অসম ৰাজ্যিক পাঞ্জা সন্থাৰ সমিতি গঠন

নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ অসম ৰাজ্যিক পাঞ্জা সন্থাৰ আগন্তক তিনি বছৰীয়া কাৰ্যকালৰ বাবে দুলীয়াজানৰ আদিত্য গোস্বামীক সভাপতি আৰু সম্পাদক পদৰ বাবে নামৰূপৰ দিগন্ত গগৈক নিৰ্বাচিত কৰা হয়। আজি ডিব্ৰুগড় ৰেইনব’ হোটেলত অনুষ্ঠিত অসম ৰাজ্যিক পাঞ্জা সন্থাৰ সাধাৰণ সভাই সৰ্বসন্মতিক্ৰমে এই সিদ্ধান্ত গ্ৰহণ কৰা লগতে বি চি এ আই -ৰ নেশ্যনেল বডিৰ উপ সভাপতি অনুপ ৰাজকোঁৱৰৰ তত্বাৱধানত সমিতিখন গঠন কৰা হয়।

প্ৰেৰক কৃষ্ণা গগৈ

Featured