পুৱতি নিশা ২.৪০ বজাত GMCHত ছাডেন ভিজিট মুখ্যমন্ত্ৰীৰ

নিয়মীয়া বাৰ্তা, ১৬ মে’:  শনিবাৰে নিশা ২.৪০ত GMCHত মুখ্যমন্ত্ৰীৰ ছাডেন ভিজিট। নিশা ক’ভিড আক্ৰান্তই পৰ্যাপ্ত চিকিৎসা নোপোৱাৰ অভিযোগ উত্থাপন হৈছিল। ইয়াৰে পৰিপ্ৰেক্ষিতত ছাডেন ভিজিট মুখ্যমন্ত্ৰীগৰাকীৰ।

ইপিনে এতিয়াৰে পৰা ক’ভিড হাস্পতালত থাকিব লাগিব জ্যেষ্ঠ চিকিৎসক। আৰু ক’ভিড ৱাৰ্ডত স্থাপন কৰা হ’ব চি চি টিভি। লগতে ক’ভিড আক্ৰান্তই পৰ্যাপ্ত চিকিৎসা পাইছেনে নাই তাৰ হ’ব নিৰীক্ষণ।

মুখ্যমন্ত্ৰীৰ এই পদক্ষেপক আদৰণি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সাধাৰণ জনসাধাৰণে।

DR. HIMANTA BISWA SARMAFeatured