GUTKHA - নিয়মীয়া বাৰ্তা

গুটখাৰ বিক্ৰী বন্ধৰ সিদ্ধান্তক আদৰণি মন্ত্ৰী পীয়ূষ হাজৰিকাৰ
গুৱাহাটী ২০ নৱেম্বৰঃ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ নিষেধাজ্ঞাৰ প্ৰতি সঁহাৰি জনাই মহানগৰীত বৃহত্তৰ গুৱাহাটী পাণদোকান ব্যৱসায়ী সন্থাই গুটখা, পাণমচলা বিক্ৰী নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গুটখা আৰু পাণমচলাৰ প্ৰচলনৰ পৰা নৱপ্ৰজন্মক ৰক্ষা কৰাৰ লগতে তেওঁলোকৰ সু-স্বাস্থ্য আৰু নিৰোগী সমাজ গঢ়ি তোলাৰ বাবে সন্থাৰ বিষয়ববীয়াসকলে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। সন্থাৰ সদস্য় সকলে লগতে মহানগৰীৰ অন্যান্য পাণদোকানত গুটখা আৰু পাণমচলা বিক্ৰী নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি সমগ্ৰ ৰাজ্যতে গুটখা নিষিদ্ধ কৰিবলৈ সন্থাই চৰকাৰ প্ৰশাসনক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। বিশেষকৈ খুচুৰা ব্যৱসায়ী আৰু উতপাদন প্ৰতিষ্ঠানৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিলে বিহাৰ উত্তৰ-প্ৰদেশ আৰু পশ্চিমবংগৰ দৰে অসমো ইয়াৰ কু-প্ৰভাৱৰ পৰা ৰক্ষা পৰিব বুলি সন্থাই জানিবলৈ দিছে। আনহাতে পাণ ব্যৱসায়ী সন্থাৰ এই ঐতিহাসিক সিদ্ধান্তক আদৰণি জনাই ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ুষ হাজৰিকাই সংবাদ মাধ্যমৰ জৰিয়তে গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ সকলো পাণ ব্যৱসায়ীক ধন্যবাদ জ্ঞাপন কৰিছে। পাণ ব্যৱসায়ী সন্থাৰ এই সিদ্ধান্তই নৱপ্ৰজন্মৰ লগতে ৰাজ্যবাসীক বিভিন্ন ৰোগৰ পৰা আঁতৰত ৰখাৰ লগতে ৰাজ্যৰ চহৰ-নগৰসমূহৰ সৌন্দৰ্যবৰ্ধনত বিশেষ অৰিহণা যোগাব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। বিশেষকৈ গুৱাহাটীৰ সৌন্দৰ্যবৰ্ধনৰ ক্ষেত্ৰত সন্থাৰ এই সিদ্ধান্ত বিশেষভাৱে সহায়ক হব বুলি মন্ত্ৰীগৰাকীয়ে সদৰী কৰে। তদুপৰি প্ৰয়োজন সাপেক্ষে সন্থাক ৰাজ্য চৰকাৰে সহায়-সহযোগিতা আগবঢ়াব বুলি সংবাদ মাধ্যমৰ আগবঢ়াব বুলি সংবাদ মাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

The post গুটখাৰ বিক্ৰী বন্ধৰ সিদ্ধান্তক আদৰণি মন্ত্ৰী পীয়ূষ হাজৰিকাৰ first appeared on নিয়মীয়া বাৰ্তা.

গুৱাহাটীত বন্ধ গুটখা-পাণমচলাৰ বিক্ৰী
গুৱাহাটী ১৯ নৱেম্বৰঃ নৱপ্ৰজন্মৰ ভৱিষ্যৎ অন্ধকাৰলৈ ঠেলি দিয়াৰ লগতে জনস্বাথ্যলৈ ভাবুকি কঢ়িয়াই অনা গুটখা, পাণমচলা আৰু জৰ্দাকে ধৰি অন্যান্য ধঁপাতজাতীয় সামগ্ৰীৰ অবাধ প্ৰচলনৰ সময়তে বৃহত্তৰ গুৱাহাটী পাণদোকানী ব্যৱসায়ী সন্থাই এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়াৰে পৰা গুৱাহাটীৰ বজাৰত গুটখা, পাণমচলা আৰু জৰ্দাৰ বিক্ৰী চিৰদিনৰ বাবে বন্ধ ঘোষণা কৰিছে সন্থাৰ বিষয়ববীয়াসকলে। কেন্দ্ৰীয় স্বাথ্য মন্ত্ৰালয়ৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই নৱপ্ৰজন্মৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ উপৰি জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা এইসমূহ ধঁপাতজাতীয় সামগ্ৰীৰ বিক্ৰী বন্ধ কৰিছে ব্যৱসায়ী সন্থাই। গুটখা-পাণমচলাৰ লগতে জৰ্দাৰ বিক্ৰী নিষিদ্ধ ঘোষণা কৰাৰ পিচত যদি বিক্ৰী কৰে সেইসকলৰ বিৰুদ্ধে আইন অনুসৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সন্থাৰ বিষয়ববীয়াসকলে এক বিবৃত্তিৰ জৰিয়তে জানিবলৈ দিছে। অৱশ্যে এতিয়ালৈ ব্যৱসায়ী সন্থাই এই সন্দৰ্ভত দিন-বাৰ ঘোষণা কৰা নাই। এক বিবৃতিত সন্থাৰ সভাপতি বেৰাজ খান, সম্পাদক বলোৰাম সৰকাৰে কয় যে ইতিমধ্যে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে বিহাৰ, উত্তৰ প্ৰদেশ, পশ্চিমবংগত গুটখা জাতীয় উতপাদন, বিপণৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে। এই ক্ষেত্ৰত উল্লেখিত ৰাজ্যসমূহ কিছু পৰিমাণে সফল হোৱা দেখা গৈছে যদিও অসমত এই সন্দৰ্ভত চৰকাৰ প্ৰশাসনে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই। বিশেষকৈ গুটখাৰ অবাধ প্ৰচলনে নৱপ্ৰজন্মৰ উপৰি স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ জীৱনলৈ ভাবুকি কঢ়িয়াই অনাৰ লগতে বহু পৰিয়াললৈ অমানিশা নমাই আনিছে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ জৰিয়তে ভিত্তিত ৰাজ্য চৰকাৰে এই গুটখা জাতীয় সামগ্ৰী নিষিদ্ধ ঘোষণা কৰিছে যদিও কাৰ্যতঃ এই ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। তদুপৰি গুটখা জাতীয় সামগ্ৰী উৎপাদন কৰা কোম্পানীসমূহে একাংশ আমোলা-বিষয়াক মেনেজ কৰি এইসমূহ সামগ্ৰী উতপাদন কৰি অহাৰ অভিযোগ উত্থাপন কৰি বৃহত্তৰ গুৱাহাটী পাণদোকান ব্যৱসায়ী সন্থাৰ তৰফৰ পৰা চৰকাৰ-প্ৰশাসনক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। সন্থাৰ উপদেষ্টা প্ৰাণতোষ ৰায়ে কয় যে যদিহে চৰকাৰ-প্ৰশাসনে এইক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে পৰৱৰ্তী সময়ত সন্থাই জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে। ইপিনে, সন্থাৰ এই পদক্ষেপৰ পৰা শলাগ লৈ সচেতন মহলে গুটখা জাতীয় সামগ্ৰী বন্ধ কৰাৰ বাবে ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰিবলৈ সন্থাৰ বিষয়ববীয়াসকলক আহ্বান জনাইছে।

The post গুৱাহাটীত বন্ধ গুটখা-পাণমচলাৰ বিক্ৰী first appeared on নিয়মীয়া বাৰ্তা.