নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ ভাৰত-বাংলাদেশ ভাৰ্চুৱেল চামিটৰ সময়ত ভাৰত আৰু বাংলাদেশৰ মাজত চিলাহাটী-হলদিবাৰী ৰে’ল সংযোগ সংযুক্তভাৱে উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বাংলাদেশৰ মন্ত্ৰী শেখ হেচিনা। উল্লেখ্য যে ৫৫ বছৰৰ পিছত ভাৰত আৰু বাংলাদেশৰ মাজত এটা ৰে’ল লাইন উদ্বোধন কৰা হৈছে।
লগতে পঢ়কঃ এতিয়াৰে পৰা আপল’ড বা ডাউনল’ড কৰিব পৰা নাযাব পৰ্ণ…
ভাৰত আৰু বাংলাদেশৰ মাজত ১৯৬৫ চনৰ আগতে ছটা ৰে’ল সংযোগ পুনৰুজ্জীৱিত আৰু পৰিচালনা কৰা হৈছে। ইপিনে হলদিবাৰী-চিলহাটী ৰে’ল সংযোগ উদ্বোধনৰ সৈতে, ছটা ৰে’ল সংযোগৰ ভিতৰত পাঁচটা বৰ্তমান চলি আছে।