ৰাজ্যত এদিনত হাজাৰৰ ঘৰ চুলে ক’ৰোনা আক্ৰান্তৰ সংখ্যাই

নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিলঃ ৰাজ্যত দ্ৰুতগতিত বাঢ়িছে ক’ৰোনাৰ সংক্ৰমণ। আজিৰ দিনটোত এতিয়ালৈ মুঠ ১৩৬৭গৰাকী লোক কৰোনাত আক্ৰান্ত হৈছে। স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি টুইটযোগে এই তথ্য প্ৰকাশ কৰে। আনহাতে কামৰূপ মেট্ৰোত ৪৮২গৰাকী আক্ৰান্ত হৈছে দিনটোত।