দুৰ্দান্ত স্কীম ডাকঘৰৰ ১০ হাজাৰ বিনিয়োগ কৰক আৰু লাভ কৰক ১৬ লাখ টকা

নিয়মীয়া বাৰ্তা ২৯ নৱেম্বৰঃ  ডাক ঘৰত পইচা জম থোৱাৰ নতুন স্কীম। মাত্ৰ ১০ হাজাৰ টকা বিনিয়োগ কৰক আৰু পাওক ১৬ লাখ টকা। এই আঁচনিখন নতুন বিত্তীয় বৰ্ষৰ পৰা আৰম্ভ হ’ব। যি সকলে আয়কৰ দিব নোৱাৰে সেইসকল গ্ৰাহকেও এই আঁচনিত ধন ৰাখিব পাৰে। তাৰ বাবে মাত্ৰ ১৫ জি প্ৰপত্ৰ পূৰণ কৰিব লাগিব।

আপুনি ধন নিয়মীয়াকৈ এই আঁচনিৰ অধীনত ধন জমা ৰাখিব লাগিব। যদি আপুনি  তেনে নকৰে, আপুনি মাহিলী ক্ষতিপূৰণ পৰিশোধ কৰিব লাগিব। যদি আপুনি ৪ নম্বৰ কিস্তি সম্পূৰ্ণ নকৰে, আঁচনিখন বন্ধ হৈ যাব। ইয়াৰ বাবে আপুনি ৰেকাৰিঙত ১০ বছৰৰ বাবে প্ৰতি মাহে ১০০০০ টকা জমা থব লাগিব। এই আঁচনি খন আৰু এটা বৈশিষ্ট্য যে ১০০ টকাও জমা থব পাৰিব। আৰু শেষত মেছিউৰিটি হিচাপে ১০ বছৰৰ আপুনি ১৬ লাখ টকা লাভ কৰিব।

source zee business