কংগ্ৰেছ-আপৰ অঁৰিয়াঅৰিত সুযোগৰ সদ্ব্যৱহাৰ বিজেপিৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ ফেব্ৰুৱাৰীঃ কালি দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হয়। দিল্লীত ২৭ বছৰৰ পাছত স্পষ্ট সংখ্যাগৰিষ্ঠতাৰে পুনৰ ক্ষমতালৈ আহে বিজেপি। ইয়াত ৪৮খন আসন পায় বিজেপিয়ে। আম আদমী পাৰ্টীৰ ২২খন আসনলৈ হ্ৰাস। মুঠ ১৪খন আসনেৰে…