ড্রেজার্ড হুইল মিউজিয়াম - নিয়মীয়া বাৰ্তা

আজিৰ অন্তৰংগ আলাপতঃ ড্রেজার্ড হুইল মিউজিয়ামৰ জনক পিকলু ডেকা
স্কুললৈ যাওঁতে এজন লোকৰ ঘৰত দেখা এখন পুৰণি গাড়ী৷ পুৰণি গাডীখনৰ মোহে খেদি ফুৰা সৰু ল’ৰাটোৱে এদিন সপোন বাস্তৱায়িত কৰিলে৷ নিজৰ সর্বস্ব উজাৰি এখন নহয়, দুখন নহয়, কেইবাখনো গাডী ক্রয় কৰিলে৷ কিন্তু সেই গাড়ীসমূহ নিজৰ বাবে নহয়, উঠি অহা প্রজন্মৰ বাবেহে সংগ্রহ কৰিলে৷ কেৱল পুৰণি গাড়ীয়েই নহয়, পুৰণি টিভি, চাইকেল, মটৰচাইকেল, ফোন, দ্বিতীয় বিশ্বযুদ্ধৰ নানান সমাগ্রীও সংৰক্ষিত হৈ আছে ড্রেজার্ড হুইল মিউজিয়ামত৷  আজিৰ অন্তৰংগ আলাপৰ সাক্ষাৎকাৰত সোণাপুৰৰ মেধিকুছিত থকা ড্রেজার্ড হুইল মিউজিয়ামৰ জন্মদাতা পিকলু ডেকা-

ড্রেজার্ড হুইল মিউজিয়ামৰ বিষয়ে বহুতেই জানে, কিন্তু নজনাসকলৰ বাবে আপুনি প্রথমে কি ক’ব?

ড্রেজার্ড হুইল মিউজিয়াম

– উদ্দেশ্য এটাই, আহিবলগীয়া প্রজন্মই এই সংগ্রাহালয়ৰ পৰা ইতিহাস জানিব৷ একেদিনাই আমি পৃথিৱীখন জানিব নোৱাৰোঁ৷ আৱিষ্কাৰসমূহ পর্যায়ক্রমে আহি আহি কেনেকৈ আজিৰ পৰিৱেশ পালেহি, সেই বিষয়ে সংগ্রাহালয়ত আভাস পাব৷ যিসকলে আমাৰ বাবে আৱিষ্কাৰ কৰি সুবিধা কৰি থৈ গ’ল তাকেই মই ৰাইজৰ ওচৰত দাঙি ধৰিব বিচাৰিছেছা৷ এই বস্তুসমূহ সংৰক্ষণ কৰি থৈ গ’লে ভৱিষ্যৎ প্রজন্মই ক’ৰ পৰা কেনেকৈ আজিৰ পর্যায় পালোহি সেই বিষয়ে উমান পাব৷

পুৰণি গাড়ী সংৰক্ষণ বা সংগ্রাহালয়ৰ চিন্তা কেনেকৈ আপোনাৰ মনলৈ আহিল?

– মই এজন সাধাৰণ সৰু চাকৰিয়াল৷ বিদ্যুৎ বিভাগৰ এটা সৰু চাকৰি মোৰ৷ চাকৰি জীৱনৰ দা–দৰমহা, লোনেৰে বস্তুখিনি ক্রয় কৰিছেছা বা ডনেচনো পাইছো৷ তেনেকৈ গোটাই গোটাই আজিৰ পর্যায় পাইছোঁহি৷ মই যেতিয়া জনা–বুজা হ’লো, ডিব্রুগৰত স্কুললৈ যাওঁতে সেই সময়তে এজন মানুহৰ ঘৰত এখন পুৰণি গাড়ী দেখা পাওঁ৷ আৰু সদায় সেইফালেৰে গ’লে মই ডাঙৰ হ’লে গাডীখন কিনো কিনো এনেকুৱা অনুভৱ এটা আছিল৷ যেতিয়া মই ডাঙৰ হৈ চাকৰি এটাত জইন কৰিলো, প্রথম সেই গাড়ীখন বিচাৰি গ’লো৷ কেইবাজনো মানুহক সুধিলো৷ এজন লোকৰ ঘৰৰ পিছফালে পৰিত্যক্ত অৱস্থাত গাড়ীখন আছিল৷ তাৰ পৰা সেই গাড়ীখন মই আনি বনালো৷ বনাই ৰাস্তাত চলালো৷ তেতিয়া গাড়ীখন দেখি সকলোৱে খুব ভাল পায়, আনন্দ পায়৷ মই অনুভৱ হ’ল এনেকুৱা বস্তুবিলাক মানুহে ভাল পায়৷ তেতিয়া মই কৰ’বাত পুৰণি ঘড়ী এটা, মটৰচাইকেল এখন, ক’বাত ৰেডি’ এটা য’ত যেনেকৈ যি পাওঁ নিজৰ মনৰ চখত গোটাই আছিলো৷ ঘৰৰ চোতালতে যাতে সকলোৱে আহি চাব পাৰে, তাৰ পিছত বেলেগ এঠাইত ৰাখিলো৷ এতিয়া সোণাপুৰৰ মেধিকুছিত এজন লোকৰ ভাৰা মাটিত সংগ্রাহালয়ৰ ব্যৱস্থা কৰিলোঁ৷ শৈশৱৰ সপোনটো পূৰণ কৰিলোঁ৷

কোন চনৰ পৰা সামগ্রীসমূহ সংৰক্ষণৰ ব্যৱস্থা কৰিলে?

– ক’বলৈ গ’লেতো সৰুকালৰ পৰাই স্কুলৰ দিনৰ পৰাই বস্তু গোটাই আছিলো৷ ৮০–৯০ দশকমানৰ পৰাই বেছিকৈ সংগ্রহ কৰিলোঁ৷ প্রায় ৭৫ চনৰ পৰাই সৰুসুৰাকৈ সংগ্রহ কৰাৰ ব্যৱস্থা কৰিলোঁ৷

আপোনাৰ সংগ্রহালয়ত এতিয়া কি কি পুৰণি সামগ্রী সংৰক্ষিত হৈ আছে?

ড্রেজার্ড হুইল মিউজিয়াম

– ১৯১৮–১৯ চন মানৰ পৰা ১৯৭০ চনলৈকে থকা গাডীসমূহ আছে৷ প্রায় ৫০খন পুৰণি গাড়ী এই সংগ্রাহালয়ত আছে৷ ঠিক তেনেকৈ মটৰচাইকেলো ১৯০১ চনৰ প্রথম পর্যায়ৰ মটৰচাইকেল আছে৷ দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত পেৰাচ্যুটৰ পৰা পেলাই দিয়া মটৰচাইকেল, সৈনিকে লগত লৈ অনা মটৰচাইকেল, লগত লৈ অনা ফল্ডিং মটৰ চাইকেল, যুদ্ধত ব্যৱহাৰ কৰা গাড়ী–মটৰ চাইকেলকে ধৰি বিভিন্ন ধৰণৰ সামগ্রী সংগ্রহ কৰি আজিৰ এই পর্যায় পাইছোহি৷ মটৰচাইকেলো প্রায় ৫০ পাৰ হৈছে৷ বিভিন্ন ধৰণৰ ২৫–৩০খন চাইকেল সংগ্রহ কৰি ৰাখিছোঁ৷ তেনেকৈ ৰেডি’ আৰম্ভণিৰ পর্যায়ৰ পৰা আহি আহি এফ এম ৰেডি’লৈকে আহিছিলো৷ তাৰো কিছু সংখ্যক সংৰক্ষণ কৰা আছে৷ পিছফালে চাকি জ্ব্বলাই দিয়া ফ্রীজ, বিদ্যুৎ নোহোৱাকৈ চলা ফ্রীজ আছে৷ তাহানিৰ যুগৰ চাকি জ্ব্বলাই দিলে চলা ফেনো আছে৷ সেই আৰম্ভণি পর্যায়ৰ ফেন আছে৷ প্রথম পর্যায়ৰ টেলিফোনৰ পৰা আজিৰ ম’বাইললৈকে কেনেকৈ ডেভেলপ হ’ল, সেয়াও আছে৷ তেনেকৈ ১৮৯৮ মানৰ পৰা ঘড়ীৰ বিভিন্ন কালেকচন আছে৷ কেনেকৈ আমি আজি হাইলেভেল ছাউণ্ড ছিষ্টেম পালোহি, ১৯০০ চনৰ গ্রামোফোনৰ পৰা আজিৰ তাৰিখলৈ কেনেকৈ আহিলো গ্রামোফোনৰ সংৰক্ষণ আছে৷ ১৮৩৯ চনৰ প্রায় ২০০ বছৰীয়া গ্রেণ্ড পিয়ানো আমি তাত ৰাখিছেছা৷ ১৯৪৭ চনৰ ১৫ আগষ্টত দেশ স্বাধীন হোৱাৰ দিনাৰ নিউজ পেপাৰখন আমি সংৰক্ষণ কৰি ৰাখিছোঁ৷ যঁতৰ থকা জাতীয় পতাকাখন আছে৷ য’ত যেনেকৈ পাইছো তেনেকৈ আনি সংৰক্ষণ কৰি ৰাইজৰ বাবে ৰাখিছো৷

কেতিয়াবা হতাশ হৈছে নেকি? হতাশাক কেনেদৰে জয় কৰিছে?

– হতাশাক মই প্রশ্রয় নিদিওঁ৷ মই এজন সাধাৰণ চাকৰিয়াল হিচাপে মোৰ বাবে এই অনুষ্ঠানটো জীয়াই ৰখাটো ডাঙৰ প্রত্যাহ্বান৷ এজন সাধাৰণ মানুহে ইমানখিনি আগবঢ়াই নিয়াটো সম্ভৱ নহয়৷ নহয় যদিও বহুখিনি আগবঢ়াইছেছা৷ দৰমহাৰ গোটেই পইচা মাটি টুকুৰাৰ ভাৰা দিওঁতেই যায়৷ প্রায় ৩০–৪০ হাজাৰ টকা মাটিৰ মালিকক ভাৰা দিব লাগে৷ তাত কাম কৰা মানুহক দিব লাগে৷ এইখিনি দি মেলি সুচাৰুৰূপে অনুষ্ঠানটো আগবঢ়াই নিবলৈ মোৰ বাবে কঠিন হৈছে৷ মোৰ এটাই অনুৰোধ চৰকাৰ বা পর্যটন বিভাগলৈ৷ মই পর্যটন বিভাগৰ সৈতে যোগাযোগ কৰি আছো৷ তেওঁলোকেও সঁহাৰি জনাইছে বহুখিনি আৰু কিছু সঁহাৰি পালে এই অনুষ্ঠানটো অসমৰ এটা ভাল পর্যটন ক্ষেত্র হিচাপে গঢ় দিব পাৰিম৷ যিটো সংগ্রাহালয় নর্থ ইষ্টত একমাত্র৷ এনেকুৱা কালেকচন এখন প্লেটফর্মত দেখাটো মানুহৰ বাবে সোভাগ্যৰ কথা৷ অসমৰ মানুহে এই প্রয়াসৰ মূল্য হয়তো লাহে লাহে দিব৷ বাহিৰৰ পৰা বহু মানুহে মোৰ বস্তুবোৰ ক্রয় কৰিবলৈ বিচাৰে, কিন্তু মই নিদিওঁ৷ কাৰণ মই ইয়াক এখন ঐতিহাসিক আৰু শিক্ষাৰ কেন্দ্র হিচাপে গঢ় দিব খোজো৷ মই মনে–প্রাণে অসমক ভাল পাওঁ৷ গতিকে মনৰ ইচ্ছাশক্তিৰেই মই হতাশাক জয় কৰোঁ৷

ফোনঃ ৮৭২৪৮–৩৭৯৪৯

The post আজিৰ অন্তৰংগ আলাপতঃ ড্রেজার্ড হুইল মিউজিয়ামৰ জনক পিকলু ডেকা first appeared on নিয়মীয়া বাৰ্তা.