গুৱাহাটীত উপস্থিত এছ আই নিযুক্তিৰ খলনায়ক পি কে

নিয়মীয়া বাৰ্তা ৭ অক্টোবৰঃ  এণ্টিজেন টেষ্টত ক’ভিড টেষ্ট নিগেটিভ পি কে দত্তৰ। MMCHত স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে পি কে দত্তক।

কটকটীয়া নিৰাপত্তাৰ মাজেৰে MMCHত SI নিযুক্তি কেলেংকাৰিৰ মূল খলনায়ক পি কে দত্ত। স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পিছত হাজিৰ কৰোৱা হ’ব আদালতত।

CIDৰ কাৰ্যালয়ৰ পৰা MMCHলৈ নিয়া হৈছে SI নিযুক্তি কেলেংকাৰিৰ মূল খলনায়ক পি কে দত্তক। স্বাস্থ্য পৰীক্ষাৰ বাবে নিয়া হৈছে পি কে দত্তক।