নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰঃ ভাৰত চৰকাৰৰ যুৱ পৰিক্রমা আৰু ক্রীড়া মন্ত্রালয়ৰ অধীনত পৰিচালিত এটি স্বতন্ত্র অনুষ্ঠান ভাৰতীয় ক্রীড়া প্রাধিকৰণত(Sports Authority of India) মুকলি হৈছে চাকৰি লাভৰ সুযোগ৷ প্রাধিকৰণৰ মুখ্য প্রশাসনিক বিষয়াই প্রকাশ কৰা বিজ্ঞাপনৰ তথ্য অনুসৰি,Excercise Physiologistৰ ৩৪ পদত অচিৰেই প্রার্থী নিয়োগ কৰা হ’ব৷
বেদনকাৰীMBBSMedical Physiology/Human Physiology/ Sports & Exercise Physiology বিষয়ত স্নাতকোত্তৰ ডিগ্রীধাৰী হোৱা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ৮০,০০০–১,০০,০০০/৬০,০০০–৮০,০০০/৪০,০০০–৬০,০০০ টকা৷
আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া শৈক্ষিক অর্হতা, অভিজ্ঞতা, বাছনি প্রক্রিয়া, অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ ভাৰতীয় ক্রীড়া প্রাধিকৰণৰ বেৱছাইটhttps://sportsauthorityofindia.nic.in/saijobs লগ–ইন কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ২৬ নৱেম্বৰ, ২০২০৷