নিৰুদ্দেশ লাহৰীঘাটৰ ৰিয়াজ উদ্দিনঃ সন্ধান পালে যোগাযোগ কৰিবলৈ পৰিয়ালৰ অনুৰোধ

নিয়মীয়া বাৰ্তা, ১৩ মেঃ লাহৰীঘাটৰ মহমাৰী পথাৰ গাঁৱৰ ৰিয়াজ উদ্দিন (৫২বছৰ) যোৱা ৮ মে তাৰিখে নিজ ঘৰৰ পৰা তিনিচুকীয়া বজাৰত ওলাই যোৱাৰ পৰা নিৰুদ্দেশ হয় ।পৰিয়ালৰ লোকে আজি পৰ্যন্ত বিচাৰি নাপায় লাহৰীঘাট থানাত নিৰুদ্দেশ জাননী দিয়ে ।নিৰিদ্দেশ হোৱা বিবাহিত লেকজনক কোনো সদাশয় ব্যক্তিয়ে সন্ধান পালে 9707235076 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে ।

প্ৰেৰক আবুল কালাম