শীঘ্ৰেই ঘোষণা হ’ব দিল্লীৰ মুখ্যমন্ত্ৰীৰ নাম, গৃহমন্ত্ৰীৰ বাসগৃহত ৰুদ্ধদ্বাৰ বৈঠক
নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ ফেব্ৰুৱাৰীঃ ২৭ বছৰৰ পাছত ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ গঠন হ’বলৈ গৈ আছে। দিল্লীৰ ৭০খন আসনৰ ভিতৰত বিজেপিয়ে ৪৮খন আসন লাভ কৰাৰ বিপৰীতে আপে কেৱল ২২খন আসনত সন্তুষ্ট হ’বলগীয়া হৈছিল। ইফালে…