nrc - নিয়মীয়া বাৰ্তা

NRC ৰ ৱেবছাইটৰ পৰা হঠাৎ অন্তর্ধান হ’ল সকলো গুৰুত্বপূৰ্ণ তথ্য ! কিন্তু ক’লৈ গ’ল এইসমূহ তথ্য ?
নিয়মীয়া বাৰ্তা ১২ ফেব্ৰুৱাৰীঃ যোৱাবছৰ প্ৰকাশিত চূড়ান্ত এনআৰচিখনত নাম অন্তৰ্ভুক্ত নোহোৱা ১৯ লাখ লোকৰ ভৱিষ্যতক লৈ চৰম অনিশ্চয়তা বিৰাজ কৰাৰ সময়তে ৰহস্যজনকভাৱে এনআৰচিৰ ৱেবচাইটৰ পৰা হঠাৎ অন্তৰ্ধান হৈছে সকলো তথ্য় । এনআৰচিৰ আপীল প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ আগতেই ৱেবছাইটটোৰ পৰা সকলো তথ্য অন্তৰ্ধান হোৱা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে ।

উল্লেখ্য যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে যোৱা বছৰ ৩১ আগষ্টত চূড়ান্ত এনআৰচিৰ প্ৰকাশ পায় । কিন্তু বিগত পাঁচ মাহে এনআৰচিখন চৰকাৰে আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা নাই । দেশৰ মহাপঞ্জীয়কে এনআৰচিখন আনুষ্ঠানিকভাৱে গ্ৰহণ নকৰাৰ বাবেই আজিলৈকে এই সম্পৰ্কত ৰাজ্য চৰকাৰৰ হাতত কোনো তথ্য নাই ।

ইপিনে এনআৰচিখনত বহু খিলঞ্জীয়া লোকৰ নাম বাদ পৰাৰ লগতে বহু অবৈধ বাংলাদেশীৰ নাম সন্নিৱিষ্ট হোৱাৰ অভিযোগ কৰি ৰাজ্য চৰকাৰ তথা ৰাজ্যৰ বিজেপি দলে এই এনআৰচিখন গ্রহণ নকৰে বুলি ইতিমধ্যে স্পষ্ট কৰি দিছে৷ চূড়ান্ত এনআৰচিখনক লৈ এই বিতর্ক অব্যাহত থকাৰ বাবেই নাগৰিকপঞ্জীত নাম বাদ পৰা ১৯ লাখ লোকৰ ভৱিষ্যৎ চৰম অনিশ্চয়তাত সোমাই পৰিছে৷ আজিপর্যন্ত নাম বাদ পৰাসকলে কি কাৰণত নাম অন্তর্ভুক্ত নহ’ল, সেই বিষয়ে এনআৰচি কর্তৃপক্ষৰ পৰা জাননীও লাভ কৰা নাই৷ ফলত নাগৰিকত্ব প্রতিপন্নৰ বাবে তেওঁলোকে বিদেশী ন্যায়াধিকৰণত আপীলো কৰিব পৰা নাই৷ উচ্চতম ন্যায়ালয়ৰ নির্দেশ অনুসৰি এনআৰচি কর্তৃপক্ষৰ পৰা নাম বাদ পৰাৰ কাৰণসহ জাননী লাভৰ ১২০ দিনৰ ভিতৰত তেওঁলোকে বিদেশী ন্যায়াধিকৰণত আপীলৰ সুযোগ লাভ কৰিব৷

চূড়ান্ত এনআৰচিখনক লৈ এই অনিশ্চয়তা অব্যাহত থকাৰ সময়তে হঠাৎ এনআৰচিৰ ৱেবছাইটৰ পৰা নথিপত্রকে আদি কৰি সকলো তথ্য অন্তর্ধান হোৱা ঘটনাই গভীৰ ৰহস্যৰ সৃষ্টি কৰিছে৷ এই সম্পর্কত বিৰোধী দলপতি দেৱব্রত শইকীয়াই মঙলবাৰে দেশৰ মহাপঞ্জীয়ক আৰু এনআৰচিৰ ৰাজ্যিক সমন্বয়কক সুকীয়া সুকীয়া পত্রযোগে বিষয়টো অৱগত কৰি ইয়াৰ কাৰণ জানিব বিচাৰিছে৷ পত্রত বিৰোধী দলপতি শইকীয়াই কয় যে উচ্চতম ন্যায়ালয়ে ২০১৯ চনৰ ১৩ আগষ্টত জাৰি কৰা নির্দেশমর্মে নাগৰিকপঞ্জী সম্পর্কীয় তথ্য এনআৰচিৰ ৱেবছাইটত সেই বছৰৰে ১৪ ছেপ্ঢেম্বৰৰ পৰা উপলব্ধ হয়৷ কিন্তু এনআৰচিৰ আপীল প্রক্রিয়া আৰম্ভ হোৱাৰ আগতেই হঠাৎ ৱেবছাইটৰ পৰা তথ্যসমূহ অন্তর্ধান হয়৷ এইটো এটা গভীৰ অভিসন্ধি৷ প্রাথমিক দৃষ্টিত এই কার্য উচ্চতম ন্যায়ালয়ৰ নির্দেশনা জ্ঞাতভাৱেই উলংঘা কৰা হৈছে৷ তথ্য অন্তর্ধান হোৱা কার্যটোৱে এনআৰচি সম্পর্কীয় নিয়মাৱলীও উলংঘা কৰিছে, যিসমূহে এনআৰচি প্রকাশৰ পিছত পালন কৰিবলগীয়া বিভিন্ন পদক্ষেপ স্পষ্টকৈ উল্লেখ কৰিছিল৷ মুঠতে এনআৰচিখন চৰকাৰে আনুষ্ঠানিকভাৱে গ্রহণ কৰা তথা আপীল প্রক্রিয়া আৰম্ভ হোৱাৰ পূর্বেই ৱেবছাইটৰ পৰা তথ্য অন্তর্ধান হোৱা ঘটনাই গভীৰ ৰহস্যৰ সৃষ্টি কৰিছে৷

The post NRC ৰ ৱেবছাইটৰ পৰা হঠাৎ অন্তর্ধান হ’ল সকলো গুৰুত্বপূৰ্ণ তথ্য ! কিন্তু ক’লৈ গ’ল এইসমূহ তথ্য ? first appeared on নিয়মীয়া বাৰ্তা.

এনআৰচিঃ সেৱাকেন্দ্র ভিত্তিত যুগুতাইছে তালিকা
নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰীঃ যোৱা বছৰ ৩১ আগষ্টত প্রকাশিত চূড়ান্ত এন আৰ চিখন চৰকাৰে গ্রহণ কৰা–নকৰাক লৈ বিতর্ক, বিভিন্ন মহলত নানান প্রশ্নৰ উদ্রেক ঘটাৰ সময়তে জিলাই জিলাই আৰম্ভ হৈছে এন আৰ চিক লৈ আন এক তৎপৰতা৷

ইতিমধ্যে বিভিন্ন জিলাত এন আৰ চিত আবেদন কৰাৰ সময়ত কোনে কি কি নথি দাখিল কৰিছিল সেই তালিকা যুগুতোৱাৰ প্রক্রিয়া চলিছে৷ সেৱাকেন্দ্র ভিত্তিত সেই তালিকা যুগুটোৱা হৈছে৷ এন আৰ চিৰ ৰাজ্যিক সমন্বয়কৰ কার্যালয়ৰ পৰা লাভ কৰা নির্দেশনাৰ ভিত্তিত সম্প্রতি এই কাম চলিছে৷

জানিব পৰা মতে, প্রয়োজনত সেই নথিসমূহৰ সত্যাসত্য যাতে সংশ্লিষ্ট বিভাগৰ সৈতে পুনৰ যোগাযোগ কৰি নিৰূপণ কৰিব পাৰে, তাৰ বাবেই এই পদক্ষেপ গ্রহণ কৰিছে৷ এন আৰ চি কর্তৃপক্ষৰ এই পদক্ষেপে স্বাভাৱিকতে যোৱাবছৰ প্রকাশিত চূড়ান্ত এন আৰ চিখন পুনৰীক্ষণ হোৱাৰ সম্ভাৱনাকেই প্রকট কৰি তুলিছে৷

মন কৰিবলগীয়া এয়ে যে যোৱাবছৰ আগষ্ট মাহত প্রকাশিত চূড়ান্ত এন আৰ চিত বহু বাংলাদেশী লোকৰ নাম সন্নিৱিষ্ট হোৱা বুলি বিজেপি দল–চৰকাৰৰ লগতে এ পি ডব্লিউ–এ অভিযোগ কৰি আহিছে৷ কোনো পৰিস্থিতিতে তেওঁলোকে সেইখন এন আৰ চি গ্রহণ নকৰে বুলি স্পষ্ট কৰি দিছে৷

ইয়াৰ বিপৰীতে সমগ্র দেশত এন আৰ চিৰ কাম আৰম্ভ হ’লে অসমতো একেই আর্হিত এন আৰ চিৰ কাম নতুনকৈ আৰম্ভ কৰাৰ দাবী জনায়৷ পিছে শেহতীয়াকৈ কেন্দ্রীয় চৰকাৰে সদ্যহতে সমগ্র দেশত এন আৰ চি নকৰাৰ ঘোষণা কৰিছে৷ ইয়াৰ পৰিপ্রেক্ষিতত বিজেপি দল–চৰকাৰে বর্তমানৰ এন আৰ চিখন পুনৰীক্ষণ–সংশোধন ব্যৱস্থা কৰিবলৈ উচ্চতম ন্যায়ালয়ত আর্জি জনোৱাৰ পোষকতা কৰিছে৷

উচ্চতম ন্যায়ালয়ে এই সম্পর্কত নির্দেশ দিলেই লগে লগেই যাতে সেই কাম আৰম্ভ কৰিব পাৰে তাৰ বাবেই আবেদনকাৰীৰ নথিৰ তালিকা যুগুটোৱাৰ প্রক্রিয়া আৰম্ভ কৰা বুলি এন আৰ চিৰ এক সূত্রই জানিবলৈ দিছে৷

The post এনআৰচিঃ সেৱাকেন্দ্র ভিত্তিত যুগুতাইছে তালিকা first appeared on নিয়মীয়া বাৰ্তা.

২৮৩৮ পাকিস্তানী, ৯১৪ আফগানী, ১৭২ বাংলাদেশীক দিয়া হৈছে নাগৰিকত্ব, মুঠ কিমান শৰনাৰ্থীক নাগৰিকত্ব দিয়া হ’ল ?
নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইনক লৈ দেশজুৰি প্ৰতিবাদ অব্যাহত থকাৰ সময়তে দেওবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে দাঙি ধৰে পাকিস্তানী , বাংলাদেশী আৰু আফগানী লোকে ভাৰতত নাগৰিকত্ব পোৱাৰ হিচাপ । দেওবাৰে চেন্নাইত নাগৰিকত্ব সংশোধনী আইন ২০১৯ সম্পৰ্কত হোৱা এক অনুষ্ঠানত এই তথ্যসমূহ দাঙি ধৰে বিত্তমন্ত্ৰী গৰাকীয়ে ।

বিগত ৬ বছৰত ২৮৩৮ পাকিস্তানী শৰনাৰ্থী, ৯১৪ আফগানী শৰনাৰ্থী আৰু ১৭২ বাংলাদেশী শৰনাৰ্থীক ভাৰতত নাগৰিকত্ব দিয়া হৈছে । এই শৰনাৰ্থীসকলৰ ভিতৰত মুছলমান ধৰ্মৰ লোকও আছে । ১৯৬৪ ৰ পৰা ২০০৮ লৈকে ৪,০০,০০০ তকৈ অধিক শ্ৰীলংকাৰ তামিলক নাগৰিকত্ব প্ৰদান কৰা হৈছে বুলিও চেন্নাইৰ এই অনুষ্ঠানতে উল্লেখ কৰে নিৰ্মলা সীতাৰমনে ।

লগতে বিত্তমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে, ২০১৪ চনলৈকে ৫৬৬ গৰাকী পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ মুছলমান লোককো দিয়া হৈছে ভাৰতৰ নাগৰিকত্ব । ২০১৬-১৮ ৰ ভিতৰত নৰেন্দ্ৰ মোডী চৰকাৰে প্ৰায় ১৫৯৫ গৰাকী পাকিস্তানী প্ৰব্ৰজনকাৰী আৰু ৩৯১ গৰাকী আফগানী মুছলমান লোকক নাগৰিকত্ব প্ৰদান কৰা হৈছে । একে সময়তে ২০১৬ চনত আদনান স্বামীকো ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হৈছিল । ঠিক একেদৰে তছলিমা নাছৰিনক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা বিষয়টো অন্য এক উদাহৰণ বুলিও কয় বিত্তমন্ত্ৰীগৰাকীয়ে ।

লগতে বিত্তমন্ত্ৰী গৰাকীয়ে পূব পাকিস্তানৰ পৰা ভাৰতলৈ অহা লোকসকলৰ কথাও উল্লেখ কৰে ভাষণত । বিভিন্ন শিবিৰত প্ৰায় ৫০-৬০ বছৰ ধৰি বসবাস কৰি থকা এইসকল শৰনাৰ্থীৰ দুৰ্বিসহ জীৱন চকুৰে দেখিলে সকলোৰে চকুলো ওলাব বুলিও কয় নিৰ্মলা সীতাৰমনে । নাগৰিকত্ব সংশোধনী আইনে এইসকল লোকক দুৰ্বিসহ জীৱনৰ পৰা মুক্তি দিয়াৰ লগতে সুন্দৰকৈ বসবাস কৰাৰ বাবেহে এক প্ৰচেষ্টা হাতত লৈছে বুলি উল্লেখ কৰে বিত্তমন্ত্ৰী গৰাকীয়ে ।

নিজৰ ভাষণ প্ৰসংগত বিত্তমন্ত্ৰী গৰাকীয়ে একাংশ লোকে এনপিআৰ আৰু এনআৰচিৰ মাজত এক অপপ্ৰচাৰ চলাইছে বুলি কয় । প্ৰতি দহবছৰৰ মূৰে মূৰে উন্নীত হ’ব লগা এন পি আৰৰ সৈতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কোনো সম্পৰ্ক নাই বুলি কয় নিৰ্মলা সীতাৰমনে ।

The post ২৮৩৮ পাকিস্তানী, ৯১৪ আফগানী, ১৭২ বাংলাদেশীক দিয়া হৈছে নাগৰিকত্ব, মুঠ কিমান শৰনাৰ্থীক নাগৰিকত্ব দিয়া হ’ল ? first appeared on নিয়মীয়া বাৰ্তা.

অসমত পুনৰ হ’ব এন আৰ চি
নিউজ ডেস্ক ২০ নৱেম্বৰঃ সংসদত চলি থকা শীতকালীন অধিৱেশনত আজি ৰাজ্যসভাত এন আৰ চিক আৰু নাগৰিকত্ব সংশোধনী বিল সমন্ধক লৈ সোধা এক প্ৰশ্ন উত্তৰত অমিত শ্বাহে এন আৰ চি আৰু নাগৰিকত্ব সংশোধনী বিলৰ মাজত পাৰ্থক্য বুজাই দিয়ে।

এন আৰ চি ৰ সন্দৰ্ভত চৈয়দ নাছিৰ হুছেনৰ প্ৰশ্নৰ উত্তৰত গৃহ মন্ত্ৰী অমিত শ্বাহে কয় যে এন আৰ চি আৰু নাগৰিকত্ব সংশোধনী বিলৰ মাজত লৈ জনতাৰ মাজত মতবিভিদেৰ সৃষ্টি হৈছে। এন আৰ চিত এনেকুৱা কোনো ধাৰা নাই যে তাত কোনো বেলেগ ধৰ্মৰ লোকক এন আৰ চিত অন্তৰ্ভুক্ত হ’ব নালাগে। সকলো ধৰণৰ লোকক ইয়াক অন্তৰ্ভুক্ত কৰা হ’ব যি সকল লোক ভাৰতৰ নাগৰিক হয়। ইয়াৰ ধৰ্মৰ আধাৰত ভেদাভেৱ কৰাৰ কোনো প্ৰশ্নই আহিব নোৱাৰে। এন আৰ চি বেলগে প্ৰক্ৰিয়া আৰু নাগৰিকত্ব সংশোধনী বিল সম্পূৰ্ণ বেলেগ প্ৰক্ৰিয়া।

লগতে গৃহমন্ত্ৰীয়ে কয়ে যে উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত এন আৰ চি প্ৰক্ৰিয়া হাতত লোৱা হৈছিল। এন আৰ চি প্ৰক্ৰিয়া সমগ্ৰ ভাৰতত যেতিয়া আৰম্ভ কৰা হ’ব তেতিয়া অসমতো এন আৰ চি প্ৰক্ৰিয়া পুনৰ অসমত আৰম্ভ হ’ব। কোনো বিশেষ ধৰ্মক লৈ ভয় কৰাৰ কোনো কাৰণ নাই। সকলো লোকক এন আৰ চিক অন্তৰ্ভুক্ত কৰা হ’ব।

আনহাতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ ওপৰত উত্তৰ দি কয় যে চৰকাৰে হিন্দু শৰণাৰ্থী যিসকল লোক সকল বাহিৰৰ পৰা আহিছে, লগতে বৌদ্ধ, জৈন, আৰু শিখ, খৃষ্ট্ৰিয়ান শৰণাৰ্থী সকলো শৰণাৰ্থীকে নাগৰিকত্ব প্ৰদান বুলি চৰকাৰে চিন্তা কৰি আছে। যাৰবাবে নাগৰিকত্ব সংশোধনী বিল গৃহীত কৰি হিন্দু, শিখ, বৌদ্ধ, জৈন, আৰু খৃষ্ট্ৰিয়ান ধৰ্মৰ লোক বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা আহিছে সেইসকল লোকক এই বিলৰ অন্তৰ্ভুক্ত হ’ব। ইয়াৰ লগত এন আৰ চিৰ লগত কোনো সম্বন্ধ নাই।

The post অসমত পুনৰ হ’ব এন আৰ চি first appeared on নিয়মীয়া বাৰ্তা.