আজিৰ দিনটোৰ ৰাশিফল

আজি ১৭ ছেপ্টেম্বৰ, ভাদ মাহৰ ৩১ তাৰিখ

মেষঃ বিদ্যা শুভ, মানসিক শান্তি, মামলা–মোকর্দমাত জয়লাভ, শৈশৱৰ স্মৃতি ৰোমন্থন৷ ভ্রমণত শুভ, বগা শুভ ৰং, শুভ সংখ্যা ২৷
বৃষঃ কর্মস্থানত ব্যস্ততা বৃদ্ধি শিৱ মন্দিৰ দর্শনত শুভ হ’ব৷ পূবে দূৰ ভ্রমণ নকৰিব, বন্ধুবর্গৰ পৰা সাৱধান, শুভ ৰং মুগা, শুভ সংখ্যা ৬৷
মিথুনঃ কর্ম বিদ্যাত শুভ, বন্ধুবর্গৰ পৰা উপকৃত হ’ব, সা–সম্পত্তি লাভ কৰিব পাৰে, পাৰিবাৰিক মাধ্যম, পাতল নীলা ৰং শুভ, শুভ সংখ্যা ৮৷
কর্কটঃ প্রভাৱশালী লোকৰ সহযোগিতা পাব, দুঃসাহসী কামত আনৰ পৰা উৎসাহ পাব৷ কর্মস্থানত নিজৰ স্থিতি বজাই ৰাখক, ব্যয় বৃদ্ধি, বগা শুভ ৰং, শুভ সংখ্যা ২৷
সিংহঃ আর্থিক বিষয়ত চিন্তা থাকিব, স্বাস্থ্য মধ্যম, কর্মস্থানত উন্নতি, নিৰামিষ খাওক, শুভ ৰং হালধীয়া, শুভ সংখ্যা ৬৷
কন্যাঃ কর্মক্ষেত্রত সচেতন হওক৷ শিৱ মন্দিৰ দর্শন কৰক৷ নিষ্ঠা আৰু সততা বৃদ্ধি, অর্থ লাভ, ক্রীম ৰং ব্যৱহাৰ কৰক, শুভ সংখ্যা ৩৷
তুলাঃ কর্মত বিচক্ষণতা প্রকাশ পাব বেলগছত পানী দিয়ক, জুইৰ পৰা সাৱধান, শুভ ৰং মাখন, শুভ সংখ্যা ৮৷
বৃশ্চিকঃ বিদ্যাত শুভ, কর্মস্থানত মধ্যম, অবাবত ধন খৰচ হ’ব পাৰে, স্বাস্থ্য কিছু দুর্বল, নিচাযুক্ত দ্রব্য সেৱন নকৰিব, সোণালী শুভ ৰং, শুভ সংখ্যা ২৷
ধনুঃ খৰচ বৃদ্ধি, কর্মক্ষেত্রত মধ্যম, আত্ম অহংকাৰ বৃদ্ধি পদোন্নতি যোগ৷ ভ্রমণত কষ্ট শুভ ৰং মুগা, শুভ সংখ্যা ৭৷
মকৰঃ কর্মব্যস্ততা বৃদ্ধি৷ ব্যৱসায়ী, ৰাজনৈতিক ক্ষেত্রত জড়িত লোকৰ সা–সন্মান বৃদ্ধি, আপোনাৰ সৰলতা সুযোগ আনে ল’ব পাৰে, শিৱক স্মৰণ কৰক, শুভ ৰং নীলা, শুভ সংখ্যা ৫৷
কুম্ভঃ কর্মত উন্নতি, স্বাস্থ্যৰ প্রতি যত্ন লওক, প্রেমত কষ্ট, হঠাৎ অর্থ লাভে আনন্দিত কৰিব, শুভ ৰং বগা, শুভ সংখ্যা ৯৷
মীনঃ ব্যৱসায়ত শুভ, উন্নতিৰ যোগ, ভ্রমণ মধ্যম, কোনো ব্রাহ্মণক লগন দান কৰিব, বগা ৰং শুভ, ১ শুভ সংখ্যা৷