যুৱতীক বলাৎকাৰ - নিয়মীয়া বাৰ্তা

বন্ধুৰে ফুৰিবলৈ অহা মিজো যুৱতীক বলাৎকাৰ দুই কনিষ্টবলৰ
নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ সমগ্ৰ দেশ তোলপাৰ লগোৱা নিৰ্ভয়া কাণ্ডত জড়িত চাৰি অপৰাধীৰ ফাঁচি নিশ্চিত হোৱাৰ সময়তে শিলচৰত সংঘটিত হৈছে সভ্য সমাজক লজ্জানত কৰা এক নাৰকীয় ঘটনা৷ ৰক্ষকেই ভক্ষকৰ ৰূপত আৱির্ভাৱ হৈ পুৰুষ বন্ধুৰ সৈতে ফুৰিবলৈ অহা এগৰাকী মিজো যুৱতীক শিলচৰ ৰে’ল ষ্টেচনৰ বেৰেকত উপর্যুপৰি ধর্ষণ কৰে চৰকাৰী ৰে’ল আৰক্ষীৰ (জি আৰ পি) দুই কনিষ্টবলে ৷ এই ঘটনা আজি পোহৰলৈ অহাৰ পাছতে শিলচৰত তীব্র চাঞ্চল্য সৃষ্টি হয়৷ কামনাৰ বলি হোৱা মিজো যুৱতীগৰাকী আইজলৰ বাসিন্দা বুলি জানিব পৰা গৈছে৷ যুৱতীগৰাকীৰ অভিযোগ অনুসৰি যোৱা মঙলবাৰে তেওঁ এজন পুৰুষ বন্ধুৰ সৈতে শিলচৰলৈ ফুৰিব আহিছিল৷ দিনৰ ভাগত চহৰখনৰ বিভিন্ন এলেকা ফুৰি দুয়ো গৈছিল শিলচৰ ৰে’ল ষ্টেচনলৈ৷ সেই সময়ত পুৰুষ বন্ধুজন আছিল সম্পূর্ণৰূপে সুৰামত্ত অৱস্থাত৷ সুৰাৰ ৰাগিত অচেতনপ্রায় অৱস্থাত থকা পুৰুষ বন্ধুজনক শুশ্রূষাৰ অজুহাতত নিশা প্রায় ১২ বজাত জি আৰ পিৰ দুই কর্তব্যৰত কনিষ্টবল উত্তম দাস আৰু চৰিফউদ্দিন বৰভূঞাই দুয়োকে ৰে’ল ষ্টেচন চৌহদতে থকা বেৰেকলৈ নিয়ে৷ পুৰুষ বন্ধুজন নিচাসক্ত হৈ থকাৰ সুযোগ গ্রহণ কৰি বেৰেকতে জি আৰ পিৰ দুই কনিষ্টবলে মিজো যুৱতীগৰাকীক বলপূর্বকভাৱে উপর্যুপৰি ধর্ষণ কৰে বুলি অভিযোগত প্রকাশ৷ এই ঘটনা সন্দর্ভত মিজো যুৱতীগৰাকীয়ে এজাহাৰ দাখিল কৰাৰ পাছতে শিলচৰৰ তাৰাপুৰ থানালৈ জি আৰ পিত কর্মৰত সকলো আৰক্ষী কনিষ্টবলক তলব কৰা হয়৷ তাতেই ভুক্তভোগী মিজো যুৱতীগৰাকীয়ে জি আৰ পিৰ ধর্ষণকাৰী দুই কনিষ্টবলক চিনাক্ত কৰে৷ লগে লগে দুয়োজনকে গ্রেপ্তাৰ কৰে আৰক্ষীয়ে৷ এনে জঘন্য ঘটনাক একমুখে নিন্দা কৰিছে শিলচৰবাসীয়ে৷ সকলোৱে দুই ধর্ষণকাৰীক ফাঁচিৰ দাবী তুলিছে৷

The post বন্ধুৰে ফুৰিবলৈ অহা মিজো যুৱতীক বলাৎকাৰ দুই কনিষ্টবলৰ first appeared on নিয়মীয়া বাৰ্তা.