নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

ৰণত পৰিল কেজৰিৱাল-ছিছডিয়া, কংগ্ৰেছৰ ‘০’ৰ হেটট্ৰিক

নিয়মীয়া বাৰ্তা ডিজিটেল, ৮ ফেব্ৰুৱাৰীঃ দিল্লী বিধানসভা নিৰ্বাচনত বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে আম আদমী পাৰ্টি। এফালে আপে পৰাজয়ৰ দিশে আগবাঢ়িছে। আনহাতে, নতুন দিল্লীৰ আসনৰ পৰা নিৰ্বাচনত পৰাস্ত হৈছে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা…

শপতগ্ৰহণৰ পিছতেই মোদীক আমেৰিকা ভ্ৰমণলৈ আমন্ত্ৰণ ট্ৰাম্পৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৮ ফেব্ৰুৱাৰীঃ ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ আমন্ত্ৰণত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১০-১২ ফেব্ৰুৱাৰীলৈ ফ্ৰান্স ভ্ৰমণলৈ যাব। ইয়াত অনুষ্ঠিত হ’বলগীয়া এআই শীৰ্ষ সন্মিলনৰ সহ-সভাপতি হ’ব প্ৰধানমন্ত্ৰীগৰাকীয়ে, য’ত আমেৰিকাৰ…

বিজনীত ৰণজিৎ কুমাৰ বৰাক সশ্রদ্ধ স্মৰণ

নিয়মীয়া বার্তা, ৮ ফেব্রুৱাৰীঃ চিৰাং জিলাৰ বিজনী মহকুমাৰ সংবাদকর্মীসকলৰ উমৈহতীয়া মঞ্চ বিজনী জার্নেলিষ্ট ফ’ৰামৰ একালৰ সদস্য, প্রয়াত সাংবাদিক তথা ‘নিয়মীয়া বার্তা’ৰ উপ–সম্পাদক ৰণজিৎ কুমাৰ বৰাৰ যোৱা ৩০ জানুৱাৰীৰ পুৱতিনিশা পৰলোকপ্রাপ্তি হয়৷ বিজনী…

‘নিয়মীয়া বার্তা’ৰে আছুতীয়া সাক্ষাৎকাৰত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্রনাথ ডেকা

অসমীয়া জাতীয় জীৱনক আধ্যাত্মিক, সামাজিক আৰু সংস্কৃতিৰ একতাৰ ডোলেৰে বান্ধি বৰ অসমৰ ভেটি সবল কৰাৰ বাবে অহোপুৰুষার্থ কৰিছিল মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে৷ গুৰুজনাৰ আদর্শৰাজি কেৱল বত্তৃণতাৰে নহয়, বিদ্যায়তনিক ক্ষেত্রৰে বিশ্ব দৰবাৰলৈ আগুৱাই নিয়াৰ…

একেদিনাই তিনি ঠাইত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, গ্ৰেপ্তাৰ ৭

নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ ড্ৰাগছৰ বিৰুদ্ধে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ আৰক্ষীৰ বৃহৎ সফলতা। গোপন সূত্ৰৰ পম খেদি জিলা খনৰ তিনিটা স্থানত অভিযান চলাই হিৰ’ইন সহ গ্ৰেপ্তাৰ কৰে ৭জনকৈ ব্যৱসায়ীক। যোৱানিশা দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ অতিৰিক্ত…

নিয়মীয়া বার্তাৰ উদ্যোগ–নিউজ লাইভৰ সহযোগত শংকৰদেৱ সংঘৰ অধিৱেশনত আলাপ

বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্রৰ পৰা নৱজ্যোতি তামুলী, ৮ ফেব্রুৱাৰীঃ ‘হৰি নামে হৰি নামে হৰি নামে সাৰ, হৰি নামে কৰি আছে জগত উদ্ধাৰ...’ চাৰিদিনীয়া বিস্তৃত কার্যসূচীৰে যোৰহাটৰ ম’হবন্ধাৰ এৰালতলী পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া…

ধুবুৰীত দুটা ফৈদৰ মাজত ভয়ংকৰ মাৰপিট, নি*হত ১, আহত ৩

নিয়মীয়া বাৰ্তা, ৭ ফেব্ৰুৱাৰী : ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী ভাষানীৰচৰ অঞ্চলৰ পোকামাৰি চৰত দুটা ফৈদৰ মাজত হোৱা ভয়ংকৰ মাৰপিটৰ ঘটনাত এজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে তিনিগৰাকী লোক গুৰুতৰ আহত অৱস্থাত ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পাতলত ভৰ্তি…

সম্পাদকীয় : বজালী বৈভৱ

অসমীয়া ভাষা–সাহিত্যৰ বাটকটীয়া সাহিত্য সংগঠন হিচাপে ১৯১৭ চনত জন্মলাভ কৰিছিল অসম সাহিত্য সভাই৷ সেই সময়ৰ পৰা সভাই অসমৰ বৌদ্ধিক জগতখনক বিকশিত কৰাৰ লগতে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰাত বিশেষ অৱদান আগবঢ়াইছে৷ অসমীয়া ভাষা–সাহিত্যৰ জাতীয় চৈতন্যক…

আন্তঃবিশ্ববিদ্যালয় কাৰাটে চেম্পিয়নশ্বিপত স্বেতা হাজৰিকাৰ ব্ৰঞ্জ

বিশেষ বাৰ্তা, ৭ ফেব্ৰুৱাৰীঃ হাৰিয়ানাৰ ৰোহটাকৰ মহৰ্ষি দয়ানন্দ বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় আন্তঃ বিশ্ববিদ্যালয় কাৰাটে চেম্পিয়নশ্বিপত মৰিয়নিৰ সুদক্ষ কাৰাটে খেলুৱৈ স্বেতা হাজৰিকাই ব্ৰঞ্জৰ পদক দখল কৰি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।…

ৰাষ্ট্রীয় ক্রীড়াৰ বক্সিঙত স্বর্ণজয় লাভলীনা-অংকুশিতাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৮ ফেব্ৰুৱাৰীঃ অপেক্ষা–উৎকণ্ঠাৰ অন্ত পেলাই প্রথমটো স্বর্ণ জয়ৰ সফলতাৰে চলিত ৩৮সংখ্যক ৰাষ্ট্রীয় ক্রীড়াৰ একাদশ দিনটো অসমৰ বাবে গৌৰৱময় হৈ পৰে৷ দেৱভূমি উত্তৰাখণ্ডত চলি থকা ভাৰতীয় ক্রীড়াৰ সর্বশ্রেষ্ঠ প্রতিযোগিতাখনত অসমে…