AIUDF - নিয়মীয়া বাৰ্তা

আজি বিধানসভাৰ বিশেষ অধিৱেশন, ৰাজ্যপালৰ ভাষণৰ মাজতে বিৰোধীয়ে উত্তাল কৰিলে সদন…
নিয়মীয়া বাৰ্তা, ১৩ জানুৱাৰীঃ আজি অসম বিধানসভাৰ বিশেষ অধিৱেশন৷ পুৱা ৯.৩০ বজাত ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হ’ল এদিনীয়া অধিৱেশনখন ।

বিধানসভাৰ কার্যক্রমণিকা অনুসৰি এই বিশেষ অধিৱেশনত ‘কা’ সম্পর্কত আলোচনাৰ কোনো সুযোগ নাই ৷ ইতিমধ্যে ৰাজ্যপালৰ ভাষণৰ পাছতেই তেওঁৰ সৈতে ফটোছেছন আৰু চাহ মেলৰ বাবে কিছুসময় সদন স্থগিত ৰখা হৈছে ৷

তাৰ পাছত ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্রস্তাৱ উত্থাপন, অনুসূচিত জাতি–জনজাতিৰ বাবে সংসদ–বিধানসভাত সংৰক্ষিত সদনৰ ম্যাদ পুনৰ দহ বছৰলৈ বৃদ্ধিৰ প্রস্তাৱত অনুমোদন, শোক প্রকাশ কার্যসূচী অন্তর্ভুক্ত হৈছে ৷

বিয়লি ৫ বজাৰ পৰা ৰাজ্যপালৰ ভাষণৰ ওপৰত উত্থাপন কৰা ধন্যবাদসূচক প্রস্তাৱক লৈ প্রায় ৫ ঘণ্টা আলোচনা চলিব৷ বিধানসভাৰ কার্য উপদেষ্টা পৰিষদে যুগুতোৱা কার্যসূচীত আজিৰ সদনৰ মজিয়াত ‘কা’ উত্থাপনৰ অৱকাশ নাই যদিও বিৰোধী দল কংগ্রেছ আৰু এ আই ইউ ডি এফে ৰাজ্যপালৰ ভাষণৰ আঁত ধৰিয়েই ‘কা’ক লৈ সদন উত্তাল কৰাৰ ৰণকৌশল গ্রহণ কৰিছে ৷

কংগ্রেছ আৰু এ আই ইউ ডি এফৰ সূত্রই জানিবলৈ দিয়া মতে, আজি তেওঁলোকে ‘কা’ৰ প্রসংগ উত্থাপন কৰি সদন উত্তাল কৰি তুলিব ৷ তদপৰি সন্ধিয়া ৫ বজাৰ পৰা ৰাজ্যপালৰ ভাষণৰ ওপৰত হ’বলগীয়া ধন্যবাদসূচক প্রস্তাৱৰ আলোচনাৰ সময়তো ‘কা’, ছয় জনগোষ্ঠীৰ জনজাতিকৰণ, ‘কা’বিৰোধী আন্দোলন দমনৰ নামত ৫জন লোকক গুলীয়াই হত্যা, এন আৰ চিত উদ্ভৱ হোৱা অচলাৱস্থা আদি ইছ্যুক লৈ সদন উত্তাল কৰাৰ পৰিকল্পনা কৰিছে৷

ইপিনে প্রকাশ্যে ‘কা’ৰ বিৰোধিতা কৰি অহা অগপৰ প্রফুল্ল কুমাৰ মহন্ত, বৃন্দাবন গোস্বামী, পবিন্দ্র ডেকায়ো আজিৰ সদনত প্রকাশ্যে ‘কা’ৰ বিৰুদ্ধাচৰণ কৰাৰ পূর্ণ সম্ভাৱনা আছে৷

জানিব পৰা মতে, এই সম্পর্কত প্রধান বিৰোধী কংগ্রেছে ‘কা’বিৰোধী অগপৰ বিধায়কসকলৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে৷

The post আজি বিধানসভাৰ বিশেষ অধিৱেশন, ৰাজ্যপালৰ ভাষণৰ মাজতে বিৰোধীয়ে উত্তাল কৰিলে সদন… first appeared on নিয়মীয়া বাৰ্তা.