ডিফেন্স এটাছী - নিয়মীয়া বাৰ্তা

ভাৰতীয় নৌ সেনাৰ প্ৰথম মহিলা ডিফেন্স এটাছী কৰবী গগৈ
নিউজ ডেস্ক,১৪ নৱেম্বৰঃ ৰাজ্যৰ গৌৰৱোজ্জ্বল যাত্ৰাত আন এক ইতিহাস সৃষ্টি কৰিলে এগৰাকী অসমীয়া জীয়ৰীয়ে । ভাৰতীয় নৌ সেনাত প্ৰথমবাৰলৈ বিদেশত ডিফেন্স এটাছী ৰূপে নিযুক্তি লাভ কৰি এই সন্মান কঢ়িয়াই আনিছে অসম কন্যা তথা লেফটেনেণ্ট কমাণ্ডাৰ কৰবী গগৈয়ে । সেনাৰ মেজৰ পৰ্যায়ৰ বিষয়া লেফটেনেণ্ট কমাণ্ডাৰ কৰবী গগৈ সম্প্ৰতি কৰ্ণাটকৰ কাৰাৱাৰ নৌঘাটিত অভিযন্তাৰূপে কৰ্মৰত । উল্লেখ্য যে, কৰবী গগৈয়ে ৰাছিয়াৰ মস্কো দূতাবাসত অহা ডিচেম্বৰ মাহত সহকাৰী নৌসেনা এটাছী ৰূপে যোগদান কৰিব । গুৱাহাটী মহানগৰীৰ কাহিলীপাৰাৰ বাসিন্দা কৰবী গগৈৰ পিতৃ প্ৰয়াত দিলীপ গগৈ নামনি অসমৰ আয়ুক্ত কাৰ্যালয়ৰ অধীক্ষক আছিল আৰু মাতৃ ইন্দিৰা গগৈ দিছপুৰ মহাবিদ্যালয়ৰ অধ্যাপিকা । ২০১২ চনত নৌসেনাত যোগদান কৰা কৰবী গগৈৰ স্বামী প্ৰাঞ্জল সন্দিকৈও নৌসেনাৰ বিষয়া । ডিফেন্স এটাছী ৰূপে কৰবী গগৈয়ে যোগদানৰ পূৰ্বে ৰাছিয়ান ভাষাৰ এটা এমহীয়া পাঠ্যক্ৰম সমাপ্ত কৰিব লাগিব । মন কৰিবলগীয়া যে, এগৰাকী মহিলা বিষয়াৰূপে নৌসেনাৰ শীৰ্ষ পদত অধিষ্ঠিত হোৱা কৰবী গগৈৰ পূৰ্বে বায়ুসেনাই উইং কামাণ্ডাৰ অঞ্জলী সিঙক কিছুদিন পূৰ্বে মস্কোৰ ভাৰতীয় দূতাবাসত ডেপুটী এয়াৰ এটাছী হিচাপে নিযুক্তি দিছিল । অঞ্জলীৰ পাছত ইতিহাস ৰচনা কৰিবলৈ সক্ষম হ’ল অসমকন্যা কৰবী গগৈয়ে ।

The post ভাৰতীয় নৌ সেনাৰ প্ৰথম মহিলা ডিফেন্স এটাছী কৰবী গগৈ first appeared on নিয়মীয়া বাৰ্তা.