BJP - নিয়মীয়া বাৰ্তা

ধুবুৰীত ৰাহুল গান্ধী-কংগ্ৰেছৰ সাংসদ ধীৰাজ চাহুৰ পুত্তলিকা দাহ বিজেপিৰ
🔹 কংগ্ৰেছৰ ঝাৰখণ্ডৰ সাংসদ ধীৰাজ চাহুৰ গৃহত ৩০০ কোটি টকা জব্দ

নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰ : কংগ্ৰেছ দলৰ ঝাৰখণ্ডৰ ৰাজ্যসভাৰ সাংসদ ধীৰাজ চাহুৰ গৃহত ৩০০ কোটি টকা জব্দ হোৱা ঘটনাক লৈ আজি ধুবুৰীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বিজেপিয়ে। কংগ্ৰেছ সাধাৰণ ৰাইজৰ ধন আত্মসাৎ কৰা দল বুলি অভিহিত কৰি কংগ্ৰেছৰে মিত্ৰতা কৰা INDI মিত্ৰজোঁটৰ অন্যান্য দলবোৰো দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰত লিপ্ত থকাৰ অভিযোগেৰে ধুবুৰী জিলা বিজেপিৰ উদ্যোগত অনুষ্ঠিত হয় আজিৰ সেই প্ৰতিবাদ। সেই কাৰ্য্যসূচীৰ অংশৰূপে প্ৰথমে বিজেপিৰ ধুবুৰীৰ তেতুলতলাস্থ জিলা কাৰ্য্যালয়ৰ পৰা এক বিশাল প্ৰতিবাদী সমদল উলিয়ায় দলটোৱে। সমদলটোত কংগ্ৰেছ মুৰ্দাবাদ, ৰাহুল গান্ধী হায় হায় আদি বিভিন্ন শ্লোগানেৰে ধুবুৰীৰ ৰাজপথ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে। অন্তত চহৰখনৰ ধানপট্টী অঞ্চলত উপস্থিত হোৱাৰ পিছত প্ৰতিবাদকাৰীয়ে ৰাহুল গান্ধী আৰু কংগ্ৰেছ দলৰ সাংসদ ধীৰাজ শাহুৰ পুত্তলিকা দাহ কৰি বিজেপিৰ আজিৰ সেই প্ৰতিবাদ কাৰ্যসূচীৰ অন্ত পেলায়। আজিৰ এই কাৰ্যসূচীত ধুবুৰী জিলা বিজেপিৰ সভাপতি প্ৰসেনজিৎ দত্ত, দলটোৰ জ্যেষ্ঠ নেতা ডাঃ দেৱময় সান্ন্যাল, দীপক কুমাৰ সাহাকে ধৰি জিলা বিজেপি আৰু ভাৰতীয় জনতা যুৱ মৰ্চাৰ কাৰ্যকৰ্তাসকল উপস্থিত আছিল।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

The post ধুবুৰীত ৰাহুল গান্ধী-কংগ্ৰেছৰ সাংসদ ধীৰাজ চাহুৰ পুত্তলিকা দাহ বিজেপিৰ first appeared on নিয়মীয়া বাৰ্তা.

নামনি মাজুলীৰ মিছামৰাত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া
নিয়মীয়া বাৰ্তা, ৫ অক্টোবৰ : মাজুলী জিলাৰ নামনি মাজুলীৰ কৰতিপাৰ গাঁও পঞ্চায়তৰ ১নং মিছামৰাত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰাত অঞ্চলবাসী ৰাইজে গভীৰ অনিশ্চয়তাৰ মাজত দিন অতিবাহিত কৰিব লগা হৈছে । ব্ৰহ্মপুত্ৰ বৰ্ডে বিগত দুবছৰ পূৰ্বে ১নং মিছামৰাত খহনীয়া প্ৰতিৰোধৰ আঁচনি ৰূপায়ণ কৰিছিল যদিও বৰ্ডৰ নিম্নমানৰ কামৰ বাবে আঁচনিৰ বৃহৎ অংশ খহনীয়াত জাহ গ’ল। প্ৰতিদিনে মিছামৰা অঞ্চলটোৰ  চেৰপাইখোৱা, মিছামৰা, শিমলুগুৰি, <wbr />দোমচুক, দকুতচুক, মিছামৰা কুমলীয়া চাপৰি, সাৰ আটী, বাঘগাওঁ, চামগুৰি, আহতগুৰিত শ শ হেক্টৰ কৃষিভূমিৰ লগতে বহু লোকৰ সপোনৰ ঘৰ-দুৱাৰ নদীত জাহ যোৱাত গৃহহীন তথা সৰ্বস্বান্ত ৰাইজে চকুলো টুকি ঘৰৰ এপদ-দুপদ লাম-লাকটু সামৰি নিৰাপদ স্থানলৈ ঢাপলি মেলিছিল যদিও নতুনকৈ ঘৰ দুৱাৰ নিৰ্মাণ কৰা সেই স্থানতো গৰাখহনীয়াই ভয়ানক ৰূপ ধাৰণ কৰিছে। মাজুলীৰ নামনি অংশত এনে এক বিপদৰ খবৰ লাভ কৰাৰ পাছতো স্থানীয় ৰাইজৰ অভিযোগ সন্দৰ্ভত বিধায়ক তথা ব্ৰহ্মপুত্ৰ বৰ্ডৰ বিষয়ববীয়াই সঠিক ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজে ত্ৰাহি মধুসূদন দেখিছিল। আপোন ঘৰ-ভেটি হেৰুৱাই সৰ্বস্বান্ত হোৱা নৈপৰীয়াই চৰকাৰ তথা ব্ৰহ্মপুত্ৰ বৰ্ডে অঞ্চলটোৰ অৱশিষ্ট ভূমিভাগ ৰক্ষা কৰাৰ বাবে বিজ্ঞানসন্মত পদ্ধতি অৱলম্বন কৰিবলৈ বিভিন্ন সময়ত প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ পাছত কালি বিধায়ক ভুবন গামৰ নেতৃত্বত মিছামৰা অঞ্চলৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ৪ কোটি টকাৰ এক হ্ৰস্বম্যাদী আঁচনি গ্ৰহণ কৰি কামৰ শুভাৰম্ভ কৰে। ৰাইজে বিচাৰিছে- পূৰ্বৰ দৰে ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ বিফল আঁচনি ৰূপায়িত নকৰি ব্ৰহ্মপুত্ৰ ব’ৰ্ডে সঠিকভাৱে কাম কৰাটো। বিধায়ক ভুবন গামে  আঁচনি উদ্বোধন কৰিবলৈ যাঁওতেই খহনীয়াগ্ৰস্ত লোকসকলে আঁচনিখন সঠিকভাৱে ৰূপায়ণ কৰিবলৈ আহ্বান জনায়।

প্ৰেৰক প্ৰাঞ্জল খাউণ্ড

The post নামনি মাজুলীৰ মিছামৰাত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া first appeared on নিয়মীয়া বাৰ্তা.

বৰগাঙত কৰম উৎসৱ উদযাপন
বিশেষ বার্তা, ২৬ ছেপ্টেম্বৰ : চৰকাৰে কালি কৰম পূজা উপলক্ষে বন্ধৰ দিন হিচাপে ঘোষণা কৰাত বিভিন্ন অঞ্চলৰ লগতে বৰগাঁও চাহ বাগিচা ৰাইজৰ উদ্যোগত কৰম পূজা ভাগ উদযাপন কৰা হয়।  বৰগাং নিউ কেটেলা খেলপথাৰত দিনৰ ২ বজাত কৰম দেৱতাক স্মৰণ কৰি কৰমতীসকলে পূজা-পাতলৰ নিয়মটো পালন কৰাৰ পিছত ফিতা কাটি আখৰা মুকলি কৰে অসম চাহ জনজাতি প্ৰগতিশীল মহিলা সমাজৰ নেত্ৰী তথা দক্ষিণ মৰাণ গাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী থানেশ্বৰী কুর্মী গঞ্জুৱে। অনুষ্ঠানত শ্ৰমিক নেতা বিবেক দাস, নৰোত্তম চুণ্ডী, বৰগাঁও চাহ বাগিচাৰ পৰিচালক প্ৰাদুৰ্য্য কোচ, অমিতাভ বৰুৱা, বেলাউৰ হুছেইন  প্ৰমুখ্যে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে আৰু সকলোৰে উপস্থিতিত অঞ্চলটোৰ কেইবাটাও কৰম দলে কৰম নৃত্য পৰিৱেশন কৰি সন্ধিয়া ৬ বজালৈ পৰিৱেশ জীপাল কৰি ৰাখে। অনুষ্ঠান পৰিচালনা কৰে শ্ৰমিক নেতা লক্ষী কান্ত কুর্মীয়ে আৰু কুর্মীক সহায় কৰে শিক্ষক কৰণ ভূঞাই।

প্ৰেৰক অমিতাভ বৰুৱা

The post বৰগাঙত কৰম উৎসৱ উদযাপন first appeared on নিয়মীয়া বাৰ্তা.

লাহৰীঘাটত বুজন পৰিমাণৰ ড্ৰাগছসহ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ
নিয়মীয়া বাৰ্তা,  ২৪ ছেপ্টেম্বৰ : মৰিগাঁও জিলাৰ লাহৰীঘাটত আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান অব্যাহত আছে। গোপন সূত্ৰৰ পম খেদি যোৱানিশা লাহৰীঘাট আৰক্ষীয়ে ঔতলাবড়ী আৰু মহামাৰী পথাৰৰ পৰা বুজন পৰিমাণৰ ড্ৰাগছসহ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটা হ’ল হজৰত আলী আৰু জাকিৰ হুছেইন। ধৃত সৰবৰাহকাৰী দুটাৰ পৰা ৯টা ড্ৰাগছভৰ্তি কন্টেইনাৰ, এটা ম’বাইল আৰু নগদ ৩৮০০ টকা জব্দ কৰে। ইয়াৰ পূৰ্বে ধৃত সৰবৰাহকাৰী দুটা ড্ৰাগছসহ গ্ৰেপ্তাৰ হৈ জেল হাজোতলৈ গৈছিল। জেলৰ পৰা ওলাই পুনৰ সৰবৰাহকাৰী দুটাই পুনৰ নিজৰ ঘৰত ড্ৰাগছ বিক্ৰী কৰি আহিছিল। সম্প্রতি দুয়োকে লাহৰীঘাট আৰক্ষী থানাত সোধা-পোছা অব্যাহত ৰাখিছে।

প্ৰেৰক আবুল কালাম

The post লাহৰীঘাটত বুজন পৰিমাণৰ ড্ৰাগছসহ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ first appeared on নিয়মীয়া বাৰ্তা.

ঋতুপৰ্ণ পেগুৰ ৯ মহীয়া সন্তান গেৰি পেগুৰ দায়িত্ব ল’লে বিজেপিৰ মিডিয়া পেনেলিষ্ট সুৰঞ্জন দত্তই
নিয়মীয়া বাৰ্তা, ১৩জুনঃ শুকুৰবাৰে মহানগৰী গুৱাহাটীত সংঘটিত হোৱা লোমহৰ্ষক হত্যাকাণ্ডই এতিয়া জোঁকাৰিছে ৰাজ্য। এখন টুলত বহাক কেন্দ্ৰ কৰি হোৱা সাধাৰণ তৰ্ক-বিতৰ্কই কাল হ’ল ঋতুপৰ্ণৰ পেগু নামৰ ধেমাজিৰ যুৱকজনৰ। নিষ্ঠুৰভাৱে ৰডেৰে মৰিয়াই চোকা অস্ত্ৰৰে ডিঙি ৰেপি হত্যা কৰে বিবেকহীন একাংশই।

এই হত্যাকাণ্ডৰ পাছতে ঋতুপৰ্ণৰ পেগুৰ অসহায় পৰিয়ালটোৰ কাষত থিয় দিছে বিজেপি কৰ্মী সুৰঞ্জন দত্ত । অসম বিজেপিৰ মিডিয়া পেনেলিষ্ট সুৰঞ্জন দত্তই মানৱতাৰ নিদৰ্শন দাঙি ধৰি মৃত ঋতুপৰ্ণৰ পেগুৰ নমহীয়া পুত্ৰ সন্তান গেৰি পেগুৰ সম্পূৰ্ণ দায়িত্ব গ্ৰহণৰ সিদ্ধান্ত লৈছে ।

সামাজিক মাধ্যম ফেছবুকত সুৰঞ্জন দত্তই লিখিছে- “মই মৃত ঋতুপৰ্ণ পেগুৰ ৯ মহীয়া পুত্ৰ গেৰি পেগুক গঢ় দিয়াৰ দ্বায়িত্ব ল’লো ।”

দত্তৰ এই ঘোষণাৰ পাছতে, ছ’চিয়েল মিডিয়াত তেওঁক সকলোৱে প্রশংসা কৰিছে ।

এজন ফেচবুক ব্যৱহাৰকাৰীয়ে লিখিছে- “কোনে কৈছে মানৱতা শেষ হৈ গৈছে ? মানৱতা নাইকিয়া হোৱা নৃশংস সমাজখনৰ মাজতো কেতিয়াবা মানৱতা বিচাৰি পোৱা যায় । দুখৰ মাজতো কিছুমান ভাল খবৰে মনতো পুলকিত কৰি তোলে । যোৱা কালি মহানগৰীত ঘাটকে অতি নৃশংসভাবে ঋতুপৰ্ণ পেগুক ডিঙি হত্যা কৰিছিল । দুৰ্ভগীয়া পৰিয়ালটোলৈ সহায়ৰ হাত আগবঢ়াবলৈ আগবাঢ়ি আহি ভাৰতীয় জনতা পাৰ্টীৰ মিডিয়া পেনেলিষ্ট সুৰঞ্জন দত্তই মৃত ঋতুপৰ্ণ পেগুৰ ৯ মহীয়া সন্তান গেৰি পেগুৰ জীৱন গঢ় দিয়াৰ দায়িত্বৰ লগতে পৰিয়ালটোৰ সমস্ত দায়িত্ব লয় । আপোনাৰ মহানুভৱতাক দাদা চেলুট জনাইছো ।”

হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছতেই কোলাত ৯ মহীয়া সন্তানটি লৈ ঘটনাস্থলীত উপস্থিত হোৱা অসহায় পত্নীয়ে স্বামীৰ মৃতদেহৰ পিছে পিছে খোজ দি সহায় ভিক্ষা কৰাৰ এক দৃশ্য বৰ্তমান ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।

ইপিনে শুকুৰবাৰে গুৱাহাটীৰ নুনমাটিত ৫ জনীয়া দলে ঋতুপৰ্ণ পেগুক নৃশংসভাৱে হত্যা কৰা ঘটনাক লৈ সমগ্ৰ ৰাজ্যতে এতিয়াও অব্যাহত আছে চাঞ্চল্য ।

সামান্য তৰ্কা-তৰ্কিৰ ফলতে মৃত্যু হোৱা ঋতুপৰ্ণৰ মৃত্যুত জাঙুৰ খাই উঠিছে ৰাজ্যৰ দল-সংগঠনসমূহ । দিন-দুপৰতে সংঘটিত হোৱা এই নৃশংস ঘটনাক একেমুখে গৰিহনা দিছে সকলোৱে। শীঘ্ৰে দোষীক উচিত শাস্তি দিয়াৰ দাবী জনাই শনিবাৰে ৰাজ্যৰ বিভিন্ন স্থানত উত্তাল প্ৰতিবাদো সাব্যস্ত কৰে সংগঠনসমূহে।

শনিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই হত্যাকাণ্ডৰ তদন্ত CID ক দিয়াৰ নিৰ্দেশ প্ৰদান কৰিছে।

আনহাতে দুৰ্ভগীয়া ঋতুপৰ্ণ পেগুৰ নিঠৰুৱা পৰিয়ালটোৰ কাষত আজি বিজেপি যুৱমৰ্চাৰ ৰাজ্যিক সভাপতি অনুপ বৰ্মণ উপস্থিত হৈ ঋতুপৰ্ণ পেগুৰ পত্নীৰ হাতত ৫০,০০০ টকা আগবঢ়ায় । তাৰোপৰি পৰৱৰ্তী সময়ত ঋতুপৰ্ণ পেগুৰ হত্যাকাৰীয়ে যাতে কঠোৰ শাস্তি পাই এই ক্ষেত্ৰত আইনী প্ৰক্ৰিয়াত হ’বলগীয়া খৰছৰ সকলো ব্যয় যুৱমৰ্চাই বহণ কৰিব বুলিও অনুপ বৰ্মণে ঘোষণা কৰে ৷

The post ঋতুপৰ্ণ পেগুৰ ৯ মহীয়া সন্তান গেৰি পেগুৰ দায়িত্ব ল’লে বিজেপিৰ মিডিয়া পেনেলিষ্ট সুৰঞ্জন দত্তই first appeared on নিয়মীয়া বাৰ্তা.

‘নিজক আৰু সাতটা পুৰুষক বদনাম কৰিবলৈ যাৰ ইচ্ছা আছে, তেওঁলোকেহে AIUDFৰ সমৰ্থনত ৰাজ্যসভালৈ যাব’
নিয়মীয়া বার্তা, ৩ মার্চঃ “যাৰ আত্মসন্মান নাই, তেনেকুৱা ব্যক্তিয়েহে এআইইউডিএফৰ সমৰ্থনত ৰাজ্যসভালৈ যাব । যাৰ আত্মসন্মান আছে, তেওঁলোকেনো কিয় এআইইউডিএফৰ সমৰ্থনত ৰাজ্যসভালৈ যাব ।”– বিধানসভাৰ বাজেট অধিৱেশনৰ দ্বিতীয় দিনা এই বিৰোধীক তীব্ৰ সমালোচনা কৰি এই মন্তব্য কৰে ডঃ হিমন্তবিশ্ব শৰ্মাই ।

ইয়াৰ ওপৰি তেওঁ কয় যে যিসমূহ বুদ্ধিজীৱী বা সাংস্কৃতিক কৰ্মীৰ নাম বৰ্তমান কংগ্ৰেছ-এআইইউডিএফৰ উমৈহতীয়া প্ৰাৰ্থী ৰূপে চৰ্চা চলি আছে, সেইসকল এজনো এই উমৈহতীয়া প্ৰাৰ্থী নহয় বুলি উল্লেখ কৰি কয় যে কাৰণ যিসকল লোকৰ মান-সন্মান যুগযুগলৈকে বদনাম হৈ থাকিব, সেইসকল হে এআইইউডিএফৰ সমৰ্থনত ৰাজ্যসভালৈ যাব ।

ইপিনে বিজেপিয়ে তৃতীয় আসনৰ বাবে প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ ইচ্ছা নাই, গতিকে কংগ্ৰেছে অকলে নিৰ্বাচন খেলি তৃতীয় আসনখন নিজৰ দখললৈ নিয়ক বুলিও কংগ্ৰেছক উপদেশ দিয়ে মন্ত্ৰী ড০ শৰ্মাই ।

আনহাতে কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতা হ’লে কংগ্ৰেছৰ যিখিনি প্ৰাৰ্থী থাকিব, তেওঁলোকৰ পিতৃ-মাতৃৰ লগতে সন্তানেও বিজেপিকে ভোট দিব বুলি মন্তব্য কৰে মন্ত্ৰী ড০ শৰ্মাই।

The post ‘নিজক আৰু সাতটা পুৰুষক বদনাম কৰিবলৈ যাৰ ইচ্ছা আছে, তেওঁলোকেহে AIUDFৰ সমৰ্থনত ৰাজ্যসভালৈ যাব’ first appeared on নিয়মীয়া বাৰ্তা.

২০২১ টিকট নাপাব পাৰে মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ! কাৰণটো ক’লে ৰঞ্জিত দাসে
নিয়মীমা বাৰ্তা, ১১ ফেব্ৰুৱাৰীঃ ২০২১ ত টিকট নাপাব পাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে । মন্ত্ৰী হিচাপে নহয়, বিধায়ক হিচাপেহে হ’ব মূল্যাংকন । সমষ্টি ভিত্তিত মূল্যাংকন হ’ব প্ৰতিজন বিজেপি বিধায়কৰ । তাৰ পাছত হে নিশ্চিত হ’ব টিকট ।– এই ঘোষণা ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ ।

ইপিনে বিভিন্ন সমীক্ষাৰ দ্বাৰা সমষ্টিসমূহত উন্নয়নৰ মূল্যাকন চলোৱা হ’ব বুলিও ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে মন্তব্য কৰে।

উল্লেখ্য যে বিজেপিৰ প্ৰতিজন বিধায়কৰ মূল্যাংকন কৰাৰ উদ্দেশ্য এটাই, সেয়া হৈছে ২০২১ ৰ নিৰ্বাচনত বিজেপিৰ ১০০ খন আসনৰ দখল কৰাৰ লক্ষ্য ।

The post ২০২১ টিকট নাপাব পাৰে মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ! কাৰণটো ক’লে ৰঞ্জিত দাসে first appeared on নিয়মীয়া বাৰ্তা.

দিল্লীত কেজৰিৱালৰ হেটট্ৰিক সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ?
নিয়মীয়া বাৰ্তা, ১১ ফেব্ৰুৱাৰীঃ দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফলত প্ৰায় নিশ্চিত হৈ পৰিছে যে পুনৰ বাৰ ৰাজধানীত কেজৰিৱালেই একক সংখ্যা গৰিষ্ঠ আসন লাভ কৰি চৰকাৰ গঠন কৰিব । এই সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে- পূৰ্বে দিল্লীত আমি ৩ খন আসন দখল কৰিছিলো, কিন্তু এইবাৰ তাতকৈ আগুৱালো । অৰ্থাৎ আমি দিনকদিনে আমাৰ ভেটি শক্তিশালী কৰাৰ ক্ষেত্ৰত অগ্ৰসৰ হৈছো । নিৰ্বাচনত আমি যিমানখিনি ভোট পাইছো সেই হিচাপে পূৰ্বতকৈ দিল্লীৰ জনসাধাৰণে বিজেপিক আন্তৰিকতাৰে গ্ৰহণ কৰিছে ।

উল্লেখ্য যে দিল্লী বিধানসভা নিৰ্বাচনত বিজেপিৰ হৈ প্ৰধানমন্ত্ৰী মোদী সহ ১১ খন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু নেতাসকলে সৰ্বশক্তি প্ৰয়োগ কৰি প্ৰচাৰ চলাইছিল । আৰু এই নিৰ্বাচনী প্ৰচাৰতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দিল্লীত বিজেপি জয়ী হ’লে নামঘৰ নিৰ্মাণৰো আশ্বাস প্ৰদান কৰিছিল ।

The post দিল্লীত কেজৰিৱালৰ হেটট্ৰিক সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ? first appeared on নিয়মীয়া বাৰ্তা.

নাম নোলোৱাকৈ ৰাহুল গান্ধীক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ
নিয়মীয়া বাৰ্তা, ৭ ফেব্ৰুৱাৰীঃ বড়ো চুক্তিৰ পাছত শুকুৰবাৰে কোকৰাঝাৰৰ চহৰৰ সমীপৰ বিশাল জাংখ্ৰিথাই পথাৰত অনুষ্ঠিত হোৱা জনসভাত ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নাম নোলোৱাকৈ ৰাহুল গান্ধীক সমালোচনা কৰে ।

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বুধবাৰে দিল্লীৰ বিধানসভা নিৰ্বাচনী প্ৰচাৰৰ সময়ত “যুৱপ্ৰজন্মই মোদীক লাঠিৰে কোবাব” বুলি কোৱা মন্তব্যৰ প্ৰসংগ উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কিছুমান লোকে মোক লাঠিৰে কোবোৱাৰ কথা কয় কিন্তু যাৰ ওচৰত ইমান সংখ্যক ভাই-ভনী আৰু মাৰ আশীৰ্বাদ আছে, তেওঁ কেতিয়াও লাঠিৰ কোবলৈ ভয়ভৃত নহয় বুলি যোগ্য প্ৰত্যুত্তৰ দিয়ে।

উল্লেখ্য যে বড়ো চুক্তিৰ বিজয় উৎসৱত ভাগ লোৱাৰ উদ্দেশ্যে কালি বিয়লিৰে পৰা কোকৰাঝাৰত উপস্থিত হৈছে বহু দূৰ–দূৰণিৰ পৰা অহা কেইবাসহস্রাধিক লোকে ৷

The post নাম নোলোৱাকৈ ৰাহুল গান্ধীক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ first appeared on নিয়মীয়া বাৰ্তা.

২১ শতিকাৰ ভাৰতৰ ৰাজধানীৰ ভৱিষ্যৎ নিৰ্ণয় কৰিব এই নিৰ্বাচনে !
নিয়মীয়া বাৰ্তা ৩ ফ্ৰেব্ৰুৱাৰীঃ “দিল্লীৰ লোকসকলৰ ভোট আৰু চিন্তাই দেশৰ বিকাশৰ ক্ষেত্ৰত আগুৱাই যোৱাত সফল ভূমিকা আগবঢ়াইছে । দিল্লী কেৱল এখন চহৰেই নহয়, দিল্লীখন হৈছে আমাৰ দেশৰ এক আত্মা ।”- দিল্লীত প্ৰথমবাৰৰ বাবে নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ।

এই প্ৰচাৰ সভাত অংশ লৈ সভাত উপস্থিত থকা সকলোকে সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়- দিল্লীৰ লোকসকলৰ মনত কি আছে সেয়া বেলেগকৈ কোৱাৰ প্ৰয়োজন নাই, সেয়া আপোনালোকৰ চেহেৰা বোৰত প্ৰতিফলিত হৈছে । লগতে দিল্লীৰ বিকাশৰ বাবে ৰাজ্যখনত এতিয়া বিজেপিৰ প্ৰয়োজন আহি পৰিছে বুলিও প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে ।

ইপিনে প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণ প্ৰসংগত লগতে কয় যে এই নিৰ্বাচন এনে এটা দশকৰ নিৰ্বাচন য’ত ২১ শতিকাৰ ভাৰতৰ ৰাজধানীৰ ভৱিষ্যৎ নিৰ্ধাৰণ কৰিব ।

আনহাতে কেজৰিৱাল চৰকাৰক সমালোচনা কৰি কয় যে- ইয়াৰ চৰকাৰে দুখীয়াক ঘৰ দিব নোখোজে, কিন্তু কেন্দ্ৰই ২ কোটি ঘৰ বনাইছে যদিও দিল্লীত এতিয়ালৈকে এটাও ঘৰ বনাব পৰা হোৱা নাই । যাৰ বাবে মই দুঃখিত । আপোনালোকে ২০ বছৰে বহুত ধ্বংস দেখা পালে, গতিকে এতিয়া দিল্লীত বিজেপি অহাটো অতিকে প্ৰয়োজন । যেতিয়া দিল্লীত বিজেপি চৰকাৰ আহিব, তেতিয়া দেশৰ আন ৰাজ্যত কৰা বিকাশমুখী কামসমূহ আমি দিল্লীটো কৰিব পাৰিম ।

উল্লেখ্য যে দিল্লীৰ বিধানসভা নিৰ্বাচন যিমানে চমু চাপি আহিছে সিমানেই ৰাজনৈতিক বতাহো হৈ পৰিছে গৰম । লগতে প্ৰতিটো দলৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে সকলো ৰথী মহাৰথীয়ে।

The post ২১ শতিকাৰ ভাৰতৰ ৰাজধানীৰ ভৱিষ্যৎ নিৰ্ণয় কৰিব এই নিৰ্বাচনে ! first appeared on নিয়মীয়া বাৰ্তা.