বিশাল বুথ সন্মিলন - নিয়মীয়া বাৰ্তা

অসমত বিজেপিয়ে বিকাশৰ গংগা বোৱাইছেঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰীঃ খানাপাৰাত ভাৰতীয় জনতা পাৰ্টীৰ বিশাল বুথ সন্মিলন। সন্মিলত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসকে ধৰি বহু বিজেপিৰ নেতা উপস্থিত থাকে।

সন্মিলনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমৰ আকাশৰ পৰা এতিয়া কলীয়া ডাৱৰ আঁতৰিল। বিজেপিৰ কৰ্মকৰ্তাসকলৰ বাবে এনে চমৎকাৰ সম্ভব হৈছে। চন্দ্ৰ-সূৰ্য থকালৈকে বিজেপিক কোনেও চেৰ পেলাব নোৱাৰে।

এইসময়খিনিত বিজেপি কৰ্মীসকল বহু অত্যাচাৰৰ সন্মুখীন হৈছে, যিয়ে আমাৰ কৰ্মীসকলৰ ওপৰত অত্যাচাৰ কৰিছে সেইসকলক ২০২১ত অসমৰ ৰাইজে বিজেপিক পুনৰ জয়ী কৰি উচিত প্ৰত্য়ুত্তৰ দিব। বৰ্তমানৰ আন্দোলনকাৰীয়ে অসম আন্দোলনৰ পৰা আন্দোলন কৰিবলৈ শিকক। অসম আন্দোলনৰ ইতিহাস পঢ়ক। অসম আন্দোলনৰ সময়ত আমি হিতেশ্বৰ শইকীয়াক সমালোচনা কৰিছিলো কিন্তু তেঁওৰ পিতৃ-মাতৃক গালি পৰাৰ সাহস কৰা নাছিলো। আজিৰ প্ৰতিবাদকাৰীয়ে পিতৃ-মাতৃক অপমান কৰাত লিপ্ত হৈছে। আন্দোলনৰ নামত কলাক্ষেত্ৰত উদ্ভণ্ডালি আমাক নালাগে।

প্ৰফুল্ল কুমাৰ মহন্তৰ বিশ্বাসঘাতকতাৰ প্ৰতিশোধ হিচাপে বঢ়মপুৰ সমষ্টিৰ ৰাইজে পৰাজিত কৰিব বুলি মন্তব্য কৰে মন্ত্ৰী শৰ্মাই। যিসকলে ৰাজনৈতিক দল খোলাৰ সপোন দেখিছে তেওঁলোকক বিজেপিয়ে ৰাজনৈতিক প্ৰত্যাহ্ৱান হিচাপে গ্ৰহণ কৰিব। লতাশিলৰ আন্দোলন কেঁচুৱা আছিল আৰু আজিৰ বিজেপিৰ খানাপাৰাৰ আন্দোলন পিতামহ। হিমন্ত বিশ্ৱ, সৰ্বানন্দ সোণোৱাল ৰঞ্জিত দাসক ৰঙা চকু নেদেখুৱাবলৈ আহ্ৱান মন্ত্ৰী ড০ শৰ্মাৰ।

আমি ভগৱান মানো, গীতা-ভাগৱত আৰু দৰিদ্ৰসকলৰ মাজত ভগৱানক দেখা পাঁও। বাঁওপন্থীৰ ভগৱান বিহীন সমাজ আমাক নালাগে। কোনোৱে যদি অসম চুক্তিৰ আত্মা ঘূৰাই দিছিল তেন্তে আমাৰ নেতা অটল বিহাৰী বাজপেয়ী দিছিলঃ মন্ত্ৰী ড০ শৰ্মা

নাগৰিকত্ব সংশোধনী আইনৰ যোগেদি ৫লাখতকৈ অধিক লোক অসমলৈ নাহে আৰু ৫ লাখতকৈ এজনো বেছি লোক আহিলে ৰাজনীতি ত্যাগ কৰা কথাও স্পষ্ট কৰে মন্ত্ৰী ড০ শৰ্মাই। নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী আৰু সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হোৱাৰ পিছত এজনো বাংলাদেশী ভাৰতলৈ অহা নাই বুলি বিজেপিৰ বুথ সন্মিলনত মন্তব্য মন্ত্ৰীগৰাকীৰ।

কংগ্ৰেছৰ সোপাধিলা নীতিৰ বাবে অসমৰ এই অৱস্থা হৈছে। অসমখনক খিলঞ্জীয়াৰ অভেদ্য দুৰ্গলৈ পৰিণত কৰিছে বিজেপিয়ে। অসমত বিজেপিয়ে বিকাশৰ গংগা বোৱাইছে, অসমৰ মাটিতে আৱদ্ধ হৈ থাকিব বিকাশৰ গংগা। বিকাশৰ আৰু উন্নয়নৰ মাজেৰে আমি অসমৰ দেশৰ ৫খন আগশাৰীৰ ৰাজ্য হিচপে গঢ়ি তুলিম। আমাক কোনো একাষৰীয় কৰিব নোৱাৰে আমি বিজেপিয়ে একাষৰীয়া কৰিম বুলি মন্তব্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

The post অসমত বিজেপিয়ে বিকাশৰ গংগা বোৱাইছেঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা first appeared on নিয়মীয়া বাৰ্তা.