minster pisyush hazarika - নিয়মীয়া বাৰ্তা

গুটখাৰ বিক্ৰী বন্ধৰ সিদ্ধান্তক আদৰণি মন্ত্ৰী পীয়ূষ হাজৰিকাৰ
গুৱাহাটী ২০ নৱেম্বৰঃ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ নিষেধাজ্ঞাৰ প্ৰতি সঁহাৰি জনাই মহানগৰীত বৃহত্তৰ গুৱাহাটী পাণদোকান ব্যৱসায়ী সন্থাই গুটখা, পাণমচলা বিক্ৰী নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গুটখা আৰু পাণমচলাৰ প্ৰচলনৰ পৰা নৱপ্ৰজন্মক ৰক্ষা কৰাৰ লগতে তেওঁলোকৰ সু-স্বাস্থ্য আৰু নিৰোগী সমাজ গঢ়ি তোলাৰ বাবে সন্থাৰ বিষয়ববীয়াসকলে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। সন্থাৰ সদস্য় সকলে লগতে মহানগৰীৰ অন্যান্য পাণদোকানত গুটখা আৰু পাণমচলা বিক্ৰী নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি সমগ্ৰ ৰাজ্যতে গুটখা নিষিদ্ধ কৰিবলৈ সন্থাই চৰকাৰ প্ৰশাসনক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। বিশেষকৈ খুচুৰা ব্যৱসায়ী আৰু উতপাদন প্ৰতিষ্ঠানৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিলে বিহাৰ উত্তৰ-প্ৰদেশ আৰু পশ্চিমবংগৰ দৰে অসমো ইয়াৰ কু-প্ৰভাৱৰ পৰা ৰক্ষা পৰিব বুলি সন্থাই জানিবলৈ দিছে। আনহাতে পাণ ব্যৱসায়ী সন্থাৰ এই ঐতিহাসিক সিদ্ধান্তক আদৰণি জনাই ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ুষ হাজৰিকাই সংবাদ মাধ্যমৰ জৰিয়তে গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ সকলো পাণ ব্যৱসায়ীক ধন্যবাদ জ্ঞাপন কৰিছে। পাণ ব্যৱসায়ী সন্থাৰ এই সিদ্ধান্তই নৱপ্ৰজন্মৰ লগতে ৰাজ্যবাসীক বিভিন্ন ৰোগৰ পৰা আঁতৰত ৰখাৰ লগতে ৰাজ্যৰ চহৰ-নগৰসমূহৰ সৌন্দৰ্যবৰ্ধনত বিশেষ অৰিহণা যোগাব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। বিশেষকৈ গুৱাহাটীৰ সৌন্দৰ্যবৰ্ধনৰ ক্ষেত্ৰত সন্থাৰ এই সিদ্ধান্ত বিশেষভাৱে সহায়ক হব বুলি মন্ত্ৰীগৰাকীয়ে সদৰী কৰে। তদুপৰি প্ৰয়োজন সাপেক্ষে সন্থাক ৰাজ্য চৰকাৰে সহায়-সহযোগিতা আগবঢ়াব বুলি সংবাদ মাধ্যমৰ আগবঢ়াব বুলি সংবাদ মাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

The post গুটখাৰ বিক্ৰী বন্ধৰ সিদ্ধান্তক আদৰণি মন্ত্ৰী পীয়ূষ হাজৰিকাৰ first appeared on নিয়মীয়া বাৰ্তা.