climate - নিয়মীয়া বাৰ্তা

ক্লাইমেট ইমাৰ্জেন্সীক বৰ্ষটোৰ শব্দ আখ্যা অক্সফ’ৰ্ড অভিধানৰ
নিয়মীয়া বাৰ্তা ২৩ নৱেম্বৰঃ অক্সফ’ৰ্ড অভিধানে বৰ্ষটোৰ শব্দ হিচাপে ইয়াত সন্নিৱিষ্ট কৰিছে ক্লাইমেট ইমাৰ্জেন্সী শব্দ দুটা। উল্লেখনীয় যে চলিত বৰ্ষত আটাইতকৈ বেছি এই শব্দ দুটা ব্যৱহাৰ হোৱা বুলি অক্সফ’ৰ্ডে দাবী কৰিছে। জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ ক্ষেত্ৰত ক্লাইমেট ইমাৰ্জেন্সী অধিক প্ৰয়োগ হোৱা বুলি ঘোষণা কৰিছে অক্সফ’ৰ্ড অভিধান কৰ্তৃক্ষই। লক্ষণীয়ভাৱে শতিকাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়া হিচাপে ক্লাইমেট ইমাৰ্জেন্সীক চিহ্নিত কৰিছে অক্সফ’ৰ্ডে। উল্লেখনীয় যে ২০১৯ চনত পূৰ্বৰ বছৰটোৰ তুলনাত ১০০ গুণ বেছি ব্যৱহাৰ হৈছে এই শব্দ দুটা। অভিধানৰ তৰফৰ পৰা উল্লেখ কৰা অনুসৰি অন্য কোনো জৰুৰী বিষয়ে বুজোৱাৰ ক্ষেত্ৰত ইমাৰ্জেন্সী শব্দটো যিধৰণে ব্যৱহাৰ কৰা হয়, তাতকৈ বহু বেছি ক্লাইমেট ইমাৰ্জেন্সী ব্য়ৱহাৰ হৈছে। দেশে দেশে এতিয়া এই বিষয়ক লৈ প্ৰতিদিনে চলিছে বিভিন্ন কাৰ্যসূচী। ক্লাইমেট ইমাৰ্জেন্সীক লৈ বিভিন্ন স্তৰত আৰম্ভ হৈছে সজাগতা। গতিকে বৰ্ষটোৰ শব্দ হিচাপে চিহ্নিত হৈছে।

The post ক্লাইমেট ইমাৰ্জেন্সীক বৰ্ষটোৰ শব্দ আখ্যা অক্সফ’ৰ্ড অভিধানৰ first appeared on নিয়মীয়া বাৰ্তা.