সাহিত্য সভাৰ প্ৰস্তুতি - নিয়মীয়া বাৰ্তা

শুৱালকুছিবাসীৰ প্ৰতীক্ষাৰ অন্ত পেলাই সাহিত্য সভা অধিৱেশনৰ প্ৰস্তুতি সম্পূৰ্ণ
শুৱালকুছিৰ জ্যোতিক্ষেত্ৰৰ পৰা দিলীপ মেধি

নিয়মীয়া বাৰ্তা, ৩০ জানুৱাৰীঃ শুৱালকুছিবাসীৰ বহু প্ৰতীক্ষাৰ অন্ত পেলাই অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম অধিৱেশনৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে অধিবেশন স্থলী জ্যোতিক্ষেত্ৰত এতিয়া উদুলি-মুদুলি পৰিবেশ মূল কাৰ্যসূচীৰ এদিন পূর্বে আজি দিনৰ ১১ বজাত মামণি ৰয়ছম গোস্বামী সোঁৱৰণী গ্রন্থ উৎসৱৰ মূল দ্বাৰ উদ্ঘাটন কৰে ডাউন টাউন বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ অমৰজ্যোতি চৌধুৰীয়ে ৷ ইতিমধ্যে গ্রন্থমেলাৰ কেইবাটাও ষ্ট’লত গ্রন্থসম্ভাৰ লৈ সাজু হৈছে গ্রন্থ ব্যৱসায়ীসকল ৷ সেইদৰে বাণিজ্য মেলা আৰু প্রদর্শনী ষ্ট’লসমূহ সাজু কৰি তোলা হৈছে৷ আজি দিনৰ প্ৰায়  ১১.৩০ বজাত কবি সুশীল শর্মা সোঁৱৰণী সাহিত্য উৎসৱৰ মঞ্চ উদ্বোধন কৰে সদস্য মহীয়ান ড০ সত্যেন্দ্র নাৰায়ণ গোস্বামীয়ে ৷ ১২ বজাত স্মৃতিগ্রন্থ ‘গ্রন্থজ্যোতি’ উন্মোচন কৰে বিশিষ্ট গৱেষক পণ্ডিত ড০ থানেশ্বৰ শর্মাই৷  কামৰূপৰ উপায়ুক্ত তথা আদৰণী সমিতিৰ কার্যকৰী সভাপতি কমল কুমাৰ বৈশ্যই আমিনগাঁৱৰ পৰা শুৱালকুছি অধিৱেশনলৈ অহা প্রৱেশ তোৰণ উদ্বোধন কৰিব৷

গ্রন্থমেলাৰ মঞ্চত প্রতিদিনে সন্ধিয়া ৬ বজাৰ পৰা শুৱালকুছি আৰু ইয়াৰ পার্শ্বৱর্তী অঞ্চলৰ শিক্ষানুষ্ঠানৰ ছাত্র–ছাত্রীসকলে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব৷ এখন বিদ্যালয়ে এঘণ্টাৰ বাবে অনুষ্ঠান কৰিব পাৰিব৷ আটাইকেইদিনত ২৫খন বিদ্যালয়ে অনুষ্ঠান কৰিব৷ আজিৰে পৰা অধিৱেশনস্থলীত অগণন লোকৰ সমাগম হৈছে৷ উদুলি–মুদুলি হৈ পৰিছে সমগ্র শুৱালকুছি৷ শিপিনী–বোৱনী, সাধাৰণ জনতা উবুৰি খাই পৰিছে জ্যোতিক্ষেত্রত৷ বিদ্যুতৰ পোহৰে ৰাতিকো দিনৰ সদৃশ কৰি তুলিছে৷ জ্যোতিক্ষেত্রৰ প্রতিডাল গছ–বন বিভিন্ন ৰঙীন লাইটেৰে আটকধুনীয়াকৈ সজাই তোলা হৈছে৷ ৰং–বিৰঙৰ বিদ্যুতৰ পোহৰে ব্রহ্মপুত্রৰ পাৰত সৃষ্টি কৰিছে এক নান্দনিক দৃশ্য৷ শুৱালকুছি অধিৱেশন হ’ব প্লাষ্টিকমুক্ত৷ মূল মণ্ডপত নাথাকিব কোনো খাদ্য আৰু তামোল–পাণৰ দোকান৷ স্বচ্ছতাক সর্বাধিক গুৰুত্ব দিয়া হৈছে অধিৱেশনত৷ আৱর্জনা পেলাবলৈ দিয়া হৈছে যথেষ্ট পৰিমাণৰ ডাষ্টবিন৷

অধিৱেশনস্থলীৰ ধূলি নাইকিয়া কৰিবলৈ ব্যৱহাৰ কৰিছে পর্যাপ্ত পৰিমাণৰ পানী৷ ইফালে আইন–শৃংখলা পৰিস্থিতিক লৈ আৰক্ষী–প্রশাসনে সঘনে অধিৱেশনস্থলীত উপস্থিত হৈ পর্যালোচনা কৰিছে৷ নিৰাপত্তাৰ দিশত সর্বাধিক গুৰুত্ব প্রদান কৰিছে অসম আৰক্ষীয়ে৷ শুৱালকুছিৰ প্রৱেশদ্বাৰৰ পৰা সকলো ধৰণৰ গাড়ী সোমোৱাটো বন্ধ থাকিব৷ আৰক্ষীৰ পৰা দিয়া অনুমতিপ্রাপ্ত গাড়ীহে মাথোঁ অধিৱেশনস্থলীত সোমাব পাৰিব বুলি জানিব পৰা গৈছে৷ ঠিক তেনেদৰে গুৱাহাটীৰ পৰা অহা আৰু পলাশবাৰীৰ পৰা অহা ফেৰীসমূহ অশোকাষ্টমী ঘাটত ৰখাৰ ব্যৱস্থা কৰিছে৷ শুৱালকুছিৰ পথসমূহ অলপ ঠেক হোৱা বাবেই আৰক্ষীয়ে এই ব্যৱস্থা গ্রহণ কৰিছে৷

The post শুৱালকুছিবাসীৰ প্ৰতীক্ষাৰ অন্ত পেলাই সাহিত্য সভা অধিৱেশনৰ প্ৰস্তুতি সম্পূৰ্ণ first appeared on নিয়মীয়া বাৰ্তা.