“আজমল পুত্ৰ আব্দুৰ ৰহিমে বিধায়ক হৈ নাজানে অসমীয়া ভাষা”

আজমল পুত্ৰক সমালোচনা বিধায়ক শিলাদিত্য দেৱৰ

নিয়মীয়া বাৰ্তা ৪ ডিচেম্বৰঃ “আমি অসমীয়া। কেতিয়াবা বাহিৰত থকা বাবে আমাৰো অসমীয়া ভাষা ভুল-ত্ৰুতি আহি যায়। কিন্তু সেই ভুলকে বাংলাদেশী মুছলমানসকলে তেওঁলোকে যি মন্তব্য কৰে, আমাৰ ঘৃণ লাগি যায়। তেওঁলোকে ছ’চিয়েল মিডিয়াত কয়- শিলাদিত্যই অসমীয়া নাজানে, শিলাদিত্য অসমীয়া নহয়। কিন্তু আজি আজমল পুত্ৰ আব্দুৰ ৰহিমে বিধায়ক হৈ নাজানে অসমীয়া ভাষা।”– এইদৰে আজমল পুত্ৰ বিধায়ক আব্দুৰ ৰহিমক সমালোচনা কৰে বিধায়ক শিলাদিত্য দেৱে।

তেওঁ লগতে কয় যে বৰ্তমান যি আজমলৰ এজেণ্ডা চলি আছে, সেই এজেণ্ডাক কেইজনমান বদন ৰূপী অসমীয়াই আগবঢ়াই লৈ গৈছে, সেয়াই এদিন অসমক ক্ষতি কৰিব।

লগতে পঢ়কঃ যৌৱনমেলা! মুক্ত যৌনতাৰ বাবেই পুনৰ আমেৰিকাত ক’ৰোনা সংক্রমণ…