নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

ঢকুৱাখনত মায়ামৰা সাংস্কৃতিক সমাজৰ সাধাৰণ অধিৱেশনৰ লাইখুঁটা স্থাপন

নিয়মীয়া বার্তা, ১০ ফেব্ৰুৱাৰী : সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ ৩৮ সংখ্যক দ্বি- বাৰ্ষিক কেন্দ্ৰীয় সাধাৰণ অধিৱেশনৰ পবিত্ৰ লাইখুঁটা স্থাপন কৰা হয়। এই উপলক্ষে ঢকুৱাখনাৰ বাঁহপৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত অনুষ্ঠানত দেওবাৰে পুৱা…

জটিল ৰোগত আক্ৰান্ত টিহুৰ প্ৰাক্তন আছু কৰ্মী নিদৰ্শন শৰ্মা

নিয়মীয়া বাৰ্তা, ১০ ফেব্ৰুৱাৰীঃ অথাই সাগৰত পৰিছে টিহুৰ শিয়ালমাৰীৰ নিদৰ্শন শৰ্মা নামৰ এগৰাকী প্ৰাক্তন আছু কৰ্মী। দুয়োটা বৃক্ক বিকল হোৱাত তেওঁৰ জীৱনলৈ নামি আহিছে ঘোৰ অমানিশা। চিকিৎসকে অচিৰে বৃক্ক সংৰোপনৰ পৰামৰ্শ দিছে যদিও প্ৰয়োজনীয় অৰ্থৰ…

বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ দিল্লীবিদ্বেষৰ সুযোগ আগ্রাসী ড্রেগনৰ দেশৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১০ ফেব্ৰুৱাৰীঃ ৰক্তক্ষয়ী সংঘর্ষৰ মাজতে শ্বেখ হাছিনা চৰকাৰৰ পতনৰ লগে লগে বাংলাদেশৰ ৰাজনীতিত এক সাংঘাতিক পৰিৱর্তন আহিছে৷ সমগ্র বাংলাদেশজুৰি সম্প্রতি দিল্লী–ভাৰতবিদ্বেষ৷ ইতিহাস তথা কৃতজ্ঞতা পাহৰি মহম্মদ ইউনুছ…

ডিক’ডিং জীৱন : বর্তমানক খামুচি থাকি

ড০ পার্থসাৰথি মহন্ত বর্তমানক আমি খামুচি ধৰি ৰাখিব খোজো৷ এৰি দিব নোখোজো৷ বর্তমান যেন অনিশ্চিত পৃথিৱীখনত আমাক নিৰাপদে ধৰি ৰখা লংগৰ৷ এৰি দিলে কি হ’ব পাৰে আতংকিত হৈ বর্তমানক খামুচি ধৰি ৰাখো জীৱনৰেখাৰ দৰে৷ জীৱনত এনে কিছুমান সময় আহে যেতিয়া…

বন্দ্যা ইণ্টাৰনেচনেল স্কুলত ‘সৎসংগ উইথ সদ্গুৰু’ত ১০ সহস্ৰাধিকৰ অংশগ্ৰহণ

📌 লক্ষ্য স্থিৰ কৰি শৰীৰ মনৰ একাত্ম সংযোগেৰে সুখী হৈ থকাটোৱে জীৱন 📌 দহ সহস্রাধিক অনুগামীক উদ্দেশ্যি ক’লে– ‘প্রকৃতিয়ে আমাক জীয়াই থাকিবলৈও দিছে, মৃত্যুও দিছেঃ প্রযুক্তিৰ ব্যৱহাৰে বিপর্যয় আনিছে সভ্যতালৈ’ নিয়মীয়া বাৰ্তা ডিজিটেল, ১০ ফেব্ৰুৱাৰীঃ…

শুৱালকুছিৰ মহাবীৰ লাচিত কাপ ফুটবলত চেম্পিয়ন ৰূপকোঁৱৰ একাডেমী

বিশেষ বাৰ্তা, ১০ ফ্ৰেব্ৰুৱাৰীঃ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, কামৰূপ জিলা সমিতিৰ উদ্যোগত শুৱালকুছি বালিচৰত অনুষ্ঠিত মহাবীৰ লাচিত ক্লাব আন্তঃমহাবিদ্যালয় ফুটবল প্ৰতিযোগিতাত চাংসাৰিৰ ৰূপকোৱৰ একাডেমীয়ে চুড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে৷ প্ৰতিযোগিতাৰ…

মিছামাৰীত ৩০খন বিছনাযুক্ত আদৰ্শ চিকিৎসালয় উদ্বোধন

নিয়মীয়া বাৰ্তা, ১০ ফেব্ৰুৱাৰীঃ শোণিতপুৰৰ উত্তৰ পশ্চিম দিশত অৱস্থিত বৃহত্তৰ মিছামাৰী অঞ্চলৰ ৰাইজৰ এটা দীৰ্ঘদিনীয়া সমস্যাৰ অন্ত পৰিল। দেশে স্বাধীনতা লাভ কৰাৰ পাছত বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ স্বাস্থ্য সেৱাৰ কাৰণে গৰুবন্ধা ৰাজ্যিক চিকিৎসালয়ৰ নামৰ…

দ্বিতীয় বয়োজ্যেষ্ঠ ভাৰতীয় হিচাপে এদিনীয়াত অভিষেক বৰুণৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১০ ফেব্ৰুৱাৰীঃ ভাৰতৰ এদিনীয়া ক্রিকেটৰ ইতিহাসত দ্বিতীয় বয়োজ্যেষ্ঠ খেলুৱৈ হিচাপে অভিষেক ঘটিল বৰুণ চক্রৱর্তীৰ৷ কটকত ইংলেণ্ডৰ বিৰুদ্ধে খেলা দ্বিতীয়খন এদিনীয়াত ৩৩ বছৰ ১৬৪ দিনত অভিষেক ঘটে বৰুণ চক্রৱর্তীৰ৷ ভাৰতীয় এদিনীয়া…

দ্বিতীয় এদিনীয়াত পৰাস্ত ইংলেণ্ড : শৃংখলা দখল টীম ইণ্ডিয়াৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১০ ফেব্ৰুৱাৰীঃ দীর্ঘদিনীয়া প্রতীক্ষাৰ অন্তত শতকৰ মুখ দেখিলে টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শর্মাই৷ ৩৩৯ দিন পাছত এদিনীয়া ক্রিকেটত শতকীয় ইনিংছ খেলি হৃত ফর্ম উদ্ধাৰৰ ইংগিত দিলে ৰোহিতে৷ এদিনীয়া ক্রিকেটত ৩২সংখ্যক শতক অর্জন…

আজিৰ দিনটোৰ ৰাশিফল

আজি ১০ ফেব্রুৱাৰী, মাঘ মাহৰ ২৭ তাৰিখ সোমবাৰঃ তিথি–শুক্লা ত্রয়োদশী, নক্ষত্রঃ পুনর্বসু, যাত্রাঃ শুভ মেষঃ আনন্দ লাভ৷ সু–সংযোগত মনত উৎসাহ থাকিব৷ আর্থিক দিশত সিমান উন্নত নহ’লেও অসুবিধাতো নপৰিব৷ ব্যৱসায়ত শুভ৷ শুভ ৰং বগা, শুভ সংখ্যা ৯৷ বৃষঃ…