সোনাক্ষী সিনহাৰ মালদ্বীপৰ কেইখনমান ছবিয়ে তোলপাৰ কৰিছে ছ’চিয়েল মিডিয়া, মুহূর্তেই ভাইৰেল

নিয়মীয়া বাৰ্তা ২ ফেব্ৰুৱাৰীঃ সোনাক্ষীৰ দৰে বলীউডৰ বহুতো প্ৰসিদ্ধ শিল্পীয়ে শেহতীয়াকৈ মালদ্বীপ ভ্ৰমণ কৰিছে। আনৰ দৰে সোনাক্ষীয়েও মালদ্বীপৰ কেইখনমান ফটো ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছে।

সূৰ্যাস্তৰ পিছত সোনাক্ষী সিনহাই প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰিছে।