ISIS - নিয়মীয়া বাৰ্তা

ভয়ংকৰ বিস্ফোৰণৰ পৰা ৰক্ষা পৰিল গোৱালপাৰাঃ গ্ৰেপ্তাৰ ৩ ISIS সদস্য
নিয়মীয়া বাৰ্তা ২৫ নৱেম্বৰঃ ভয়ংকৰ আক্ৰমণৰ পৰা ৰক্ষা পৰিল অসম । ৰাসৰ সময়ত বোমা বিস্ফোৰণৰ পৰিকল্পনা কৰিছিল ISIS এ । গোৱালাপাৰত তিনি ISIS সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ । এই ISIS সদস্যকেইজনে ৰাস মহোৎসৱত IED বিস্ফোৰণৰ পৰিকল্পনা কৰিছিল, তাৰ পিছতেই ৰাজধানী নতুন দিল্লীত IED বিস্ফোৰণৰ পৰিকল্পনা কৰিছিল । ধৃত সন্ত্ৰাসবাদীকেইটাৰ নাম লুইত জামাল, মোকাদ্দিৰ ইছলাম আৰু ৰঞ্জিত আলী। আটাইকেইজন ২৫ বছৰ অনুৰ্ধ। জামিল উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ আৰু এটা আধাৰ কেন্দ্ৰত কাম কৰিছিল, মোকাদ্দিৰ ইছলাম গাড়ীৰ চালকৰ লগতে মীন ব্যৱসায়ৰ লগত জড়িত আৰু ৰঞ্জিত আলী মীন ব্যৱসায় কেন্দ্ৰত প্ৰবন্ধক হিচাপে কাম কৰি আছিল। ধৃত সন্ত্ৰাসবাদী কেইটাৰ পৰা বোমা-বাৰুদৰ লগতে বিভিন্ন আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিছে আৰক্ষীয়ে। উল্লেখ্য যে, চোৰাংচোৱা বিভাগে গোপন সূত্ৰৰ পম খেদি এই সন্ত্ৰাসবাদী কেইটাক গ্ৰেপ্তাৰ কৰিছে।

The post ভয়ংকৰ বিস্ফোৰণৰ পৰা ৰক্ষা পৰিল গোৱালপাৰাঃ গ্ৰেপ্তাৰ ৩ ISIS সদস্য first appeared on নিয়মীয়া বাৰ্তা.