এতিয়াৰে পৰা আপুনি ৭ লাখ টকা পৰ্যন্ত দিব নালাগে আয়কৰ; বিত্তমন্ত্ৰীয়ে দিলে ভাল খবৰ

নিয়মীয়া বাৰ্তা, ১ ফেব্ৰুৱাৰী: কৰদাতাসকলৰ বাবে বৃহৎ সকাহ। এতিয়া নতুন আয়কৰ ব্যৱস্থাৰ অধীনত ৭ লাখ টকা পৰ্যন্ত আয়ৰ ওপৰত কোনো কৰ দিব নালাগিব, যিটো ইয়াৰ আগলৈকে আছিল ৫ লাখ টকা। নতুন কৰ ব্যৱস্থাৰ অধীনত কৰদাতাক যথেষ্ট সকাহ দিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। নতুন আয়কৰ ব্যৱস্থাৰ অধীনত কৰ ৰেহাইৰ সীমা ৭ লাখ টকালৈ বৃদ্ধি কৰা হৈছে।

Featured