বিটিচিৰ নিৰ্বাচন - নিয়মীয়া বাৰ্তা

সময়মতেই অনুষ্ঠিত হ’ব বিটিচিৰ নিৰ্বাচনঃ হিমন্ত বিশ্ব শৰ্মা
নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰীঃ বিটিআৰ চুক্তি উপলক্ষে অহা ৭ ফেব্রুৱাৰীত কোকৰাঝাৰত পদার্পণ কৰিব ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ আজি স্বাস্থ্য, বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কোকৰাঝাৰ পৰিভ্রমণ কৰে৷ দুপৰীয়া মন্ত্রীগৰাকীয়ে কোকৰাঝাৰত পদার্পণ কৰি প্রথমে বিটিচি সচিবালয়ৰ গাতে লাগি থকা গ্রীন ফিল্ড পৰিদর্শন কৰি দোতমা খেলপথাৰ আৰু সর্বশেষত কোকৰাঝাৰ চহৰৰ নিকটত থকা নিউ ৰে’লৱে ফ্লাই অভাৰৰ কাষৰ বিশাল পথাৰ পৰিদর্শন কৰে৷ ইয়াৰ পিছতে মন্ত্রীগৰাকীয়ে বিটিচি সচিবালয়ত চুক্তি স্বাক্ষৰকাৰী এনডিএফবি(এছ), এবছু আৰু বিটিচিপ্রধান হাগ্রামা মহিলাৰীৰ উপৰি বিটিচি সময়মতেই অনুষ্ঠিত হ’ব বিটিচিৰ প্রশাসনৰ স’তে এক বৈঠকত অংশগ্রহণ কৰি প্রধানমন্ত্রীৰ জনসভাৰ বাবে স্থান নির্বাচন কৰে৷ ফ্লাইভাৰৰ কাষৰ বিশাল খেলপথাৰতে প্রধানমন্ত্রীৰ জনসভাৰ স্থান নির্ণয় কৰা আৰু উক্ত বিশাল জনসভাত প্রধানমন্ত্রী মোদীয়ে অংশ ল’ব বুলি জানিবলৈ দিছে মন্ত্রী ড০ শর্মাই৷ সাংবাদিকৰ আগত মন্ত্রী ড০ শর্মাই বিটিআৰ চুক্তিক বডোসকলে যিদৰে মুক্ত হূদয়েৰে আঁকোৱালি লৈছে, তদ্রুপ অবড়োসকলেও উক্ত চুক্তিখনক মুক্ত হূদয়েৰে আঁকোৱালি লোৱা উচিত বুলি মন্তব্য কৰে৷ তদুপৰি যিবোৰ গাঁও ভুলবশতঃ বিটিচিত অন্তর্ভুক্ত হৈছিল তথা যিসকল অবডো গাঁও বিটিচিৰ পৰা বাহিৰ হৈ যাব খোজে, তেনে আপত্তিকাৰীসকলে এইবেলি বিটিআৰ চুক্তি হোৱাৰ পিছত আয়োগৰ আগত নিজ নিজ মতামত প্রকাশ কৰাৰ সুযোগ পাইছে বুলি মন্ত্রী ড০ শর্মাই মন্তব্য কৰে৷ বর্তমান ৪০টা সমষ্টিতে সময়মতে নির্বাচন অনুষ্ঠিত হ’ব বুলি উল্লেখ কৰি অনাগত ছমাহৰ ভিতৰত বিটিচিৰ গাঁও কর্তন আৰু অন্তর্ভুক্তিকৰণ সম্পন্ন হ’ব আৰু তাৰ পিছতে বিটিআৰৰ সমষ্টি ৬০টালৈ বৃদ্ধি কৰা হ’ব বুলি তেওঁ মন্তব্য কৰে৷ তদুপৰি ৭ ফেব্রুৱাৰীৰ আগত নির্বাচন সম্পর্কীয় কোনো কথা পতা নহয় যদিও প্রধানমন্ত্রীৰ কার্যসূচী সুকলমে অনুষ্ঠিত হোৱাৰ পিছতে ৰাজনৈতিক কথা আৰম্ভ হ’ব বুলি স্পষ্ট কৰি দিয়ে মন্ত্রী ড০ শর্মাই৷ বিটিআৰ চুক্তিয়ে বডো জনগোষ্ঠীৰ আশা–আকাংক্ষাৰ লগতে অবডো জাতি–জনগোষ্ঠীৰ আশা–আকাংক্ষাৰ প্রতি গুৰুত্ব দিছে৷ বিটিআৰ হ’ল যেতিয়া এতিয়া যোগ–বিয়োগ দুয়োটাই হ’ব আৰু এয়া ছমাহৰ ভিতৰতে সম্পন্ন হ’ব বুলি উল্লেখ কৰি যিসকল অবডো লোকে বিটিআৰৰ পৰা ওলাই যাব বিচাৰিছে, তেওঁলোকে ওলাই যোৱাৰ সুযোগ পাইছে বুলিও মন্তব্য কৰে মন্ত্রী ড০ শর্মাই৷ বাজেট সম্পর্কত বিত্তমন্ত্রী ড০ শর্মাই বাজেটৰ দ্বাৰা মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্তই বহু সকাহ পাব বুলি মন্তব্য কৰে৷ কেন্দ্রীয় বাজেটত নদী সংযোগীকৰণ আঁচনিক অনুমোদন দিয়াটো আশাৰ বতৰা বুলি মন্তব্য কৰি মন্ত্রী শর্মাই শিৱসাগৰ চহৰক ‘আইকনিক চহৰ’ বুলি বাজেটত অন্তর্ভুক্তিকৰণ উল্লেখযোগ্য দিশ বুলি উল্লেখ কৰে৷ বাজেটখনক এখন সর্বাংগসুন্দৰ বাজেট আখ্যা দি শিক্ষা আৰু স্বাস্থ্য খণ্ডত অধিক পুঁজি আবণ্টনে জনতাক উপকৃত কৰিব বুলি মন্তব্য কৰে মন্ত্রী ড০ শর্মাই৷

The post সময়মতেই অনুষ্ঠিত হ’ব বিটিচিৰ নিৰ্বাচনঃ হিমন্ত বিশ্ব শৰ্মা first appeared on নিয়মীয়া বাৰ্তা.