ডিটেনচন কেম্পত মৃত্য়ু ২৮জনৰ - নিয়মীয়া বাৰ্তা

ৰাজ্যত ৪ বছৰত ডিটেনচন কেম্পত মৃত্যু ২৮জনৰ
নিয়মীয়া বাৰ্তা, ২৮ নবেম্বৰঃ ৰাজ্যত বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ পাছত ডিটেনচন কেম্পত বন্দী হৈ থকা অবস্থাত মৃত্য়ু হৈছে ২৮জন লোকৰ।  সংসদৰ মজিয়াত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে এই কথা স্পষ্ট কৰি দিয়ে। উল্লেখ্য যে ৰাজ্যসভাৰ শূন্যকালত পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছৰ সাংসদ শান্তুনু সেনে অসমৰ ডিটেনচন কেম্পৰ প্ৰসংগ উত্থাপন কৰি কেইবাটাও প্ৰশ্নৰ অৱতাৰনা কৰিছিল ।সাংসদগৰাকীৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী ৰায়ে জনায় যে ২০১৬চনৰ পৰা অসমৰ ডিটেনচন কেম্পত বন্দী হৈ থকা অৱস্থাত মৃত্য়ু হৈছে ২৮জন লোকৰ আনহাতে অসমৰ ৬টা ডিটেনচন কেম্পত বন্দী হৈ আছে ৯৮৮জন বিদেশী। সাংসদগৰাকীৰ আন এক প্ৰশ্নৰ উত্তৰত ৰায়ে কয় যে অবৈধ বিদেশীক কোনো ধৰণৰ ক্ষতিপূৰণ দিয়াৰ ব্যবস্থা নাই, ডিটেনচন কেম্পত সেইসকল লোককহে ৰখা হয় যিয়ে  যিয়ে অবৈধভাৱে আমাৰ দেশত প্ৰবেশ কৰে বা বাহৰ পাতে, ডিটেনচন কেম্পত নূন্যতম সা-সুবিধা নথকাৰ অভিযোগৰ উত্তৰত গৃহ ৰাজ্য মন্ত্ৰীগৰাকীয়ে কয় যে ডিটেনচন কেম্পত লোকসকলৰ বাবে পৰ্যাপ্ত খাদ্য, কাপোৰ,  দৈনিক বাতৰিকাকত, টেলিভিছনকে ধৰি বিভিন্ন সা-সুবিধা আছে। লগতে মেডিকেল ইমাজেৰ্ন্সীৰ সময়ত ছিভিল হাস্পতাল, GMCHকে ধৰি ৰাজ্যৰ ৬খন চিকিৎসা মহাবিদ্যালয়তো বন্দীসকলৰ প্ৰয়োজন সাপেক্ষে ভৰ্তি কৰোৱাৰ ব্যবস্থা আছে বুলি সদনত অবগত কৰে মন্ত্ৰীগৰাকীয়ে।

The post ৰাজ্যত ৪ বছৰত ডিটেনচন কেম্পত মৃত্যু ২৮জনৰ first appeared on নিয়মীয়া বাৰ্তা.