ৰাজ্যত কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা ৭৪৫০১ লৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা ১৫ আগষ্টঃ যোৱা ২৪ ঘন্টাত ৪৯,৬০৩ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত ৰাজ্যত নতুনকৈ শুকুৰবাৰে ২৭০৬ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷

আক্ৰান্তৰ হাৰ মাত্ৰ ৫.৪৫ শতাংশ ৷

ইপিনে আক্ৰান্ত হোৱা বুলি চিনাক্তসকলৰ ভিতৰৰ ৭১৯ গৰাকী ৰোগী কামৰূপ(ম), ২৫৮ গৰাকী কামৰূপৰ, ২৬৪ গৰাকী ডিব্ৰুগড়ৰ, ১৪৫ গৰাকী নগাঁৱৰ ৷

↗️ অসমত বৰ্তমানলৈ কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা -৭৪৫০১ জন ৷
↗️ ৰাজ্যত সম্প্ৰতি ২৪,৯৪০ গৰাকী এনে ৰোগী চিকিৎসাধীন হৈ আছে ৷
↗️ সুস্থ হোৱা ৰোগীৰ সংখ্যা – ৪৯৩৮৩
↗️ বিয়োগ হোৱা ব্যক্তিৰ সংখ্যা – ১৭৫

Featured