি ধৰিব।

The post IITগুৱাহাটী গৱেষকৰ নতুন উদ্ভাৱন first appeared on নিয়মীয়া বাৰ্তা.