নিয়মীয়া বাৰ্তা

জুন মাহত ৰাষ্ট্ৰীয় গড় জিএছটি বৃদ্ধিৰ হাৰকো অতিক্ৰম অসমৰ
শক্তিশালী বিত্তীয় গতিশীলতা প্ৰতিফলিত

ডিজিটেল ডেস্ক, ৪ জুলাই : মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্বত অসমে ২০২৬ চনৰ জুন মাহত জি এছ টি সংগ্ৰহত ১৫% বৃদ্ধি পঞ্জীয়ন কৰি এক সুদৃঢ় বিত্তীয় প্ৰদৰ্শন দাঙি ধৰিছে, যিটো ৯% ৰাষ্ট্ৰীয় গড়তকৈ যথেষ্ট বেছি। মাহেকীয়া জি এছ টি বৃদ্ধিৰ ক্ষেত্ৰত ৰাজ্যখনে দেশৰ ভিতৰতে শীৰ্ষ প্ৰদৰ্শনকাৰী প্ৰধান ৰাজ্যসমূহৰ মাজত স্থান লাভ কৰিছে, যিয়ে ৰাজ্যখনৰ ক্ৰমবৰ্ধমান অৰ্থনৈতিক কাৰ্যকলাপ আৰু অধিক শক্তিশালী ৰাজহ প্ৰশাসনক প্ৰতিফলিত কৰিছে।

​বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বিত্ত বিভাগৰ দায়িত্ব গ্ৰহণ কৰাৰ ঠিক প্ৰথমটো মাহতে এই সাফল্য অৰ্জন কৰা হৈছে। দায়িত্ব লৈয়ে মন্ত্ৰীগৰাকীয়ে জি এছ টিৰ সুৰুঙাসমূহ বন্ধ কৰিবলৈ, কৰ অনুপালন শক্তিশালী কৰিবলৈ, ডিজিটেল কৰ প্ৰশাসন উন্নত কৰিবলৈ আৰু কৰফাঁকিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জ্যেষ্ঠ বিষয়া তথা অংশীদাৰসকলৰ সৈতে এলানি পৰ্যালোচনা বৈঠকত মিলিত হৈছিল। মুখ্যমন্ত্ৰীৰ স্বচ্ছ আৰু দক্ষ বিত্তীয় প্ৰশাসনৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি বিভাগটোৱে কৰৰ পৰিসৰ বৃদ্ধি কৰাৰ লগতে ৰাজহ সংগ্ৰহ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ প্ৰচেষ্টাও তীব্ৰতৰ কৰি তুলিছে। ​এই লক্ষ্যভিত্তিক পদক্ষেপসমূহে ইতিমধ্যে সুফল দিবলৈ আৰম্ভ কৰিছে। যোৱা বছৰৰ জুন মাহৰ তুলনাত অসমে এইবাৰ ১৮২ কোটি টকা অধিক জি এছ টি সংগ্ৰহ কৰিছে, যিটো ২০২৫ চনৰ একেটা মাহৰ তুলনাত এক দ্ৰুততম বৃদ্ধি হিচাপে পৰিগণিত হৈছে ।

​তাৎপৰ্যপূৰ্ণভাৱে, চলিত বিত্তীয় বৰ্ষৰ প্ৰথমটো ত্ৰৈমাসিকত জুন মাহলৈকে ৰাজ্যখনৰ সামগ্ৰিক জি এছ টি বৃদ্ধিৰ হাৰো পূৰ্বৰ বিত্তীয় বৰ্ষৰ একে সময়ছোৱাৰ তুলনাত ১৪% লৈ বৃদ্ধি পাইছে, যিয়ে ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত এক স্পষ্ট গতিশীলতাৰ ইংগিত দিছে । ​অসমৰ এই প্ৰদৰ্শনে মহাৰাষ্ট্ৰ, কৰ্ণাটক, দিল্লী, হাৰিয়ানা আৰু পশ্চিমবংগৰ দৰে কেইবাখনো বৃহৎ ৰাজ্যক অতিক্ৰম কৰিছে, আনহাতে, একাংশ ৰাজ্যত জি এছ টি সংগ্ৰহৰ বৃদ্ধি তেনেই নগণ্য অথবা হ্ৰাস পোৱাহে পৰিলক্ষিত হৈছে ।

শেহতীয়া এই পৰিসংখ্যাই অসমৰ ক্ৰমবৰ্ধমান বিত্তীয় স্থিতিক অধিক সুদৃঢ় কৰাৰ লগতে ধাৰাবাহিক প্ৰশাসনিক সংস্কাৰৰ ইতিবাচক প্ৰভাৱক প্ৰতিফলিত কৰিছে। এই অধিক ৰাজহ সংগ্ৰহে ৰাজ্যখনৰ আন্তঃগাঁথনি, জনসেৱা আৰু কল্যাণমূলক আঁচনিসমূহত বিনিয়োগ কৰাৰ ক্ষমতা আৰু অধিক বৃদ্ধি কৰিব, যিয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বহনক্ষম আৰু সৰ্বাংগীণ অৰ্থনৈতিক বিকাশৰ চৰকাৰী দৃষ্টিভংগীক বিশেষভাৱে সহায় কৰিব ।

The post জুন মাহত ৰাষ্ট্ৰীয় গড় জিএছটি বৃদ্ধিৰ হাৰকো অতিক্ৰম অসমৰ first appeared on নিয়মীয়া বাৰ্তা.

ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা উত্তৰ-পূবৰ প্ৰথম মহিলা অসমৰ অংকিতা কোঁৱৰ
ডিজিটেল ডেস্ক, ৪ জুলাই : প্ৰায় ১৩ ঘন্টা ৫ মিনিটত ইংলিছ চেনেল সফলতাৰে সাঁতুৰি অসম তথা উত্তৰ-পূব ভাৰতৰ প্ৰথমগৰাকী মহিলা হিচাপে আন্তঃৰাষ্ট্ৰীয় ৰীলে দলৰ অংশ হিচাপে অসমৰ অংকিতা কোঁৱৰে শুকুৰবাৰে এক ইতিহাস ৰচনা কৰে। উল্লেখ্য যে ইংলেণ্ড আৰু ফ্ৰান্সক পৃথক কৰা ইংলিছ চেনেলক বৰফৰ পানী, শক্তিশালী সোঁত আৰু অভাৱনীয় জোৱাৰ-ভাটা আৰু দ্ৰুতগতিত পৰিৱৰ্তিত বতৰৰ বাবে মুকলি পানীত সাঁতোৰা বিশ্বৰ অন্যতম কঠিন প্ৰত্যাহ্বান হিচাপে গণ্য কৰা হয়। আনহাতে, ইংলিছ চেনেল সফলতাৰে অতিক্ৰম  তথা সাঁতোৰ সম্পূৰ্ণ কৰা কাৰ্যক এণ্ডুৰেন্স ক্ৰীড়াৰ সৰ্বোচ্চ কৃতিত্বৰ ভিতৰত গণ্য কৰা হয়।

স্মৰ্তব্য যে অংকিতা কোঁৱৰে আজিৰ পৰা তিনি বছৰ আগতেহে প্ৰতিযোগিতামূলকভাৱে  সাঁতুৰিবলৈ আৰম্ভ কৰিছিল। তেতিয়াৰ পৰাই তেওঁ নিজকে ভাৰতৰ অন্যতম আগশাৰীৰ এণ্ডুৰেন্স এথলীটলৈ ৰূপান্তৰিত কৰি বাৰ্চিলোনাত ফুল আইৰনমেন সম্পূৰ্ণ কৰি ডুবাইত দাবীদাৰ টি ১০০ ট্ৰাইএথলন সমাপ্ত কৰি এতিয়া কিংবদন্তি ইংলিছ চেনেল জয় কৰিবলৈ সমৰ্থ হ’ল।

ইংলেণ্ডৰ দভাৰ পৰা দিনৰ ১.৩০ বজাত যাত্ৰা আৰম্ভ কৰি ফ্ৰান্সৰ কেলিছত শুকুৰবাৰে ইংলেণ্ডৰ সময় মতে নিশা ২.৩৫ বজাত ইংলিছ চেনেল সফলতাৰে সাঁতুৰি উপস্থিত হয়। ইয়াৰ পিছতে ইংলিছ চেনেল চুইম এছ’চিয়েচনৰ  পৰা তেওঁক এই স্বীকৃতি প্ৰদান কৰা হয়।

প্ৰসংগত কোঁৱৰে কয় যে ইংলিছ চেনেলত  সাঁতোৰ সম্পূৰ্ণ কৰাতকৈ বহু বেছি নিজকে বিশ্বাস কৰাৰ যাত্ৰা। “অসম আৰু উত্তৰ-পূবক প্ৰতিনিধিত্ব কৰি ভাৰতীয় পতাকা কঢ়িয়াই অনাটো মই চিৰদিনৰ বাবে লালন-পালন কৰি থকা এটা সন্মান। মোৰ দৰে কোনোবাই যদি এসময়ত সাঁতোৰবিদো নাছিল, অথচ আজি এই কাম সম্পূৰ্ণ কৰিব পাৰোঁ, তেন্তে ধাৰাবাহিকতা আৰু সাহসেৰে আগবাঢ়িলে যিকোনো কাম সম্ভৱ হয়।”

কোঁৱৰে লগতে কয় যে তেওঁৰ এই যাত্ৰাই অধিক মহিলা আৰু যুৱ খেলুৱৈক কল্পনাৰ বাহিৰৰ অভিলাষী লক্ষ্যত উপনীত হ’বলৈ অনুপ্ৰাণিত কৰিব । তেওঁৰ শেহতীয়া কৃতিত্বই সমগ্ৰ দেশৰ ফিটনেছ অনুৰাগীসকলক অনুপ্ৰাণিত কৰা ক্ৰীড়া যাত্ৰাত আন এক অনন্য সফলতাৰ খুঁটিৰ সংযোগ ঘটিল, যিয়ে প্ৰমাণ কৰিছে যে অসাধাৰণ কৃতিত্বসমূহ প্ৰথম পদক্ষেপ লোৱা সিদ্ধান্তৰ পৰাই আৰম্ভ হ’ব পাৰে। কোঁৱৰে লগতে কয় যে তেওঁ ইতিমধ্যে নিজৰ পৰৱৰ্তী এণ্ডুৰেন্স চেলেঞ্জৰ বাবে সাজু হৈছে আৰু শীঘ্ৰেই এই খবৰ প্ৰকাশ কৰিব।

The post ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা উত্তৰ-পূবৰ প্ৰথম মহিলা অসমৰ অংকিতা কোঁৱৰ first appeared on নিয়মীয়া বাৰ্তা.

শিলচৰত ব্যৱসায়ী আবুব মজুমদাৰৰ দুটা অট্টালিকাত ইডিৰ অভিযান
ডিজিটেল ডেস্ক, ৪ জুলাই : শিলচৰৰ ব্যৱসায়ী আবুব মজুমদাৰৰ দুটা বাসগৃহত শুকুৰবাৰে ইডি-এ তালাচী অভিযান চলায়। গুৱাহাটী আৰু কলকাতাৰ পৰা অহা ইডিৰ দলে পুৱাৰে পৰা আবুবৰ বিশাল অট্টালিকাত তালাচী চলায়।

তদন্তকাৰী দলটোৱে প্ৰথমে শিলচৰৰ ইটখোলা ঘাট অঞ্চলত থকা আবুব মজুমদাৰৰ বাসগৃহত তালাচী চলায়। ইয়াৰ উপৰি ইটখোলা ঘানীৱালা অঞ্চলত অৱস্থিত তেওঁৰ আন এটা বাসগৃহতো অভিযান চলায়।

তদন্তকাৰী সংস্থাৰ সূত্ৰে জানিব পৰা মতে, আবুব মজুমদাৰৰ আৰ্থিক লেনদেন, সম্পত্তিৰ উৎসক লৈ তদন্ত চলোৱা হৈছে। ইয়াৰ লগতে ম্যানমাৰভিত্তিক এক চুপাৰি সৰবৰাহকাৰী চক্ৰৰ সৈতে তেওঁৰ কথিত সম্পৰ্কৰ অভিযোগৰ দিশটোও তদন্তৰ আওতাত ৰখা হৈছে। এই চক্ৰৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত থকাৰ জৰিয়তে তেওঁ বৃহৎ পৰিমাণৰ সম্পদ গঢ়ি তুলিছিল নেকি, সেই দিশসমূহো তদন্ত কৰি চোৱা হৈছে।

স্থানীয় সূত্ৰৰ দাবী অনুসৰি, কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ অভিযানৰ খবৰ লাভ কৰাৰ পিছতে আবুব মজুমদাৰে বাসগৃহ ত্যাগ কৰে। বৰ্তমান তেওঁৰ অৱস্থান নিশ্চিত হোৱা নাই আৰু তেওঁ পলাতক হৈ থকাৰ আশংকা প্ৰকাশ কৰা হৈছে।

অৱশ্যে, এই সন্দৰ্ভত এতিয়ালৈকে ইডিয়ে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই আৰু তেওঁৰ বৰ্তমানৰ অৱস্থানো নিশ্চিত হোৱা নাই।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও আবুব মজুমদাৰ অসম আৰক্ষীৰ নজৰলৈ আহিছিল। আন কেইবাটাও গোচৰৰ তদন্ত সন্দৰ্ভত চি আই ডিয়েও তেওঁৰ বিৰুদ্ধে তদন্ত চলাইছিল।

The post শিলচৰত ব্যৱসায়ী আবুব মজুমদাৰৰ দুটা অট্টালিকাত ইডিৰ অভিযান first appeared on নিয়মীয়া বাৰ্তা.

আৰক্ষীৰ এনকাউণ্টাৰত আহত জালনোট সৰবৰাহকাৰী অজয় বিশ্বকৰ্মা
ডিজিটেল ডেস্ক, ৪ জুলাই : মহানগৰীত এইবাৰ গৰজি উঠিল আৰক্ষীৰ বন্দুক ৷ শনিবাৰে পুৱতি নিশা আৰক্ষীৰ বেষ্টনীৰ পৰা পলায়ন কৰিবলৈ লওঁতে মহানগৰ আৰক্ষীৰ এনকাউণ্টাৰত আহত হয় জালনোট সৰবৰাহকাৰী অজয় বিশ্বকৰ্মা। এনকাউণ্টাৰৰ সময়ত তেওঁৰ সোঁ ভৰিত গুলীৰ আঘাত লাগে। ঘটনাৰ পিছতে আৰক্ষীয়ে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাললৈ (জিএমচিএইচ)ত ভৰ্তি কৰায়। বৰ্তমান তেওঁ চিকিৎসাধীন হৈ আছে।

উল্লেখ্য যে বুধবাৰে নিশা গুৱাহাটী মহানগৰীত দিছপুৰ আৰক্ষীয়ে জালনোটসহ দেৱজিৎ দেউৰী আৰু অজয় বিশ্বকৰ্মা নামৰ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল। আৰক্ষীয়ে অভিযানৰ সময়ত AS-01 PC-8433 নম্বৰৰ এখন ছুইফ্ট ডিজায়াৰ বাহনৰ পৰা উদ্ধাৰ কৰিছিল ২ লাখ ৫৬ হাজাৰ টকাৰ জালনোট । উল্লেখ্য যে শেহতীয়াকৈ মহানগৰ আৰক্ষীয়ে গুৱাহাটীৰ ভিন্ন স্থানত অভিযান চলাই বৃহৎ পৰিমাণৰ জালনোট জব্দ কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে আৰক্ষীয়ে দেৱজিৎ দেউৰী আৰু অজয় বিশ্বকৰ্মাক গ্ৰেপ্তাৰ কৰাৰ পিছত তদন্ত অব্যাহত থকাৰ মাজতে আৰক্ষীৰ জেৰাত অজয় বিশ্বকৰ্মাই এক চাঞ্চল্যকৰ স্বীকাৰোক্তি দিয়ে। তেওঁৰ দাবী অনুসৰি, গুৱাহাটী মহানগৰীত ইতিমধ্যে এশ কোটি টকাৰো অধিক জালনোট সিচঁৰতি হৈ আছে।

সমগ্ৰ ঘটনাটোক কেন্দ্ৰ কৰি আৰক্ষীয়ে জালনোট সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে তদন্ত অধিক তীব্ৰ কৰি তুলিছে। এই চক্ৰৰ সৈতে জড়িত আন লোকৰ সন্ধানতো অভিযান অব্যাহত আছে।

The post আৰক্ষীৰ এনকাউণ্টাৰত আহত জালনোট সৰবৰাহকাৰী অজয় বিশ্বকৰ্মা first appeared on নিয়মীয়া বাৰ্তা.

আমি ভাল মানুহ বাবেই ইৰানক এসপ্তাহৰ সময় দিলোঁ : ড’নাল্ড ট্ৰাম্প
ডিজিটেল ডেস্ক, ৪ জুলাই : ইৰানৰ প্ৰাক্তন সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনীৰ ৰাজহুৱা অন্ত্যেষ্টিক্ৰিয়াৰ কাৰ্যসূচী আৰম্ভ হোৱাৰ মাজতে পুনৰ চৰ্চালৈ আহিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ এক বিতৰ্কিত মন্তব্য। ইৰানক লক্ষ্য কৰি ট্ৰাম্পে দাবী কৰে যে “আমেৰিকাই ভাল মনোভাব দেখুৱাই ইৰানক অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিবলৈ এসপ্তাহ সময় দিছে।” তেওঁৰ এই মন্তব্য এনে সময়ত আহিছে যেতিয়া খামেইনীক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ ইৰানত লাখ লাখ লোক সমৱেত হোৱাৰ সম্ভাৱনা আছে।

আমেৰিকাৰ স্বাধীনতাৰ ২৫০তম বাৰ্ষিকী উপলক্ষে মাউণ্ট ৰাছম’ৰত অনুষ্ঠিত এক কাৰ্যসূচীত ভাষণ প্ৰদান কৰি ট্ৰাম্পে শেহতীয়া আমেৰিকা-ইৰান সংঘাতৰ প্ৰসংগ উত্থাপন কৰে। তেওঁ কয়- “আমি যুদ্ধত ইৰানৰ কঁকাল ভাঙি দিছোঁ। এতিয়া তেওঁলোকে চুক্তি কৰিবলৈ ব্যাকুল হৈ পৰিছে। আমি ভাল মানুহ বাবেই তেওঁলোকক অন্ত্যেষ্টিক্ৰিয়াৰ বাবে এসপ্তাহ সময় দিলোঁ। কাৰণ আমি মানৱতা বুজি পাওঁ।”

ট্ৰাম্পৰ এই মন্তব্যৰ মাজতে ইৰানত আয়াতুল্লাহ আলী খামেনেইৰ সন্মানত এসপ্তাহজোৰা ৰাষ্ট্ৰীয় অন্ত্যেষ্টিক্ৰিয়াৰ কাৰ্যসূচী আৰম্ভ হৈছে। ইৰানী কৰ্তৃপক্ষৰ মতে, অন্তিম যাত্ৰা আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত লাখ লাখ লোকৰ উপস্থিতিৰ সম্ভাৱনা আছে।

উল্লেখ্য যে ২৮ ফেব্ৰুৱাৰীত আমেৰিকা আৰু ইজৰাইলৰ যৌথ আক্ৰমণত ইৰানৰ প্ৰাক্তন সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনীৰ মৃত্যু হৈছিল। এই আক্ৰমণত তেওঁৰ পৰিয়ালৰ কেইবাজনো সদস্যও নিহত হৈছিল, যাৰ ভিতৰত তেওঁৰ কন্যা, জোঁৱাই, নাতিনী আৰু বোৱাৰীও আছিল।

ইছলামিক পৰম্পৰা অনুসৰি, কোনো ব্যক্তিক মৃত্যুৰ ২৪ ঘণ্টাৰ ভিতৰত দাফন কৰা হয়। কিন্তু যুদ্ধ আৰু নিৰাপত্তাজনিত পৰিস্থিতিৰ বাবে খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়া স্থগিত ৰাখিবলগীয়া হৈছিল। যোৱা মাহত যুদ্ধবিৰতি বলৱৎ হোৱাৰ পিছত ইৰানী প্ৰশাসনে অন্ত্যেষ্টিক্ৰিয়াৰ কাৰ্যসূচী নিৰ্ধাৰণ কৰে।

The post আমি ভাল মানুহ বাবেই ইৰানক এসপ্তাহৰ সময় দিলোঁ : ড’নাল্ড ট্ৰাম্প first appeared on নিয়মীয়া বাৰ্তা.

বিলাসীপাৰাত খৰস্ৰোতা গৌৰাং নৈৰ গৰাখহনীয়াৰ তাণ্ডৱ
ডিজিটেল ডেস্ক, ৪ জুলাই : বাৰিষাৰ আৰম্ভণিতে বিলাসীপাৰাত খোৰস্ৰোতা গৌৰাং নৈয়ে গৰাখহনীয়াৰে সৃষ্টি কৰিছে তাণ্ডৱ। ইতিমধ্যে বহুতৰে ঘৰ-বাৰী উছন কৰাৰ লগতে খহাই নিছে শতাধিক বিঘা কৃষিভূমি।

বিশেষকৈ কাজাইকাটা দ্বিতীয় খণ্ড গাঁৱত এইবাৰ গৌৰাং নৈয়ে কালৰূপ ধাৰণ কৰিছে। গাঁওখনৰ হানিফ আলী, নুৰ মহম্মদ আলী, সহিদ আলী, আলী আকবৰৰ লগতে ৫০টা পৰিয়ালৰ বাসগৃহ ইতিমধ্যে নৈৰ বকুত জাহ গৈছে। তেনেদৰে মৰাপাট, ধান-পাচলিৰ শতাধিক বিঘা কৃষিভূমি গৰাখহনীয়াৰ কবলত পৰি উছন হৈছে। যিকেইজনৰ বাসগৃহ খহনীয়াৰ কবলত পৰা নাই, তেওঁলোকে নিতৌ বিনিদ্ৰ ৰজনী কটাবলগীয়াত পৰিছে। ইমানৰ পিছতো সাংসদ ৰকিবুল হুছেইন, বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে নৈপৰীয়া ৰাইজৰ খবৰ এটা লোৱাৰ আহৰি পোৱা নাই।অঞ্চলটোৰ গৰাখহনীয়া সমস্যা সমাধান কৰিব বুলি দিয়া প্ৰতিশ্ৰুতি ফুটকাৰ ফেন হৈ পৰিল বুলি অভিযোগ কৰি ক্ষুব্ধ হৈ পৰিছে।

ভুক্তভোগীৰ অভিযোগ- সমস্যা সমাধানৰ বাবে ৰকিবুল হুছেইনক দহ লাখ ভোটৰ ব্যৱধানত বিজয়ী কৰাই দিল্লীলৈ প্ৰেৰণ কৰিছোঁ। আমাৰ সমস্যা সমাধান কৰা দূৰৈৰ কথা, খবৰ এটা ল’বলৈও সময় নাই আমাৰ সাংসদৰ। অৱশ্যে পঞ্চায়তখনৰ সভানেত্ৰীয়ে পৰিস্থিতিৰ বুজ লোৱাৰ বাবে উক্ত অঞ্চল পৰিদৰ্শন কৰে। ধুবুৰী জিলা আয়ুক্ত, বিভাগীয় বিষয়াক গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণৰ বাবে সভানেত্ৰীগৰাকীয়ে অনুৰোধ জনায়।

The post বিলাসীপাৰাত খৰস্ৰোতা গৌৰাং নৈৰ গৰাখহনীয়াৰ তাণ্ডৱ first appeared on নিয়মীয়া বাৰ্তা.

মধুৰিআমে সলনি কৰিলে গোলকগঞ্জৰ মিজানুৰৰ জীৱন…
ডিজিটেল ডেস্ক, আগমনি, ৪ জুলাই : চাকৰিৰ অনিশ্চয়তা আৰু হতাশাক পিছ পেলাই কৃষিকেই জীৱনৰ নতুন পথ হিচাপে বাছি লৈ আজি স্বাৱলম্বিতাৰ এক উজ্জ্বল দৃষ্টান্ত স্থাপন কৰিছে গোলকগঞ্জৰ লক্ষীমাৰী গাঁৱৰ উচ্চ শিক্ষিত যুৱক মিজানুৰ ৰহমান সৰকাৰে।

পূৰ্বে গোলকগঞ্জৰ চিলাৰায় মহাবিদ্যালয়ত প্ৰায় ২৩-২৪ বছৰ ধৰি লাইব্ৰেৰিয়ান হিচাপে কৰ্মৰত আছিল মিজানুৰ ৰহমান সৰকাৰ। কিন্তু দীৰ্ঘদিন কৰ্ম কৰাৰ পিছতো চাকৰি চৰকাৰীকৰণ নোহোৱাত হতাশ নহৈ তেওঁ কৃষিকেই জীৱনৰ নতুন দিশ হিচাপে গ্ৰহণ কৰে। দুবছৰ পূৰ্বে নিজৰ চাৰি বিঘা কৃষিভূমিত কলকাতাৰ পৰা থাইলেণ্ডৰ উন্নত মানৰ মধুৰিআমৰ ১,৩০০টা পুলি আনি ৰোপণ কৰে। কঠোৰ পৰিশ্ৰম, নিষ্ঠা আৰু আধুনিক কৃষি পদ্ধতিৰ ফলত আজি তেওঁৰ বাগিচাত উৎপাদিত মধুৰিআমে বজাৰত ব্যাপক সমাদৰ লাভ কৰিছে।

বৰ্তমান প্ৰতিদিনে তেওঁ দুইৰ পৰা তিনি কুইণ্টেলকৈ মধুৰিআম বিক্ৰী কৰি আছে। ধুবুৰী, গৌৰীপুৰ, বিলাসীপাৰা, আগমনিৰ লগতে পশ্চিমবংগৰ বজাৰতো তেওঁৰ উৎপাদিত মধুৰিআমৰ বিশেষ চাহিদা আছে। প্ৰতি কিলোগ্ৰাম মধুৰিআমৰ বজাৰ মূল্য ৮০ টকাৰ পৰা ১০০ টকাৰ ভিতৰত। নিজে স্বাৱলম্বী হোৱাৰ লগতে মিজানুৰ ৰহমান সৰকাৰে নিজৰ খেতিত আঠৰ পৰা দহজন লোকক নিয়মীয়াকৈ কৰ্মসংস্থাপনো দিছে। তেওঁৰ এই সফলতাই অঞ্চলটোৰ বহু নিবনুৱা যুৱক-যুৱতীৰ বাবে নতুন প্ৰেৰণাৰ সৃষ্টি কৰিছে।

মিজানুৰ ৰহমান সৰকাৰে কয়, “চাকৰিৰ পিছে পিছে বছৰ বছৰ ধৰি দৌৰি সময় নষ্ট কৰাৰ সলনি আধুনিক কৃষিৰ জৰিয়তে স্বাৱলম্বী হ’ব পাৰি। কৃষিত অসীম সম্ভাৱনা আছে, প্ৰয়োজন কেৱল ইচ্ছাশক্তি আৰু পৰিশ্ৰম।” এক উচ্চ শিক্ষিত ব্যক্তিৰ কৃষিভিত্তিক সফলতাৰ এই কাহিনীয়ে পুনৰ প্ৰমাণ কৰিলে যে মাটি আৰু পৰিশ্ৰম থাকিলে কৃষিয়েই হ’ব পাৰে সফলতাৰ সেউজীয়া বিপ্লৱ।

The post মধুৰিআমে সলনি কৰিলে গোলকগঞ্জৰ মিজানুৰৰ জীৱন… first appeared on নিয়মীয়া বাৰ্তা.

নিশা মহানগৰীৰ ৰুক্মিণীগাঁৱত ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত যুৱক
🔹 নিশা মহানগৰীৰ ৰুক্মিণীগাঁৱত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়।

🔹 ৰুক্মিণীগাঁৱৰ উৰণ সেতুৰ ওপৰত সংঘটিত হয় এই দুৰ্ঘটনা।

🔹 ৰৈ থকা এখন GMCৰ বাহনত খুন্দা এগৰাকী বাইক আৰোহীৰ।

🔹 থিতাতে নিহত হয় বাইক আৰোহীজন।

🔹 মৃত যুৱকজন ২৬ বছৰীয়া দিব্যাংশু আগৰৱাল।

🔹 দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ AS-01-GT8200

ডিজিটেল ডেস্ক, ৪ জুলাই :

The post নিশা মহানগৰীৰ ৰুক্মিণীগাঁৱত ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত যুৱক first appeared on নিয়মীয়া বাৰ্তা.

ধুবুৰীত বৃদ্ধক শাৰীৰিক-মানসিক অত্যাচাৰ চলোৱা কুলাংগাৰ পুত্ৰক আটক
অৱশেষত ধুবুৰী আৰক্ষীয়ে কৰায়ত্ত কৰিলে পিতৃক মানসিক আৰু শাৰীৰিক অত্যাচাৰ চলোৱা কুলাংগাৰ পুত্ৰক।

স্মৰ্তব্য যে বিগত ২৪ জুনৰ দিনা ধুবুৰীৰ চি আৰ দাস ৰোডৰ এগৰাকী ৭০ বছৰীয়া বৃদ্ধই ধুবুৰী সদৰ থানাত নিজৰ পুত্ৰ-বোৱাৰীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছিল। জহৰ সেনগুপ্ত ওৰফে সুব্ৰত সেনগুপ্তই নিজৰ উক্ত এজাহাৰখনত কৃষি বিভাগৰ অধীনত গ্ৰামসেৱক হিচাপে কৰ্মৰত পুত্ৰ জয়দীপ সেনগুপ্তই মাতাল অৱস্থাত ঘৰলৈ আহি  অশ্লীল ভাষাৰে গালি-গালাজ পৰাৰ লগতে চৰ, ঠেলা-হেঁচা কৰি আক্ৰমণ কৰাৰ অভিযোগ কৰিছিল।

উল্লেখ্য যে এজাহাৰখনত নিজৰ বোৱাৰী তথা টেট শিক্ষয়িত্ৰী জয়দীপৰ পত্নীয়েও স্বামীৰ এনে কাৰ্যত সহায় আৰু উচটনি যোগাই অহা বুলিও স্পষ্টভাৱে উল্লেখ আছে। এসময়ৰ সুদক্ষ ফুটবল খেলুৱৈগৰাকীৰ এই অসহায় অৱস্থাক লৈ ৰাইজৰ মাজত সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ। অৱশেষত যোৱানিশা ধুবুৰী আৰক্ষীৰ এটা দলে কৰায়ত্ত কৰে কুলাংগাৰ পুত্ৰ জয়দীপক।

নিয়মীয়া বাৰ্তা, ধুবুৰী, ৪ জুলাই :

The post ধুবুৰীত বৃদ্ধক শাৰীৰিক-মানসিক অত্যাচাৰ চলোৱা কুলাংগাৰ পুত্ৰক আটক first appeared on নিয়মীয়া বাৰ্তা.

মানচেষ্টাৰত আজি ভাৰত-ইংলেণ্ডৰ দ্বিতীয় টি–২০
ডিজিটেল ডেস্ক, ৪ জুলাই : ঘৰুৱা দল ইংলেণ্ড আৰু টীম ইণ্ডিয়াৰ মাজৰ পাঁচখনীয়া টি–২০ মেচৰ শৃংখলাটোৰ দ্বিতীয়খন মেচ আজি (৪ জুলাই) মানচেষ্টাৰত অনুষ্ঠিত হ’ব৷ শৃংখলাৰ প্রথমখন মেচ বৰষুণৰ বাবে পৰিত্যক্ত হোৱাত আজিৰ মেচখন দুয়োটা দলৰ বাবে গুৰুত্বপূর্ণ হিচাপে বিবেচিত হৈছে৷

মেচখনৰ পূর্বে ভাৰতীয় দলটোৰ চিন্তাৰ কাৰক হৈ পৰিছে বেটিং ব্যর্থতা৷ আয়াৰলেণ্ডৰ বিৰুদ্ধে খেলা দুখনীয়া টি–২০ মেচৰ শৃংখলাটোৰ লগতে ইংলেণ্ডৰে খেলা প্রথমখন টি–২০ মেচত টীম ইণ্ডিয়াৰ কেইবাজনো বেটাৰে আশানুৰূপ প্রদর্শন দাঙি ধৰিব পৰা নাই৷ এই ব্যর্থতাই দলটোক বাৰুকৈয়ে চিন্তাত ৰাখিছে৷

ইপিনে, অ’পেনাৰ সঞ্জু ছেমছনৰ ধাৰাবাহিক ব্যর্থতাই গভীৰ চিন্তাত পেলাইছে দলীয় মেনেজমেণ্টক৷ ধাৰাবাহিক ব্যর্থতাৰ সন্মুখীন হোৱা সঞ্জুক আঁতৰাই যুৱ বিস্ফোৰক অ’পেনাৰ বৈভৱ সূর্যবংশী প্লেয়িং একাদশত অন্তর্ভুক্ত কৰিব লাগে বুলি বিভিন্নজনে দাবী উত্থাপন কৰিছে যদিও দলীয় মেনেজমেণ্টে ভাৰতীয় দলটোৰ মূল একাদশত বিশেষ সালসলনি কৰিব বিচৰা নাই৷ প্রথমখন মেচত ভাগ লোৱা দলটোৱেই আজিৰ মেচখনতো নমাৰ সম্ভাৱনা আছে টীম ইণ্ডিয়াই৷

খেলৰ সময় : নিশা ৭ বজা৷

The post মানচেষ্টাৰত আজি ভাৰত-ইংলেণ্ডৰ দ্বিতীয় টি–২০ first appeared on নিয়মীয়া বাৰ্তা.