ৰাজনাথ সিঙ ভাৰত চীন সীমান্ত বুমলাত উপস্থিত

প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে বুমলাত ভাৰতীয় সৈনিক সকলৰ সৈতে মত বিনিময় কৰে।

নিউজ ডেস্ক ১৫ নৱেম্বৰঃ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজাথ সিঙে শুকুৰবাৰে ভাৰত চীন সীমান্ত বুমলাত উপস্থিত হয়।
প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে বুমলাত ভাৰতীয় সৈনিক সকলৰ সৈতে মত বিনিময় কৰি মন্তব্য কৰে যে মই ইয়াত থকা নিয়োজিত হৈ থকা ভাৰতীয় সৈনিক সকলৰ সৈতে মিলিত হোৱাৰ এক সুযোগ লাভ কৰিছো। লগতে প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে ভাৰতীয় সৈন্য সকলে দায়িত্ব সহকাৰে নিজৰ দায়িত্ব পালন কৰিছে।

bumlaindian armyrajnath singh